গোদাৱৰী নদী: ভাৰতৰ নদী

81°48′E / 17°N 81.8°E / 17; 81.8

গোদাৱৰী দক্ষিণ ভাৰতৰ এখন মুখ্য নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাট পৰ্বত শ্ৰেণীৰ অন্তৰ্গত ত্ৰিম্বক পৰ্বতৰ পৰা হৈছে। ইয়াৰ দীঘ প্ৰায় ১৪৬৫ কিলোমিটাৰ। গোদাৱৰী নদীৰ মুখ্য উপনদীসমূহ হ'ল ক্ৰমে প্ৰাণহিতা, ইন্দ্ৰাৱতী, মঞ্জিৰা। এই নদীখন মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশেৰে বৈ গৈ ৰাজহমুন্দী চহৰৰ সমীপ বংগোপসাগৰত মিলিত হয়।

গোদাৱৰী
নদী
গোদাৱৰী নদী: মুখ্য ধাৰাসমূহ, নামকৰণ, চিত্ৰ সম্ভাৰ
খাম্মাম জিলাত গোদাৱৰী নদীত থকা নদীবান্ধ
দেশ ভাৰত
প্ৰদেশসমূহ মহাৰাষ্ট্ৰ, টেলেংগানা, চত্তিছগড়, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী (য়ানাম)
অঞ্চল দক্ষিণ ভাৰত, পশ্চিম ভাৰত
উপনৈ
 - বাঁওদিশত বানগংগা, কাৰ্ৱা, শিৱানা, পূৰ্ণ, কদম, প্ৰাণাহিতা, ইন্দ্ৰাৱতী, তালিপেৰু, ছাবাৰি
 - সোঁদিশত নাছাৰ্ডি, দৰ্ণা, প্ৰভাৰা, সিন্দফনা, মঞ্জিৰা, মানাইৰ, কিন্নেৰাশানী
চহৰসমূহ নাছিক, নান্দেদ, ৰামাগোন্দম, ৰাজামুণ্ড্ৰী, ভদ্ৰাচলম
উৎস
 - অৱস্থান ব্ৰহ্মগিৰি পৰ্বত, ত্ৰাম্বাকেশ্বৰ, নাছিক, মহাৰাষ্ট্ৰ, ভাৰত
 - উচ্চতা ৯২০ মি (৩,০১৮ ফুট)
 - স্থানাঙ্ক 19°55′48″N 73°31′39″E / 19.93°N 73.5275°E / 19.93; 73.5275
মোহনা
 - অৱস্থান অন্তৰদেৱীৰ পৰা বংগোপসাগৰ, পূৱ গোদাৱৰী, অন্ধ্ৰ প্ৰদেশ, ভাৰত
 - উচ্চতা ০ মি (০ ফুট)
 - স্থানাঙ্ক 17°0′N 81°48′E / 17°N 81.8°E / 17; 81.8 
দৈৰ্ঘ্য ১,৪৬৫ কিমি (৯১০ মাইল)
অৱবাহিকা ৩,১২,৮১২ বৰ্গকিমি (১,২০,৭৭৭ বৰ্গমাইল)
প্ৰবাহ
 - গড় ৩,৫০৫ ঘনমিটাৰ/ছেকেণ্ড (১,২৩,৭৭৮ ঘনফুট/ছেকেণ্ড)
Discharge elsewhere (average)
 - পলাৱৰম (১৯০১-১৯৭৯) ৩,০৬১.১৮ ঘনমিটাৰ/ছেকেণ্ড (১,০৮,১০৫ ঘনফুট/ছেকেণ্ড)
গোদাৱৰী নদী: মুখ্য ধাৰাসমূহ, নামকৰণ, চিত্ৰ সম্ভাৰ
দক্ষিণ ভাৰত উপদ্বীপৰ মাজেৰে গোদাৱৰীৰ গতিপথ

মুখ্য ধাৰাসমূহ

গোদাৱৰীক সাতটা শাখাত বিবেচনা কৰা হয়-

  • গৌতমী
  • বসিষ্ঠা
  • কৌষিকী
  • আত্ৰেয়ী
  • বৃদ্ধগৌতমী
  • তুল্যা
  • ভাৰদ্বাজী

নামকৰণ

কিছু বিদ্বানৰ মতে ইয়াৰ নামকৰণ তেলেগু শব্দ "গোদ"ৰ পৰা হৈছিল যাৰ অৰ্থ মৰ্যাদা

চিত্ৰ সম্ভাৰ

গোদাৱৰী নদী: মুখ্য ধাৰাসমূহ, নামকৰণ, চিত্ৰ সম্ভাৰ 
গোদাৱৰী নদী: মুখ্য ধাৰাসমূহ, নামকৰণ, চিত্ৰ সম্ভাৰ 
ৰাজহমুন্দী চহৰৰ সমীপ গোদাৱৰী নদী

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

গোদাৱৰী নদী মুখ্য ধাৰাসমূহগোদাৱৰী নদী নামকৰণগোদাৱৰী নদী চিত্ৰ সম্ভাৰগোদাৱৰী নদী তথ্য সংগ্ৰহগোদাৱৰী নদী বাহ্যিক সংযোগগোদাৱৰী নদী

🔥 Trending searches on Wiki অসমীয়া:

অভিধানঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅসমত দেখা পোৱা মাছৰ তালিকাবেদঅসমৰ জনগোষ্ঠীভাৰতীয় ৰেললীলা গগৈজামুগুৰিহাটজল প্ৰদূষণধুবুৰী (লোকসভা সমষ্টি)মৈদামনৰকাসুৰঘিলাধাৰী ঘাটৰ সন্ধিকম্পিউটাৰশোণিতপুৰ জিলাঅৰুণাচল প্ৰদেশমাঘ বিহুনগাঁও (লোকসভা সমষ্টি)গণৰাজ্য দিৱস (ভাৰত)পদাৰ্থৰ অৱস্থাযৌন সংগমসঁফুৰা (শিশু আলোচনী)শৰৎচন্দ্ৰ গোস্বামীবাজেটযোগ দৰ্শনচি++অসমৰ শাক-পাচলিৰ তালিকাভাৰতৰ শিক্ষামূৰাৰা, ৰঙিয়াবৃত্তউদ্ভিদশ্বিলংমাছডিগবৈহেমকোষবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনপ্লেটোশেলাইমানস ৰাষ্ট্ৰীয় উদ্যানবিজ্ঞাপননলিনীবালা দেৱীঅংকজীৱনৰ বাটতসত্যনাথ বৰানলবাৰীআপংউগ্ৰতাৰা দেৱালয়ইষ্ট ইণ্ডিয়া কোম্পানীবুৰঞ্জী সাহিত্যকমলাকান্ত ভট্টাচাৰ্য্যমানচিত্ৰযৌগিক সংখ্যাৰোমাণ্টিক কবিতাইংৰাজী ভাষানাৰীঘৰ শালিকাবৰদৈচিলা২০২৩ জি-২০ নতুন দিল্লী সন্মিলনপৰিৱেশ তন্ত্ৰম’বাইল ফোন৭ ফেব্ৰুৱাৰীবৌদ্ধ ধৰ্মদিননীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাআজান পীৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাসিন্ধু সভ্যতাযোৰহাট জিলানৱ-বৈষ্ণৱ ধৰ্মলোকসভাঢেঁকীচৰিত পুথিঅসমীয়া জাতিহিউৱেন-চাংঅস্বাভাৱিক মনোবিজ্ঞান🡆 More