জংখা ভাষা: ভূটানত প্ৰচলিত চীন-তিব্বতীয় ভাষা

জংখা (རྫོང་ཁ་; ) হৈছে ভূটানৰ চৰকাৰী আৰু জাতীয় ভাষা। ইয়াক তিব্বতী লিপি ব্যৱহাৰ কৰি লিখা হৈছে।

জংখা
ভূটীয়া
རྫོང་ཁ་
জংখা ভাষা: ভূটানত প্ৰচলিত চীন-তিব্বতীয় ভাষা
থলুৱা অঞ্চল ভূটান
জাতীয়তা গালপ মানুহ
স্থানীয় ভাষিক

মুঠ ভাষিক জনসংখ্যা: ৬ লাখ ৪০ হাজাৰ
ভাষা পৰিয়াল
চীন-তিব্বতী
  • তিবেটো-কানৌৰী ?
    • বডিছ
      • তিব্বতী
        • জংখা–লোহকা
          • জংখা
পূৰ্বসূৰী
প্ৰটʼ-চীন-তিব্বতী
  • পুৰণা তিব্বতী
    • ধ্ৰুপদী তিব্বতী
উপভাষা *লয়া উপভাষা
  • লুনানা উপভাষা
  • আদপ
লিখন প্ৰণালী তিব্বতী লিপি
জংখা ব্ৰেইল
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
জংখা ভাষা: ভূটানত প্ৰচলিত চীন-তিব্বতীয় ভাষা ভূটান
নিয়মাধীন হয়
জংখা ডেভলেপমেন্ট কমিছন
ভাষা সংকেত
ISO 639-1 dz
ISO 639-2 dzo
ISO 639-3 dzo – inclusive code
Individual codes:
lya – Laya
luk – Lunana
adp – Adap
গ্লোটোলগ nucl1307
লিংগোৱাস্ফেয়াৰ 70-AAA-bf
জংখা ভাষা: ভূটানত প্ৰচলিত চীন-তিব্বতীয় ভাষা
Districts of Bhutan in which the Dzongkha language is spoken natively are highlighted in yellow.
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

লিখনীৰ নমুনা

মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ১ নং অনুচ্ছেদৰ জংখা ভাষাত এটা নমুনা পাঠ তলত দিয়া হ’ল:

জংখা ভাষা: འགྲོ་ བ་ མི་ རིགས་ ག་ ར་ དབང་ ཆ་ འདྲ་ མཏམ་ འབད་ སྒྱེཝ་ ལས་ ག་ ར་ གིས་ གཅིག་ ལུ་ སྤུན་ ཆའི་ དམ་ ཚིག་ བསྟན་ དགོ།

উচ্চাৰণ: ’Gro- ba- mi- rigs- ga- ra- dbaṅ- cha- ’dra- mtam- ’bad- sgyew- las- ga- ra- gis- gcig- lu- spun- cha’i- dam- tshig- bstan- dgo

অসমীয়া অনুবাদ: সকলো মানুহ জন্মতে মুক্ত আৰু স্বাভিমান আৰু অধিকাৰ সমান। তেওঁলোকে যুক্তি আৰু বিবেকেৰে সমৃদ্ধ আৰু ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধৰ মনোভাৱেৰে কাম কৰা উচিত।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অৰুণোদইশিৱসাগৰ পুখুৰীমানৱ ভূগোলপাণিনিবিজ্ঞাপনস্বদেশী আন্দোলনভাৰতআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিকুলিশেলাইমহাসাগৰকোচ ৰাজবংশশীতল যুদ্ধকলাদুৰ্যোগইছলামগঙ্গা নদীতেজপুৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলম’বাইল ফোনমৌখিক ইতিহাসভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাৱিকিমিডিয়া ফাউণ্ডেশ্যনভাৰতৰ স্বাধীনতা আন্দোলননীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাইষ্ট ইণ্ডিয়া কোম্পানীইণ্টাৰনেটবিহুশ্ৰীমন্ত শংকৰদেৱপিম্পৰা গুচোৱাৰেখাবীৰেন্দ্ৰনাথ দত্তশুৱালকুছিঅম্বিকাগিৰি ৰায়চৌধুৰীপাচন তন্ত্ৰজয়মতী কুঁৱৰীঅসমৰ পৰম্পৰাগত খেল-ধেমালিহিতেশ্বৰ বৰবৰুৱাভাৰত-আৰ্য ভাষা পৰিয়ালমহেন্দ্ৰ বৰাভাৰতীয় জনতা পাৰ্টিঅসমৰ সত্ৰসমূহৰ তালিকাপাঁচালীপৃথিৱীভলিবলচাইকেলডিব্ৰুগড় জিলাশিক্ষামামণি ৰয়ছম গোস্বামীমাটিনৱকান্ত বৰুৱালভিতাবহনক্ষম উন্নয়নৰ লক্ষ্যব'হাগ বিহুবিপন্ন প্ৰজাতিনীলকণ্ঠী ব্ৰজআমৰংঘৰমৌ-মাখিশ্ৰীনিবাস ৰামানুজনসদৌ অসম ছাত্ৰ সন্থাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যজাভাজাতনামঅংকীয়া নাটঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাহৰণ (গণিত)সংযুক্ত মুক্তি বাহিনী, অসমম'হৰ শিঙৰ পেঁপাপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যসাম্যবাদী সমাজব্ৰিটিছ ৰাজসংগীত🡆 More