ৰোগ

ৰোগ (ইংৰাজী: Disease) হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যি কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে। ৰোগ বুলিলে প্ৰায়ে বিশেষ লক্ষণ আৰু চিহ্নযুক্ত চিকিৎসা সম্বন্ধীয় পৰিস্থিতি বুলি কোৱা হয়। ৰোগ সাধাৰণতে বাহ্যিক কাৰকৰ বাবে হয়, বা কিছুমান ৰোগৰ কাৰণ আভ্যন্তৰিণো হ'ব পাৰে। মানুহৰ ক্ষেত্ৰত ৰোগ শব্দটো প্ৰায়ে, ভূক্তভোগী অথবা তেওঁৰ সম্পৰ্কত থকা জনৰ বিষ, বিকাৰ, দূঃচিন্তা, সামাজিক সমস্যা, বা মৃত্যু আদিৰ দৰে ব্যাপক অৰ্থত ব্যৱহৃত হয়। এই বহল অৰ্থত, কেতিয়াবা আঘাত, বিসংগতি, অক্ষমতা, লক্ষণ, সংক্ৰমণ, গঠন আৰু কাৰ্যৰ বিশেষ ভিন্নতা, অস্বাভাৱিক আচৰণ আদিকো সাঙুৰা হয়। অন্য ক্ষেত্ৰ আৰু উদ্দেশ্যত ৰোগবোৰক বিশেষ শ্ৰেণীবুলি গণ্য কৰা হয়। ৰোগে মানুহক শাৰীৰিক তথা মানসিক ভাৱে প্ৰভাৱ পেলোৱাৰ উপৰিও আবেগিকভাৱেও প্ৰভাৱিত কৰে, ৰোগে ব্যক্তিৰ সত্তা আৰু ব্যক্তিত্বত প্ৰভাৱ পেলায়।

ৰোগ
যক্ষ্মা ৰোগ সৃষ্টিকৰা মাইক'বেক্টেৰিয়াম টিউবাৰকুল'ছিছ নামৰ এবিধ বেক্টেৰিয়াৰ অণুবীক্ষণিক চিত্ৰ

ৰোগৰ বাবে হোৱা মৃত্যুক প্ৰাকৃতিক কাৰণত হোৱা বুলি কোৱা হয়।

কাৰণ

কাৰকৰ ফালৰ পৰা চাব গলে ৰোগ প্ৰধানকৈ চাৰি প্ৰকাৰৰ হয়:

বীজাণুজনিত ৰোগ

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

ৰোগ কাৰণৰোগ বীজাণুজনিত ৰোগ লগতে চাওকৰোগ তথ্য সংগ্ৰহৰোগঅক্ষমতাইংৰাজী ভাষাবিষমৃত্যুসংক্ৰমণ

🔥 Trending searches on Wiki অসমীয়া:

নাৰীবিশেষ শিক্ষাঅসমৰ গামোচাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজৈৱিক কৃষিশৰাইঘাটৰ যুদ্ধৰফিকুল হুছেইনঅৰুণাচল প্ৰদেশআমফৰাচী বিপ্লৱভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাভাৰতীয় শিল্পকলাজামুগুৰিহাটচকলংভঠেলিৰাম মন্দিৰ, অযোধ্যাবিষ্ণুৰাম মেধিপোৱামক্কাচি এছ এছবিহু নৃত্যহাতীপটিচামগুৰি সত্ৰবিহুৰ সাজ-পোচাক আৰু অলংকাৰধেমাজিপদাৰ্থৰ অৱস্থাযতীন্দ্ৰ নাথ দুৱৰাবৌদ্ধ ধৰ্মৰূপালীমকল্পনা চাওলাজাভাবগেজাৰী গীতঅসমত দেখা পোৱা মাছৰ তালিকাআবেগজৱাহৰলাল নেহৰুমই আৰু নেফাক্ষআইজাক নিউটনশচীন তেণ্ডুলকাৰমাধৱদেৱডাকৰ বচনঅসমৰ ছপাশালনিৰুপমা বৰগোহাঞিকীৰ্তন-ঘোষানবীনচন্দ্ৰ বৰদলৈঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিমৰাণ জনগোষ্ঠী২০২৩ জি-২০ নতুন দিল্লী সন্মিলনবাঁহঅসমৰ তামোল-পাণ সংস্কৃতিনাটকভাৰতৰ সংবিধানৱেবছাইটশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহজ্যোতিপ্ৰসাদ আগৰৱালাতথ্য প্ৰযুক্তিফকৰা যোজনাভাৰত ৰত্নৰামনাগৰিকত্বলোকসভাৰ অধ্যক্ষকোচ ৰাজবংশকমলাবাৰী সত্ৰকৃষিভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫পূৰ্ণ স্বৰাজনক্ষত্ৰদিহানামনামঘৰপিম্পৰা গুচোৱাৱিকিমোৱামৰীয়া বিদ্ৰোহগোৱালপাৰা জিলালক্ষ্মীনাথ বেজবৰুৱা🡆 More