ইমান তিতা সাগৰৰ পানী

ইমান তিতা সাগৰৰ পানী এখন আত্মজীৱনী। হীৰেন গোহাঁইৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। প্ৰথম প্ৰকাশক-আলিবাট প্ৰকাশন। গ্ৰন্থখনত মুঠ ১৭টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২৭২। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, আৰু সপোনৰ দিকচৌ বনত।

ইমান তিতা সাগৰৰ পানী  
লেখক হীৰেন গোহাঁই
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশ ২০১১
মিডিয়া প্ৰকাৰ মুদ্ৰণ

আত্মজীৱনীখনৰ সূচীপত্ৰ

  • কথাৰম্ভ
  • বামপণ্ঠী সংগঠনৰ সেৱাত (ক)
  • বামপণ্ঠী সংগঠনৰ সেৱাত (খ)
  • সংসাৰমায়া অতীৱ বিচিত্ৰম্
  • কেম্পাছৰ বছৰবোৰ
  • অবিস্মৰণীয়
  • বিদ্ধত সংসৰ্গৰ বৈচিত্ৰ্য (ক)
  • বিদ্ধত সংসৰ্গৰ বৈচিত্ৰ্য (খ)
  • হেমাংগদা
  • অনিল ৰায়চৌধুৰীক মই যিদৰে জানো
  • দিগন্তত ক’লা ডাৱৰ
  • কালধুমুহাৰ তাণ্ডৱ
  • অন্ধযুগৰ আগমন
  • এক অনুসন্ধানৰ প্ৰতিবেদন
  • এক ট্ৰে’জিক চৰিত্ৰ
  • শিল্প-সাহিত্যৰ বিষুৱ অৰণ্যত
  • মৃত্যুৰ সৈতে মুখামুখি

তথ্য সংগ্ৰহ

Tags:

বতাহত ক’ৰ গধূলি গোপালসপোনৰ দিকচৌ বনতহীৰেন গোহাঁইহেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী

🔥 Trending searches on Wiki অসমীয়া:

বিশ্বনাথ চাৰিআলিঅস্বাভাৱিক মনোবিজ্ঞানবুলু ফিল্মশব্দহস্তীবিদ্যাৰ্ণৱএ পি জে আব্দুল কালামকলআজান পীৰটুক্ৰেশ্বৰী দেৱালয়উত্তৰ-পূব ভাৰতৰুক্মিণী হৰণ নাটকৰমুখমৈথুননীলকণ্ঠী ব্ৰজসোণোৱাল কছাৰীবুৰঞ্জী সাহিত্যমামণি ৰয়ছম গোস্বামীইণ্টাৰনেটঅসমত দেখা পোৱা মাছৰ তালিকাঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰঅসমৰ ইতিহাসবাণীকান্ত কাকতিগৰু বিহুএচিদ বৰষুণগণতন্ত্ৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰহুমায়ুনৰ সমাধিক্ষেত্ৰৰাষ্ট্ৰসংঘ দিৱসঅসমত দেখা পোৱা সাপবোৰচৰিত পুথিইয়াণ্ডাবু সন্ধিমানৰ অসম আক্ৰমণঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমই আৰু নেফাবাঁহীকামৰূপী উপভাষাজল সংৰক্ষণপ্ৰাকৃতিক পৰিৱেশভূমি প্ৰদূষণমৰুভূমিলখিমপুৰ (লোকসভা সমষ্টি)অসমীয়া সাহিত্যআফগানিস্তানচ্যু-খ্ৰুং-ফাহেম বৰুৱা (ত্যাগবীৰ)চামেলি মেমচা'বম’বাইল ফোনঅসম আৰক্ষীআধুনিকতাবাদভাৰতীয় সাহিত্যগ্ৰহযোগ দৰ্শনশূন্যগৌতম বুদ্ধমানস ৰাষ্ট্ৰীয় উদ্যানৰাভা জনগোষ্ঠীঅংকশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯সেউজ গৃহ প্ৰভাৱব্যষ্টিবাদী অৰ্থনীতিলোকাচাৰবিৰিঞ্চি কুমাৰ বৰুৱাসম্পাদনাবতৰহৰি-হৰ যুদ্ধতলাতল ঘৰশিৱসাগৰৰ শিৱদৌলসূৰ্যজেং বিহুঅসমৰ চলচ্চিত্ৰঅসমৰ পৰম্পৰাগত সাজ-পাৰবহুকোষী জীৱঅসম বিধানসভা🡆 More