হাড়িয়া মণ্ডল: অসমৰ কোচসকলৰ আদি পুৰুষ

হাড়িয়া মণ্ডলক (স্থানভেদে হাৰিয়া মণ্ডল বা হাৰিয়া মেছ) অসমৰ কোচসকলৰ আদি পুৰুষ বুলি গণ্য কৰা হয়৷ জনামতে তেওঁ বৰ্তমানৰ গোৱালপাৰা জিলাৰ খুণ্টাঘাট পৰগনাৰ চিকনগ্ৰাম নামৰ গাঁৱৰ বাসিন্দা আছিল৷

চমুজীৱনী

হাড়িয়া মণ্ডলৰ দেউতাকৰ নাম দম্বাম্বু মেছ। তেওঁলোক মেছ বা কোঁচংশী মানুহ। হাজো নামৰ কামৰূপৰ এক অংশৰ এজন সৰু শাসনকৰ্তাই জীয়েক হীৰা আৰু জীৰালৈ হাড়িয়া মণ্ডলক চপাই আনে। হীৰা আৰু জীৰাৰ পৰা ক্ৰমে বিশু আৰু শিশু নামৰ দুটি পুত্ৰৰ জন্ম হয়।

হাড়িয়া মণ্ডল তেওঁৰ গাওঁ চিকনগ্ৰামৰ বাৰ ঘৰ মেচ বা কোচ পৰিয়ালৰ ওপৰত মণ্ডল হিচাপে নিযুক্ত হৈছিল৷ এই সময়ছোৱাত তেওঁৰ ফুলগুৰিৰ ভূঞাসকলৰ সৈতে সংঘৰ্ষ হয় আৰু তেওঁক ভূঞাসকলে কিছুদিন বন্দী কৰি থয়৷ পৰৱৰ্ত্তী কালত তেওঁ ভূঞাৰ বশ্যতা স্বীকাৰ কৰে আৰু বছৰেকীয়া কৰ পৰিশোধ কৰিবলৈ বাধ্য হয়৷

হাড়িয়া মণ্ডলৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বিশুৱে মণ্ডল পদ লাভ কৰে আৰু ভূঞাসকলক আক্ৰমণ কৰি দমন কৰিবলৈ সক্ষম হয়৷

তথ্যউৎস

Tags:

অসমকোচগোৱালপাৰা জিলা

🔥 Trending searches on Wiki অসমীয়া:

সৌৰভ কুমাৰ চলিহাব্ৰহ্মপুত্ৰ নদপাৰিপাৰ্শ্বিক সংঘাতগুণাভিৰাম বৰুৱাশ্ৰীমন্ত শংকৰদেৱবুৰঞ্জী সাহিত্যঅসমসঁফুৰা (শিশু আলোচনী)কামৰূপী উপভাষাফাকে জনগোষ্ঠীপ্লেটোঅপভ্ৰংশঅষ্ট্ৰেলিয়াঅসম সাহিত্য সভাযোগ দৰ্শনহিমাংশু প্ৰসাদ দাসঅসমৰ বাঁহ-বেতৰ শিল্পভূমিস্খলননিৰুপমা বৰগোহাঞিসমাজঔষধি উদ্ভিদশিক্ষকচ্যু-খ্ৰুং-ফাএলবাৰ্ট আইনষ্টাইনজৱাহৰলাল নেহৰুপাণবাৰী মছজিদপাঠ্যক্ৰমইষ্ট ইণ্ডিয়া কোম্পানীনীলকণ্ঠী ব্ৰজপাঠ পৰিকল্পনাহীৰেন গোহাঁইভাৰত-চীন যুদ্ধএককোষী জীৱলোকাচাৰসমাজতত্ত্বভেঁকুৰইন্দিৰা মিৰিভোলানাথ দাসশব্দ প্ৰদূষণমনোমতীগগনাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানদক্ষিণপাট সত্ৰমাটিযোৰানামবাণিজ্যৰাইমনা ৰাষ্ট্ৰীয় উদ্যানপিম্পৰা গুচোৱালক্ষ্মীধৰ শৰ্মাপাচন তন্ত্ৰআফগানিস্তানকনকলতা বৰুৱাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসবিশ্বনাথ চাৰিআলিভাষাবিজ্ঞানহোমেন বৰগোহাঞিনিৰ্মলপ্ৰভা বৰদলৈআওৰাশিশুৰ খেল-ধেমালিযোৰহাট জিলাকৃষিভাৰতৰ ৰাষ্ট্ৰপতিউমানন্দএৰী ৰেচমঅসমীয়া সাহিত্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমৃত্যুঞ্জয়অসমৰ ইতিহাসপাঁচালীসদৌ অসম ছাত্ৰ সন্থালুৰিন জ্যোতি গগৈ🡆 More