অণু

অণু (ইংৰাজী: Molecule, pron.: /ˈmɒlɪkjuːl/) হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু আয়নিক, সহযোজী ৰাসায়নিক বান্ধনী বা তেনে বান্ধনীৰে বান্ধি ৰখা দুটা বা ততোধিক পৰমাণুৰ সমষ্টি। অণুবোৰক বৈদ্যুতিক আধানৰ ভিত্তিত আয়নতকৈ পৃথক বুলি দেখুৱাব পাৰি। অৱশ্যে কোৱান্টাম বলবিজ্ঞান, জৈৱ ৰসায়ন, জৈৱিক ৰসায়নত এই নিয়মৰ কিছু শিথিলতা দেখা যায় আৰু যিকোনো দুটা বা ততোধিক পৰমাণুৰ সমষ্টিকেই অণু বোলা হয়।

অণু
ত্ৰিমাত্ৰিক (বাওঁ ফালে আৰু মাজত) আৰু দ্বিমাত্ৰিক (সোঁফালে) ৰূপত টাৰপিনয়ড অণু

গেছৰ গতি বিজ্ঞানত অণু শব্দটো প্ৰায়েই যিকোনো গেছীয় কণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মতে সম্ভ্ৰান্ত গেছৰ পৰমাণু সমূহ একক আৰু কোনো বান্ধনীৰ দ্বাৰা বান্ধ খায় নথকাৰ পাছতো ইহঁতক অণু বুলি ধৰা হয়।

এটা অণুত একেবিধ ৰাসায়ণিক উপাদান থাকিব পাৰে বা যেনে অক্সিজেন (O2), বা ভিন্ন ভিন্ন উপাদান থাকিব পাৰে যেনে পানী (H2O) । অ-সহযোজী বান্ধনী যেনে হাইড্ৰজেন বান্ধনী বা আয়নিক বান্ধনীৰে বান্ধ সংযুক্ত পৰমাণু বা সংকুলক সাধাৰণতে অণু বোলা নহয়।


পদাৰ্থ গঠনকাৰী অংশ হিচাপে স্বাভাবিকতে সকলো জৈৱিক বস্তুতে অণুৰ অৱস্থিতি দেখা যায়। বায়ুমণ্ডল আৰু পৃথিৱীৰ জলভাগৰো অধিকাংশ অণুৱে অধিকাৰ কৰি আছে। পৃথিৱীত থকা আমাৰ চিনাকী সৰহ অংশক গোটা বস্তু পৃথিৱীৰ উপৰিভাগ, মেন্টেল অংশ, আৰু উষ্ণ ক’ৰ অংশ (সকলোতকৈ ভিতৰ ভাগ)ত বহুতো ৰাসায়নিক বান্ধনি দেখিবলৈ পোৱা যায়, কিন্তু ইয়াৰে সকলোবোৰ চিনাক্ত কৰণ কৰিব পৰা অণুৰে গঠিত নহয়। তাৰোপৰি যদিও একক কোষৰ দ্বিমাত্ৰিক সমতলত (যেনে: গ্ৰাফিন) বা ত্ৰিমাত্ৰিক অৱস্থানত ( যেনে: হীৰা,কোৱাৰ্টজ,ছডিয়াম ক্লৰাইড) হোৱা পুনৰাবৃতিৰ ফলতেই আয়নিক স্ফটিক (লৱণ (ৰসায়ন বিজ্ঞান) । লৱণ) আৰু সহযোজী স্ফটিক (জালিকৃত গোটা দ্ৰব্য)ৰ সৃষ্টি হয় ইহঁতৰ ক্ষেত্ৰতো কিন্তু নিৰ্দিষ্ট অণুৰ বৰ্ণনা কৰিব নোৱাৰি। একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা সৰহ সংখ্যক ধাতবীয় বান্ধনীযুক্ত গোটা দ্ৰব্যত দেখিবলৈ পোৱা যায়, যি এইটো প্ৰমাণ কৰে যে সৰহ সংখ্যক গোটা দ্ৰব্য অণুৰে গঠিত নহয়। চিচা(গ্লাচ)ত কোনো নিৰ্দিষ্ট অণুৰ অৱ্স্থিতি নথকাকৈয়ে পৰমাণু সমূহ ৰাসায়নিক বান্ধোনেৰে বান্ধ খায় থাকে, য’ত স্ফটিকৰ দৰে কোনো একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা দেখা নাযায়।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

en:Help:IPA for Englishকোৱান্টাম বলবিজ্ঞানজৈৱ ৰসায়নজৈৱিক ৰসায়নপৰমাণুৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

প্ৰকৃতিবৌদ্ধ দৰ্শনশ্বজিবু নোংমা পানবানাগৰিকত্ববাংলাদেশদিহানামশকুন্তলাদিনমাৰিয়া মণ্টেছৰীভাৰতৰ প্ৰধানমন্ত্ৰীঅৰ্জুন ভঞ্জনমাহকৃষিলালকিল্লাআৰ্যভট্টভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবিহুৰ খাদ্যমাধৱ কন্দলিৰামচৰণ ঠাকুৰগোলকীয় নাগৰিকত্বকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমনকৰআকাশী গংগা জলপ্ৰপাতনেপালসালোক সংশ্লেষণভূমি প্ৰদূষণবেটুপাতবসন্ত ঋতুঅসমীয়া সাহিত্যত মালিতাঅশোকাষ্টমীৱাশ্বিংটন ডি.চি.বুলু ফিল্মঅংকীয়া নাটসাহিত্য সমালোচনামনবলইণ্ডিয়ান অভাৰচিজ বেংককবিতাউৎসেচকশ্ৰীমন্ত শংকৰদেৱবেংক অৱ বৰোদাৰাণী গাইডিনলিউসুভাষ চন্দ্ৰ বসুৰঘুনাথ চৌধাৰীঅসমীয়া ভাষা আন্দোলননীলমণি ফুকন (জ্যেষ্ঠ)জয়মতী (১৯৩৫ চলচ্চিত্ৰ)মৰাণ জনগোষ্ঠীহিচাপবিদ্যাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫সময়ভ্ৰাম্যমাণ থিয়েটাৰমানস ৰাষ্ট্ৰীয় উদ্যানঅসমৰ মন্ত্ৰ-সাহিত্যদুৰ্গাবৰ কায়স্থৰবীন্দ্ৰনাথ ঠাকুৰবৃশ্চিক (ৰাশি)মোৰ জীৱন সোঁৱৰণএচিদ বৰষুণপোহৰৰ বেগচানডুবি বিলপিয়লি বৰুৱাসংস্কৃত ভাষাবাৰ্ট্ৰেণ্ড ৰাছেলস্বামী বিবেকানন্দশৰৎচন্দ্ৰ গোস্বামীস্বৰাজশ্ৰী শ্ৰী বটদ্ৰৱা থানভূমিদান প্ৰথাবেংক অৱ মহাৰাষ্ট্ৰভাৰতীয় জনতা পাৰ্টিঅসমীয়া কবিতাৰ ইতিহাসঅশোক ফুল🡆 More