মাৰাঠী ভাষা

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক
  • মাৰাঠী [মাৰাঠী ভাষাত: मराठी (মৰাঠী)] এটি ইণ্ডো-আৰ্য্য ভাষা। ভাৰতৰ পশ্চিমাঞ্চলীয় মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰায় ৭ কোটি অধিবাসীয়ে এই ভাষাত কথা পাতে। মহাৰাষ্ট্ৰৰ...
  • মাৰাঠী ভাষা দিৱস (ইংৰাজী: Marathi Language Day, মাৰাঠী: मराठी भाषा दिवस)প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো...
  • Thumbnail for মাৰাঠী ৱিকিপিডিয়া
    মাৰাঠী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মাৰাঠী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৯৫,৭০৫ প্ৰবন্ধ আছে। ২০২৪ চনত...
  • Thumbnail for ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল
    থকা বিশটা ভাষাৰ ভিতৰত ভাৰত-ইউৰোপীয় ভাষা বাৰটা: স্পেনিছ, ইংৰাজী, হিন্দী, পৰ্তুগীজ, বাংলা, ৰাছিয়ান, জাৰ্মান, মাৰাঠী, ফ্ৰেঞ্চ, ইটালীয়ান, পঞ্জাবী, আৰু উৰ্দু।...
  • ২৭ ফেব্ৰুৱাৰী (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    ভাৰতীয় সমাজকৰ্মী। ২০২১ - ভৱকৃষ্ণ গোস্বামী, অসমৰ সত্ৰীয়া নৃত্য শিল্পী। মাৰাঠী ভাষা দিৱস (মহাৰাষ্ট্ৰ আৰু গোৱা, ভাৰত)। চিকিৎসক দিৱস (ভিয়েটনাম)। স্বাধীনতা...
  • Thumbnail for ভাৰতীয় ভাষা
    তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰা ভাষা কেইটা হ'ল: পালি, বাংলা, মাৰাঠী, মৈথিলী আৰু মেইতেই (মণিপুৰী ভাষা নামেৰেও জনা যায়।). আহোম, কমৰ, কাংগড়ী, কুলূঈ...
  • Thumbnail for মহাৰাষ্ট্ৰ
    মহাৰাষ্ট্ৰ (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    ৰাজধানীৰ নাম মুম্বাই। এই ৰাজ্যৰ অন্যান্য জনবহুল চহৰ নাগপুৰ আৰু পুনে। এই ৰাজ্যৰ জনসংখ্যা ১১ কোটিৰো অধিক আৰু সাক্ষৰতাৰ হাৰ ৮২.৯ শতাংশ। চৰকাৰী ভাষা মাৰাঠী।...
  • মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা...
  • Thumbnail for মালয়ালম ভাষা
    ভাৰতৰ এটা দ্ৰাবিড় ভাষা। তামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী...
  • Thumbnail for বঙালী ভাষা
    বৃহত্তম ভাষা। বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত বঙ্গ বা বাংলা নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। বঙালী বাংলাদেশৰ প্ৰধান ভাষা আৰু একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা। ভাৰতবৰ্ষত...
  • Thumbnail for পঞ্জাবী ভাষা
    পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম...
  • Thumbnail for ওড়িয়া ভাষা
    ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ oṛiā) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায়...
  • মাৰাঠী থিয়েটাৰ (ইংৰাজী: Marathi Theatre) মানে হ’ল মূলতঃ মহাৰাষ্ট্ৰত উদ্ভৱ আৰু বিকাশ হোৱা মাৰাঠী ভাষাৰ থিয়েটাৰ। সংগীত নাটক আৰু তামাচাৰ পৰা উপাদান গ্ৰহণ...
  • দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা। "Dravidian...
  • Thumbnail for অসমীয়া ভাষা
    অসমীয়া ভাষা (ইংৰাজী: Assamese language) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল...
  • কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: koṃkaṇī) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ...
  • তৎসম (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    'তাৰ সমান') হৈছে আধুনিক ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া, বঙালী, মাৰাঠী, ওড়িয়া, হিন্দী, গুজৰাটী, সিংহল আৰু দ্ৰাবিড় ভাষা পৰিয়ালৰ মালায়ালম, কানাড়া, তেলুগু...
  • চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১...
  • ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ইণ্ডো-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ জম্মু...
  • Thumbnail for হিন্দী ভাষা
    হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া...
(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক

🔥 Trending searches on Wiki অসমীয়া:

নীল প্ৰজাপতিনামঘোষাঅসমৰ বাঁহ-বেতৰ শিল্পলক্ষ্মীধৰ শৰ্মাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ স্বাধীনতা আন্দোলনশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাকাৰ্বি ভাষাসিংহ (ৰাশি)ভাৰতৰ জাতীয় পতাকাপূৰবী বৰমুদৈমোহনদাস কৰমচান্দ গান্ধীভাৰতীয় জনতা পাৰ্টিইংৰাজী ভাষামামণি ৰয়ছম গোস্বামীনাগামিজঅসমৰ পৰম্পৰাগত খেল-ধেমালিসাহিত্য সমালোচনালোকসভাৰ অধ্যক্ষশৰাইঘাট দলংদিছপুৰমাহযোগেশ দাসবেলি ফুলনাৰ্জীপৰিমেয় সংখ্যাকাৰেংঘৰসাঁথৰজয়মতী কুঁৱৰী (নাটক)পাৰ্বতীগদ্যজিজিয়াচ্যু-কা-ফাজম্মু আৰু কাশ্মীৰকোচ হাজোআনন্দৰাম ঢেকিয়াল ফুকনৰাতি বিহুৰাজনৈতিক দলসংস্কৃত ভাষাএশিঙীয়া গঁড়বেটুপাতলভিতাগুণমালানৰসিংহ (উদ্ভিদ)ভূপেন হাজৰিকাভাৰতপাঠ্যক্ৰমমণিৰাম দেৱানফাট বিহুঅসমীয়া লোকসাহিত্যনাৰীবাদঅম্বিকাগিৰি ৰায়চৌধুৰীকেঁচা পাতৰ কঁপনিআইজাক নিউটনআহোম ধৰ্মশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাহিমা দাসবিহুৰ সাজ-পোচাক আৰু অলংকাৰতামোলমহিলাৰ বিৰুদ্ধে হিংসাকালিকা পুৰাণঅসমৰ তামোল-পাণ সংস্কৃতিয়ফণী শৰ্মাভট্টদেৱৰ গদ্যশৈলীৰাম সৰস্বতীকাতি বিহুহেমাঙ্গ বিশ্বাসঅৰূপা পটংগীয়া কলিতামাছপ্ৰহ্লাদ চৰিত্ৰ🡆 More