মাঅ কায় নাম জিলা

মাঅ কায় নাম (ভিয়েটনামিজ: Mỏ Cày Nam) ভিয়েটনামৰ মেকং ব-দ্বীপত থকা বিন চ্চে' প্ৰদেশৰ এখন গ্ৰামীণ জিলা। ২০০৯ চনৰ মাৰ্চত এই জিলাখনৰ স্থাপন কৰা হৈছিল। মাঅ কায় নামৰ পূবে জওং চ্চ'ম জিলা, পশ্চিমে চ্চা ভিন্ প্ৰদেশ, পূব আৰু উত্তৰ-পূবে মাঅ কায় বাক আৰু থাইন ফু জিলা; দক্ষিণ আৰু দক্ষিণ-পশ্চিমে চ্চা ভিন্ প্ৰদেশ অৱস্থিত। মাও কায় নামৰ জনসংখ্যা ১৮৬,৪৭৪ আৰু ইয়াৰ ক্ষেত্ৰফল ২১৯.৯  বৰ্গ কি.মি.।

এই জিলাখন এখন উপনগৰ আৰু ১৬টা কমিউনত পুনৰ্বিভাজিত কৰা হৈছে।

  • উপনগৰ: মাঅ কায় (জিলাৰ সদৰ)
  • কমিউনসমূহ: ডিন্ থুয়, ফুওক হিয়েপ, আন থাইন, ডা ফুওক হ'য়, থান্ থ'ই বে', বিন্ খান্ ডাওং, বিন্ খান্ টায়, আন ডিন্, আন থ'ই, থান্ থ'ই আ, হুওং মী, কাম চন্, ঙাই ডাং, মিন্ ডুক, টান চ্চুং, টান হ'য়।

তথ্য সংগ্ৰহ

  • Decree No. 08/NĐ-CP enacted on 9 February 2009 by the Government of Vietnam.

বাহ্যিক সংযোগ

Tags:

ভিয়েটনাম

🔥 Trending searches on Wiki অসমীয়া:

অসম সাহিত্য সভাপৰ্যটনউদ্বিগ্নতাৰোজাসনজীদা খাতুনগোলকীয় উষ্ণতা বৃদ্ধিআনন্দৰাম ঢেকিয়াল ফুকনখাজুৰাহোঅসমীয়া ব্যাকৰণঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামহাযানলীলা গগৈছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)অসমৰ জনগোষ্ঠীব্ৰহ্মপুত্ৰ উপত্যকামুদ্ৰাস্ফীতিসৌৰভ কুমাৰ চলিহাসাংখ্য দৰ্শনপূৰবী বৰমুদৈসমাজতত্ত্বৰূপনাথ ব্ৰহ্মচুটিগল্পঅসমত দেখা চৰাইবোৰমহাভাৰতউৎসেচকগোলাঘাট জিলাভূগোলসত্ৰজৈন ধৰ্মমনোবিজ্ঞানঅসমৰ পৰম্পৰাগত খেল-ধেমালিতেজবুলু ফিল্মঅসমীয়া ভাষাবৰাক নদীঅসমৰ ৰাজ্যপালসকলৰ তালিকাএচিদ বৰষুণব্যাকৰণজাহ্নু বৰুৱাহনুমানৱিকিপৰিৱেশ অধ্যয়নবাল্য বিবাহবেংক অৱ মহাৰাষ্ট্ৰমাৰ্ক্সবাদনীলমণি ফুকন (কনিষ্ঠ)শ্ৰীনিবাস ৰামানুজনলক্ষ্মীনন্দন বৰাঅভিমন্যুহিচাপবিদ্যানাট্য শাস্ত্ৰদ্বিতীয় বিশ্বযুদ্ধসাঁচিপাতৰুদ্ৰ কন্দলীঅসম২৭ মাৰ্চশিক্ষাখোলঅসমৰ শাক-পাচলিৰ তালিকাভাষাবিজ্ঞানপুঁজিবাদনিউটনৰ গতিৰ সূত্ৰআকাশী গংগা জলপ্ৰপাতশিৱসাগৰ পুখুৰীবৃত্তইয়াত এখন অৰণ্য আছিলজয়মতী কুঁৱৰী২৯ মাৰ্চশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯গোলোকচন্দ্ৰ গোস্বামীহয়গ্ৰীৱ মাধৱ মন্দিৰসদৌ অসম ছাত্ৰ সন্থাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহআধুনিকতাবাদ🡆 More