বৈদ্যুতিক ক্ষেত্ৰ

বৈদ্যুতিক ক্ষেত্ৰ হৈছে এখন ভেক্টৰ ক্ষেত্ৰ, য'ৰ প্ৰত্যেক বিন্দুত প্ৰতি একক আধানে লাভ কৰা কুলম্ব বল সংযুক্ত হৈ থাকে। বৈদ্যুতিক আধানৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু পৰিৱৰ্ত্তিত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা ইয়াক আৱেশকৰণ কৰিব পৰা যায়। বৈদ্যুতিক ক্ষেত্ৰ আৰু চুম্বকীয় ক্ষেত্ৰ লগ হৈ বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ গঠন হয়।

সংজ্ঞা

কোনো এক বিন্দুত বৈদ্যুতিক ক্ষেত্ৰ বৈদ্যুতিক ক্ষেত্ৰ  হৈছে বিদ্যুৎচুম্বকীয় বল যেনে লৰেঞ্জ বলৰ দ্বাৰা সেই বিন্দুত স্থিত কোনো একক আধানৰ ওপৰত প্ৰযোজ্য বল বৈদ্যুতিক ক্ষেত্ৰ বৈদ্যুতিক ক্ষেত্ৰ  আধানযুক্ত কণাই লাভ কৰা বল বৈদ্যুতিক ক্ষেত্ৰ 

ইয়াৰ এছ আই একক হৈছে নিউটন প্ৰতি কুলম্ব বা ভল্ট প্ৰতি মিটাৰ আৰু মাত্ৰা হৈছে kg⋅m⋅s−3⋅A−1


বৈদ্যুতিক ক্ষেত্ৰৰ উৎস

কাৰণ আৰু ব্যাখ্যা

বৈদ্যুতিক ক্ষেত্ৰ বৈদ্যুতিক আধানৰ কাৰণে অথবা পৰিৱৰ্ত্তিত চুম্বকীয় ক্ষেত্ৰৰ বাবে সৃষ্টি হয় । প্ৰথম কাৰণটো গজৰ সূত্ৰ অনুসাৰে আৰু পাছৰ কাৰণটো ফেৰাডেৰ আৱেশৰ সূত্ৰ অনুসৰি ব্যাখ্যা কৰা হয়। যিহেতু চুম্বকীয় ক্ষেত্ৰও বৈদ্যুতিক ক্ষেত্ৰৰ ফলন হিচাপে ব্যাখ্যা কৰা হয় গতিকে দুইখন ক্ষেত্ৰৰ সমীকৰণ সংযুক্ত কৰি মেক্সৱেলৰ সমীকৰণ গঠিত হৈছে যিয়ে দুইখন ক্ষেত্ৰক আধান আৰু প্ৰৱাহৰ ফলন হিচাপে ব্যাখ্যা কৰিছে।

স্থিত অৱস্থাত( স্থিত আধান আৰু প্ৰৱাহ), মেক্সৱেল-ফেৰাডে আৱেশ ক্ৰিয়া নাইকিয়া হৈ পৰে। এই দুটি সমীকৰণ ( গজৰ সূত্ৰ(বৈদ্যুতিক ক্ষেত্ৰ ) আৰু আৱেশবিহীন ফেৰাডেৰ সূত্ৰ(বৈদ্যুতিক ক্ষেত্ৰ ) ) একেলগ কৰিলে কুলম্বৰ সূত্ৰৰ সমতুল্য হয়, বৈদ্যুতিক ক্ষেত্ৰ  য'ত বৈদ্যুতিক ক্ষেত্ৰ  হৈছে আধানৰ ঘনত্ব ( charge density )। বৈদ্যুতিক ক্ষেত্ৰ  হৈছে শূন্যস্থানৰ প্ৰৱেশ্যতা।

অধ্যাৰোপণ সূত্ৰ

বৈদ্যুতিক ক্ষেত্ৰই অধ্যাৰোপণৰ সূত্ৰ মানি চলে, কাৰণ মেক্সৱেলৰ সূত্ৰসমূহ ৰৈখিক। ফলস্বৰূপে, বৈদ্যুতিক ক্ষেত্ৰ  আৰু বৈদ্যুতিক ক্ষেত্ৰ  আধানৰ বিতৰণৰ পৰা সৃষ্ট দুখন (বৈদ্যুতিক ক্ষেত্ৰ  আৰু বৈদ্যুতিক ক্ষেত্ৰ ) বৈদ্যুতিক ক্ষেত্ৰই বৈদ্যুতিক ক্ষেত্ৰ  বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰাব।

এই সূত্ৰৰ সহায়ত অসংখ্য বিন্দু আধানৰ বৈদ্যুতিক ক্ষেত্ৰৰ জোখ ল'বলৈ সুবিধা হয়। যদি হৈছে বৈদ্যুতিক ক্ষেত্ৰ  স্থিত আধান আৰু বৈদ্যুতিক ক্ষেত্ৰ  হৈছে প্ৰৱাহৰ অনুপস্থিতিত স্থান, তেন্তে অধ্যাৰোপণ সূত্ৰৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে মুঠ বৈদ্যুতিক ক্ষেত্ৰ হ'ব প্ৰত্যেকটো কণাৰ দ্বাৰা সৃষ্ট ক্ষেত্ৰৰ যোগফল।

    বৈদ্যুতিক ক্ষেত্ৰ 

স্থিতিবিদ্যুৎ ক্ষেত্ৰ

বৈদ্যুতিক ক্ষেত্ৰ 
ধনাত্মক(ৰঙা) আৰু ঋণাত্মক(নীলা) আধানক আগুৰা বৈদ্যুতিক ক্ষেত্ৰ

স্থিতিবিদ্যুৎ ক্ষেত্ৰ সময় সাপেক্ষে পৰিৱৰ্তনশীল নহয় আৰু আধান আৰু প্ৰৱাহ স্থিৰাৱস্থাত থাকে। এইক্ষেত্ৰত কুলম্বৰ সূত্ৰই ক্ষেত্ৰখন ব্যাখ্যা কৰিব পাৰে।

Tags:

বৈদ্যুতিক ক্ষেত্ৰ সংজ্ঞাবৈদ্যুতিক ক্ষেত্ৰ ৰ উৎসবৈদ্যুতিক ক্ষেত্ৰ অধ্যাৰোপণ সূত্ৰবৈদ্যুতিক ক্ষেত্ৰ স্থিতিবিদ্যুৎ ক্ষেত্ৰবৈদ্যুতিক ক্ষেত্ৰচুম্বকীয় ক্ষেত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

ফুটবলদক্ষিণপাট সত্ৰসনজীদা খাতুনমায়ংবৌদ্ধ ধৰ্মনাৰী সবলীকৰণবিশেষ শিক্ষাঅসমৰ মহকুমাসমূহৰ তালিকাঅসমৰ কুঁহিলা শিল্পৰামধেনু (আলোচনী)উমানন্দধেমাজি জিলাঅসমীয়া লোক-সংস্কৃতিবুলু ফিল্মনতুন দিল্লীভাষাবিজ্ঞানজ্ঞানপীঠ বঁটাখিলঞ্জীয়া লোকতোলনি বিয়াহনুমানজ্যামিতিযোৰানামচৰিত পুথিকলাজয়মতী (২০০৬ চলচ্চিত্ৰ)ফণী শৰ্মাভূগোলফুললোকবিশ্বাসভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাকোচ ৰাজবংশীযৌতুকগোলাঘাটপাঠ পৰিকল্পনাবিৰিঞ্চি কুমাৰ বৰুৱামাৰ্ক্সবাদমাধৱ কন্দলিমোৰ জীৱন সোঁৱৰণঅসমৰ শাক-পাচলিৰ তালিকাঅসমৰ বনৌষধিশৰৎচন্দ্ৰ গোস্বামীএৰিষ্ট'টলমোৰো এটা সপোন আছেসামাজিক উপভাষামৌৰ্য সাম্ৰাজ্যএমিবাভিয়েটনামনাৰীসংখ্যাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামৃত্যুৰমন্যাসবাদব্ৰাহ্ম সমাজপৃথিৱীতাপগতি বিজ্ঞানভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানজেং বিহুউপনিষদনামঘৰঈয়াৰুইঙ্গমবগীবিল দলংজয়মতী কুঁৱৰী (নাটক)সাঁচিপাতৰ পুথি (উপন্যাস)নৰেন্দ্ৰ মোদীবাহৰেইনৰ নাৰীবিষ্ণুপ্ৰসাদ ৰাভাদ্বিতীয় বিশ্বযুদ্ধখ্ৰীষ্টান ধৰ্মঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বৌদ্ধ দৰ্শনবেদান্তশকুন্তলাৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ🡆 More