খৰ্গেশ্বৰ তালুকদাৰ

খৰ্গেশ্বৰ তালুকদাৰ ( জন্ম : ২৩ জুন ১৯৫৯-১০ ডিচেম্বৰ ১৯৭৯) ৰ জন্ম হৈছিল অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত। তেওঁ অসম আন্দোলনৰ প্ৰথম শ্বহীদ। তেওঁৰ পিতৃ আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ সাবিত্ৰীবালা। খৰ্গেশ্বৰ তালুকদাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী আছিল। অসম আন্দোলনৰ আৰম্ভণি কালতে ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল। মৃত্যুৰ সময়ত খৰ্গেশ্বৰ তালুকদাৰ আছিল সৰুপেটাৰ বি.এইচ.বি.

মহাবিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ।

খৰ্গেশ্বৰ তালুকদাৰ
জন্ম ২৩ জুন, ১৯৫৯ (৬৪ বছৰ)
অবিভক্ত কামৰূপ জিলা, অসম, ভাৰত
(বৰ্তমানৰ বৰপেটা)
মৃত্যু ১০ ডিচেম্বৰ, ১৯৭৯ (২০ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান বি.এইচ.বি. মহাবিদ্যালয়
পিতৃ-মাতৃ গৌৰীকান্ত তালুকদাৰ (পিতৃ)
সাবিত্ৰীবালা (মাতৃ)

তথ্য সমল

বাহ্যিক সংযোগ

Tags:

অবিভক্ত কামৰূপ জিলাঅসম আন্দোলনবৰপেটা জিলা

🔥 Trending searches on Wiki অসমীয়া:

অভিধানঅসমীয়া জাতিবসন্ত ৰোগব্ৰিটিছ ৰাজবিহু নৃত্যবৃন্দাবনী বস্ত্ৰমাইলছ ব্ৰনছনৰংঘৰপ্লেটোহয়গ্ৰীৱ মাধৱ মন্দিৰঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰবায়ু প্ৰদূষণঅসমীয়া লিপিৰ বুৰঞ্জীপাঠ্যক্ৰমচকলংপ্ৰদূষণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅসমৰ পৰম্পৰাগত খেল-ধেমালিনাৰী সবলীকৰণমইনা পাৰিজাতৰুবুল মাউতউমানন্দমাধৱদেৱচাহেবপুৰাৰ বৰষুণগণতন্ত্ৰকামৰূপী উপভাষাআয়ুৰ্বেদভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাৰাজনৈতিক দলটেক্‌ট'নিক প্লেটপবা বৰ্ষাৰণ্যপুথিভঁৰালডিমাছা জনগোষ্ঠীচন্দ্ৰপ্ৰভা শইকীয়ানীধাতু আৰু অধাতুবাজেটড়ভাষা২৮ মাৰ্চঅসম বিধানসভাকোৰআনগান্ধী–আৰউইন চুক্তিমহিম বৰাহিমালয়মৃত্যুঞ্জয়কালিকা পুৰাণইছলামৱিকিপিডিয়াব-দ্বীপবতাহকালিদাসপৰিয়ালচন্দ্ৰগুপ্ত মৌৰ্যঅসমীয়া উপন্যাসবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনভাৰতৰ শাস্ত্ৰীয় নৃত্যকৃষ্ণআল্লাহপ্ৰাকৃতিক দুৰ্যোগস্বাধীনতা দিৱস (ভাৰত)নলবাৰী জিলাসাধুকথাবাঁহীকলিতা জনগোষ্ঠীসংস্কৃত ভাষাদেউৰী জনগোষ্ঠীকলাএৰিষ্ট'টলনাৰায়ণদেৱফিজিৰ শ্ৰুতিকথাচৰাইফৰাচী বিপ্লৱসংবিধান দিৱস (ভাৰত)শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰুদ্ৰ কন্দলীহাবুংগদ্য🡆 More