দেৱদাস গান্ধী

দেৱদাস মোহনদাস গান্ধী (২২ মে ১৯০০ - ৩ আগষ্ট ১৯৫৭) আছিল মহাত্মা গান্ধীৰ চতুৰ্থটি আৰু একেবাৰে সৰুটো সন্তান। তেওঁৰ দক্ষিণ আফ্ৰিকাত জন্ম হয় আৰু ডেকাকালত হৈ মাক দেউতাকৰ লগত ভাৰতলৈ ঘূৰি আহে। তেওঁ দেউতাকৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল। তেওঁ এজন বিশিষ্ট সাংবাদিক আছিল। তেওঁ হিন্দুস্থান টাইমছৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯১৮ চনত তামিলনাডুৰ মোহনদাস গান্ধীৰ দ্বাৰা প্ৰতিষ্ঠাপিত দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভা (ডিবিএইচপিএছ)ৰ প্ৰথম প্ৰচাৰক আছিল। সভাৰ উদ্দেশ্য আছিল দক্ষিণ ভাৰতত হিন্দী ভাষাৰ প্ৰচলন কৰা।

দেৱদাস গান্ধী
দেৱদাস গান্ধী
১৯২০ চনত দেৱদাস গান্ধী
জন্ম দেৱদাস মোহনদাস গান্ধী
২২ মে ১৯০০ চন
দক্ষিণ আফ্ৰিকা
মৃত্যু ৩ আগষ্ট ১৯৫৭ চন
মুম্বাই ভাৰত
ৰাষ্ট্ৰীয়তা আফ্ৰিকীয়/ ভাৰতীয়
দাম্পত্যসঙ্গী লক্ষ্মী গান্ধী
পিতৃ-মাতৃ মোহনদাস গান্ধী(পিতা) কস্তুৰবা গান্ধী(মাতা)
সন্তান ৰাজমোহন গান্ধী, ৰামচন্দ্ৰ গান্ধী, গোপালকৃষ্ণ গান্ধী, তাৰা গান্ধী
আত্মীয়-স্বজন
  • চি. ৰাজাগোপালেশ্বৰী (শহুৰ)
  • চি. আৰ নৰসিংহ (জেঠেৰি)

বৈবাহিক জীৱন

দেৱদাস গান্ধী 
লক্ষ্মী আৰু দেৱদাস গান্ধীৰ বিয়াৰ ফটো

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়তে দেৱদাসৰ পিতৃৰ সহযোগী চি.ৰাজাগোপালেশ্বৰীৰ কন্যা লক্ষ্মীৰ সৈতে দেৱদাসৰ প্ৰেম হৈছিল। সেই সময়ত লক্ষ্মীৰ বয়স আছিল মাত্ৰ ১৫ বছৰ আৰু দেৱদাসৰ বয়স ২৮ বছৰ, দেৱদাসৰ পিতৃ আৰু ৰাজাজী দুয়োজনে নিজৰ পুত্ৰ আৰু কন্যাক দুয়োয়ে এজনে আনজনক দেখা নকৰাকৈ পাঁচ বছৰ অপেক্ষা কৰিবলৈ কৈছিল। পাঁচ বছৰ পাৰ হোৱাৰ পিছত, তেওঁলোকক ১৯৩৩ চনত পিতৃৰ কথা মতে বিয়া পাতি দিয়ে।

দেৱদাস আৰু লক্ষ্মীৰ চাৰিটা সন্তান আছিল,তেওঁ ক্ৰমে- ৰাজমোহন গান্ধী, ৰামচন্দ্ৰ গান্ধী, গোপালকৃষ্ণ গান্ধী, তাৰা গান্ধী ভট্টাচাৰ্যী(জন্ম ২৪ এপ্ৰিল ১৯৩৪ চন, নতুন দিল্লী)

তথ্য সংগ্ৰহ

Tags:

দক্ষিণ আফ্ৰিকামহাত্মা গান্ধী

🔥 Trending searches on Wiki অসমীয়া:

খাদ্য সুৰক্ষানীলকণ্ঠী ব্ৰজপৰম্পৰাশ্ৰীনিবাস ৰামানুজনবিহুগীতহেমকোষমাতৃভাষাকাৰ্বি আংলং জিলাৰাষ্ট্ৰসংঘঅসম বিধানসভাঅণুগল্পমালিতামাজুলীঅসমীয়া ভাষামৰিগাঁও জিলাসাধুকথামুখমৈথুনপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰবকুল ফুলৰ দৰে (গ্ৰন্থ)পৃথুজোৰোণগুৰু আসনৰেখাপদাৰ্থৰ অৱস্থাগোলকীয় উষ্ণতা বৃদ্ধিঅংগৰাগ মহন্তআমেৰিকা যুক্তৰাষ্ট্ৰঅগ্নিগড়কৰতল কমল কমল দল নয়নম'হৰ শিঙৰ পেঁপাপথেৰ পাঁচালীসম্ৰাট অশোকবিশেষ্য পদবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসহৰি-হৰ যুদ্ধজ্যোতিপ্ৰসাদ ৰচনাৱলীচাইকেলম’বাইল ফোনৰোমাণ্টিক কবিতামেঘালয়ৰ মাতৃবংশীয় সমাজশ্ৰীমন্ত শংকৰদেৱমিচিং জনগোষ্ঠীলেটিন ভাষাসপ্তকাণ্ড ৰামায়ণg987zভাৰত-চীন যুদ্ধমাধৱী লতাউগ্ৰতাৰা দেৱালয়অংকীয়া নাটনীতি আয়োগকৃষ্ণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবিশ্বনাথ চাৰিআলিনেপালমামণি ৰয়ছম গোস্বামীৰ উপন্যাসপাঠ্যক্ৰমকাৰ্বি ভাষাউত্তৰ-পূব ভাৰতমৌখিক ইতিহাসগণিতসিংহএকলব্যঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদলীলা গগৈৰমন্যাসবাদফলৰ তালিকাখোলপ্ৰশান্ত মহাসাগৰশিৱবাণিজ্যধ্যান চান্দজন গণ মনপদুম🡆 More