এডমাণ্ড হেলি

এডমাণ্ড হেলি (বা এডমণ্ড হেলি; ইংৰাজী: Edmond Halley বা Edmund Halley; ৮ নৱেম্বৰ, ১৬৫৬ – ২৫ জানুৱাৰী, ১৭৪২) আছিল এজন ক্ৰমে ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী। হেলিৰ ধুমকেতুৰ কক্ষপথ গণনা কৰি উলিওৱাৰ বাবেই এডমাণ্ড হেলি বেছিকৈ বিখ্যাত। জন ফ্লেমষ্টীডৰ উত্তৰাধিকাৰ লাভ কৰি এডমাণ্ড হেলি ব্ৰিটেইনৰ দ্বিতীয়জন ৰাজকীয় জ্যোতিৰ্বিদ হৈছিল।

এডমাণ্ড হেলি
এডমাণ্ড হেলি
ৰিচাৰ্ড ফিলিপছৰ দ্বাৰা অংকিত হেলিৰ চিত্ৰ
জন্ম ৮ নৱেম্বৰ, ১৬৫৬
হেগাৰষ্টন, মিডিলচেক্স, ইংলেণ্ড
মৃত্যু ২৫ জানুৱাৰী, ১৭৪২
গ্ৰীণউইচ, কেণ্ট, ইংলেণ্ড
জাতীয়তা ইংৰাজী
ক্ষেত্ৰ জ্যোতিৰ্বিজ্ঞান, ভূ-পদাৰ্থ বিজ্ঞান, গণিত, বতৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মানচিত্ৰ অংকন বিদ্যা
কৰ্মস্থান অক্সফ'ৰ্ড বিশ্ববিদ্যালয়
ৰাজকীয় মানমন্দিৰ, গ্ৰীণউইচ
শিক্ষানুষ্ঠান দ্য কুইনচ্ কলেজ, অক্সফ'ৰ্ড
দাম্পত্যসঙ্গী মেৰী টূকী
সতি-সন্ততি এডমণ্ড হেলি (d. ১৭৪১)
মাৰ্গাৰেট (d. ১৭১৩)
ৰিছেল (d. ১৭৪৮)

প্ৰাৰম্ভিক জীৱন

১৬৫৬ চনৰ ৮ নৱেম্বৰত পূৱ লণ্ডনৰ হেগাৰষ্টন নামে ঠাইত এডমাণ্ড হেলিৰ জন্ম হৈছিল। হেলিৰ পিতৃৰ নাম আছিল এডমণ্ড আৰু মাতৃৰ নাম আছিল এনি। শিশু অৱস্থাত হেলি গণিতৰ প্ৰতি বিশেষ আগ্ৰহী আছিল। ছেইণ্ট পলচ স্কুল আৰু কুইনচ্ কলেজ, অক্সফ'ৰ্ডৰ পৰা হেলিয়ে প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। স্নাতক ছাত্ৰাৱস্থাতেই হেলিয়ে সৌৰজগত আৰু সৌৰ কলংকৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল।

জীৱিকা

প্ৰকাশন আৰু উদ্ভাৱন

অক্সফৰ্ড বিশ্ববিদ্যালয়ত থকা সময়ছোৱাত ৰাজকীয় জ্যোতিৰ্বিদ জন ফ্লেমষ্টীডৰ সৈতে হেলিৰ পৰিচয় ঘটে। ফ্লেমষ্টীডৰ উত্তৰ গোলাৰ্ধৰ তৰাবোৰৰ সূচী সংকলন কৰা প্ৰকল্পটোৰ দ্বাৰা প্ৰভাৱান্বিত হৈ হেলিয়ে দক্ষিণ গোলাৰ্ধৰ বাবেও তেনে কৰিবলৈ প্ৰস্তাব ৰাখিছিল। ১৬৭৬ চনত হেলিয়ে ছেইণ্ট হেলেনাৰ দক্ষিণ আটলাণ্টিক দ্বীপত উপস্থিত হৈছিল আৰু দক্ষিণ গোলাৰ্ধৰ তৰাবোৰৰ সূচী সংকলন কৰাৰ উদ্দেশ্যে তাত এটা ডাঙৰ ছে'ক্সটেণ্ট তথা টেলিস্কপ যন্ত্ৰসহ পৰ্যবেক্ষণ কেন্দ্ৰ স্থাপন কৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

এডমাণ্ড হেলি প্ৰাৰম্ভিক জীৱনএডমাণ্ড হেলি জীৱিকাএডমাণ্ড হেলি তথ্য সংগ্ৰহএডমাণ্ড হেলি বাহ্যিক সংযোগএডমাণ্ড হেলিইংৰাজী ভাষা২৫ জানুৱাৰী৮ নৱেম্বৰ

🔥 Trending searches on Wiki অসমীয়া:

মে ডাম মে ফিমিচিং জনগোষ্ঠীৰ সাজপাৰধুবুৰী (লোকসভা সমষ্টি)পাৰিজাত হৰণ নাটৰবীন্দ্ৰনাথ ঠাকুৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)কমলাকান্ত ভট্টাচাৰ্য্যমাছপৰ্যাবৃত্ত তালিকাত্ৰিপিটকঘৰচিৰিকাবিশ্ব বেংকলাচিত বৰফুকনভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাভেদাই লতাহিমবাহশৰৎ ঋতুবিৰিঞ্চি কুমাৰ বৰুৱাপাৰ চৰাইমাৰ্ঘেৰিটা মহকুমাসূৰ্যকুমাৰ ভূঞাঅসমীয়া লোক-সংস্কৃতিক্ৰিকেটভিটামিনগান্ধাৰীঅতুল চন্দ্ৰ হাজৰিকাঅন্তৰীপ (উপন্যাস)ড়উদাৰনৈতিকতাবাদসংখ্যাপৰ্যটনকাতি বিহু৭ ফেব্ৰুৱাৰীমোৱামৰীয়া বিদ্ৰোহভূমিস্খলনজৈৱিক কৃষিঅসমৰ পৰম্পৰাগত সাজ-পাৰভলিবলস্বাভাৱিক সংখ্যাবেণুধৰ শৰ্মানামচিংঅসমীয়া গালি-গালাজহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)খামটি জনগোষ্ঠীকৰ'নাভাইৰাছ ৰোগ ২০১৯ৰংঘৰচন্দ্ৰকুমাৰ আগৰৱালাকাৰেঙৰ লিগিৰীঅসমৰ জাতীয় গীতভীমৰাও ৰামজী আম্বেদকাৰবৌদ্ধ ধৰ্মবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণচি++এৰী ৰেচমচিৰ চেনেহী মোৰ ভাষা জননীৰাষ্ট্ৰসংঘচামেলি মেমচা'বপ্ৰাক-ইতিহাসঈয়াৰুইঙ্গমজোৰোণচৰকাৰচৰ্যাপদসৌৰজগতঅসমৰ জিলাসমূহযোৰহাট জিলাৰ ইতিহাসঅসমীয়া লোকসাহিত্যগোৱালপৰীয়া লোকগীতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅগ্নিগড়দিনহেমচন্দ্ৰ বৰুৱাডাকৰ বচনশ্ৰীমদ্ভগৱতগীতাঅসমৰ সাধুকথাহাবুং🡆 More