ভাৰতৰ শাস্ত্ৰীয় নৃত্য

ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়, এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়।

উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হ'ব পাৰে। সংগীত নাটক একাডেমীয়ে বৰ্তমান আঠটা নৃত্য শৈলীক শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰিছে। এই নৃত্য শৈলীকেইটা হৈছে: ওদিছি (ওড়িশা), কথক (উত্তৰ প্ৰদেশ), কথাকলি (কেৰালা), কুচিপুড়ি (অন্ধ্ৰ প্ৰদেশ), ভাৰতনাট্যম (তামিলনাডু), মণিপুৰী (মণিপুৰ), মোহিনীঅট্টম (কেৰালা), আৰু সত্ৰীয়া (অসম)। ড্ৰিড ৱিলিয়ামছৰ দৰে গৱেষকে ছৌ (পশ্চিমবংগ, ঝাড়খণ্ড, ওড়িশা), যক্ষগান (কৰ্ণাটক) আৰু ভাগৱত মেলা (তামিলনাডু)-কো শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়ে। আনহাতে, ভাৰতীয় সংস্কৃতি মন্ত্ৰালয়ে ছৌ নৃত্যক ইয়াৰ শাস্ত্ৰীয় নৃত্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে।

নৃত্যশাস্ত্ৰ মতে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ দুটা মূল ৰূপ হৈছে- ১/লাস্য আৰু ২/তাণ্ডৱ

তথ্য সংগ্ৰহ

অধিক পঢ়ক

বাহ্যিক সংযোগ

Tags:

সংস্কৃত ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বাণীকান্ত কাকতিপৰীক্ষামূলক মনোবিজ্ঞানজেং বিহুজীৱনৰ বাটতঅসমত দেখা চৰাইবোৰচীনশিশু সাহিত্যকাছাৰ জিলাআৰ্যভট্টফলৰ তালিকাপথেৰ পাঁচালীভীষ্মকতীৰ্থনাথ শৰ্মাঅংগৰাগ মহন্তচিপাহী বিদ্ৰোহ ১৮৫৭দেৱকান্ত বৰুৱাডিমাছা জনগোষ্ঠীঅসমৰ বনৌষধিমাঘ বিহুপাৰ চৰাইভাৰতৰ ৰাষ্ট্ৰপতিপৰিমেয় সংখ্যাপ্ৰকাশ (আলোচনী)অনুবাদআৰবী ভাষাসত্যনাথ বৰাধৰ্মজিকিৰপাল ৰাজবংশঅসমীয়া ভাষা আন্দোলনঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাবেঙেনাআটী সত্ৰদক্ষিণপাট সত্ৰঅন্তৰীপ (উপন্যাস)ঘৰ শালিকাবিহু নৃত্যসালোক সংশ্লেষণইউটিউবঅসমলৈ মুছলমান সকলৰ প্ৰবজনবাসুদেৱ থানচিৰিং ফুকনভেঁকুৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাবিশ্ব ধঁপাতবিৰোধী দিৱসআৰ্দ্ৰতাকোণৰামআধুনিকতাবাদতিতাবৰ মহকুমাভৈৰৱী মন্দিৰসমাজতত্ত্বঢোললীনাক্সকবিতাহস্তীবিদ্যাৰ্ণৱকাকৈজানা সংৰক্ষিত বনাঞ্চলনিউটনৰ গতিৰ সূত্ৰঅসমৰ আৰ্দ্ৰভূমিগোলকীকৰণমৰাণ জনগোষ্ঠীমৃত্যুঞ্জয়বানপানীৰঘুনাথ চৌধাৰীমোহনদাস কৰমচান্দ গান্ধীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানপচন সাৰজনপ্ৰব্ৰজনবামুণী পাহাৰহাজং জনগোষ্ঠীঋতুকুমাৰ ভাস্কৰ বৰ্মাএ পি জে আব্দুল কালামজীবনানন্দ দাসগ্ৰহষড়ভুজ🡆 More