নাগালেণ্ড তথ্যসূত্ৰ

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক
  • Thumbnail for নাগালেণ্ড
    নাগালেণ্ড (ইংৰাজী: Nagaland) /ˈnɑːɡəlænd/ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু...
  • Thumbnail for গুৱাহাটী উচ্চ ন্যায়ালয়
    ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ সৰ্বাধিক; অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যক ই সামৰি লৈছেI ভাৰতৰ স্বাধীনতাৰ ১৯৪৭ চনৰ ৯...
  • Thumbnail for কিফিৰে
    কিফিৰে (শ্ৰেণী নাগালেণ্ড)
    কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট)...
  • Thumbnail for হৰ্ণবিল উৎসৱ
    হৰ্ণবিল উৎসৱ (শ্ৰেণী নাগালেণ্ড)
    ডিচেম্বৰলৈ উদযাপন কৰা এটি উৎসৱ৷ নাগালেণ্ড ৰাজ্যক এই উৎসৱক মহোৎসৱ ('Festival of Festivals') বুলিও আখ্যা দিয়া হয়৷ নাগালেণ্ড ৰাজ্য ভালেসংখ্যক নগা জনজাতিৰ...
  • প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। ১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়। ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ...
  • চনত পৃথক ৰাজ্য ৰূপে স্বীকৃতি পোৱাৰ পূৰ্বে নাগালেণ্ড অসমৰ এখন জিলা আছিল। আহোমৰ শাসনৰ দিনতো অসম আৰু নাগালেণ্ড অঞ্চলৰ মানুহৰ সংস্পৰ্শ ঘটিছিল। অৱশ্যে নগা...
  • Thumbnail for ডিমাপুৰ জিলা
    আছে। ইয়াৰ সৰহভাগ বিদ্যালয়তে শিক্ষাৰ মাধ্যম ইংৰাজী আৰু বিদ্যালয়সমূহ নাগালেণ্ড ব’ৰ্ড অব স্কুল এড্যুকেশ্যনৰ অধীনত পৰিচালিত হয়। নাগালেণ্ডৰ প্ৰধান বিদ্যালয়সমূৰ...
  • Thumbnail for জুন্হেব’ট’ জিলা
    জুন্হেব’ট’ (Zunheboto, উচ্চাৰণ:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ উত্তৰে নাগালেণ্ডৰ মোককচাং জিলা, পশ্চিমে ক’হিমা জিলা আৰু ৱখা...
  • জুনহেব'ট' (শ্ৰেণী নাগালেণ্ড)
    জুনহেব'ট' (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন নগৰ। মন কৰিব: তলৰ তালিকাখন বৰ্ণানুক্ৰমিক নহয়। Woodland Hr. Sec School Immanuel School Olympic...
  • Thumbnail for ৱখা জিলা
    ৱখা জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা। ৱখা জিলাৰ মুঠ মাটিকালি ১৬২৮ বৰ্গ কিমি। এই জিলাৰ সদৰ ঠাই ৱখা। ব্ৰিটিছৰ শাসনৰ সময়ত ৱখা জিলা ১৮৭৮ লৈকে নাগা হিলছ...
  • Thumbnail for মোককচাং জিলা
    মোককচাং জিলা (Mokokchung; Pron:/ˌməʊkɒkˈtʃʌŋ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সদৰঠাই হৈছে মোককচাং টাউন৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসীয়ে...
  • Thumbnail for নাগালেণ্ডৰ জিলাসমূহ
    নাগালেণ্ড (ইংৰাজী: Nagaland), ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। নাগালেণ্ডৰ মুঠ ১১ খন জিলা আছে। জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা...
  • Thumbnail for টুৱেনচাং জিলা
    জিলা ভাৰতৰ নাগালেণ্ড ৰাজৰ সৰ্ববৃহৎ জিলা। এই জিলাৰ সদৰ ঠাই টুৱেনছাং। জিলাখন নাগালেণ্ডৰ আটাইতকৈ পূবত ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত। নাগালেণ্ড ৰাজ্য গঠনৰ...
  • Thumbnail for মন জিলা
    মন জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ক’নিয়াক জনজাতিৰ৷ মন জিলাখন নাগােলণ্ডৰ আটাইতকৈ উত্তৰ সীমান্তত অৱস্থিত৷ এই জিলাৰ উত্তৰে...
  • Thumbnail for উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
    ইয়াৰোপৰি এই প্ৰতিষ্ঠানে বৈশ্লেষিক সেৱা (Analytical service) আগবঢ়ায়। নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত এই গৱেষণাগাৰৰ পৰীক্ষামূলক ফাৰ্ম আছে। উত্তৰ-পূবৰ...
  • Thumbnail for দিখৌ নদী
    কিঃমিঃ আৰু ইয়াৰ অৱবাহিকা ৪৩৭২ বৰ্গ কি:মি: আগুৰি আছে। উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ১৮২৩ মিঃ উচ্চতাৰ খোমি নামৰ ঠাইৰ পৰা দিখৌ নদীখনৰ উৎপত্তি হৈছে। ই...
  • Thumbnail for টিৰাপ জিলা
    উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত এখন অন্যতম জিলা। এই জিলাৰ সীমান্তত নাগালেণ্ড আৰু অসম ৰাজ্য আৰু ম্যানমাৰ দেশ অৱস্থিত। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে...
  • দক্ষিণ আৰু পূবা-দক্ষিণাকৈ ম্যানমাৰ অৱস্থিত। এই জিলাৰ উত্তৰে অসম, পশ্চিমে নাগালেণ্ড ৰাজ্য আৰু উত্তৰ-পূব দিশত টিৰাপ জিলা অৱস্থিত। লংডিং জিলাৰ মুঠ মাটিকালি...
  • উদযাপিত সৰ্ববৃহৎ আৰু সৰ্বাগ্ৰগণ্য উৎসৱ। ডিমাছাসকল ঘাইকৈ অসমৰ আৰু চুবুৰীয়া নাগালেণ্ড ৰাজ্যৰ অধিবাসী। বুষু ডিবা মূলতঃ এক কৃষিভিত্তিক উৎসৱ। অতি উলহ মালহেৰে উদযাপিত...
  • Thumbnail for ক’হিমা জিলা
    ক’হিমা জিলা (pron:/ˈkəʊhɪˌmɑː or kəʊˈhiːmə/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাখনৰ মূল অধিবাসীসকল আংগামী নগা জনজাতিৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডৰ...
(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক

🔥 Trending searches on Wiki অসমীয়া:

ৰাজিয়া চুলতানামিচিং জনগোষ্ঠীৰ সাজপাৰনিৰুপমা বৰগোহাঞিসুশোভন সোনু ৰায়অসমৰ মন্ত্ৰ-সাহিত্যঅযোধ্যা (পৌৰাণিক নগৰ)শিৱনুৰ জাহানলোকসভামনোমতীঅসমৰ সাধুকথাইংলেণ্ডশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘসৌৰভ কুমাৰ চলিহাকাৰেঙৰ লিগিৰীবীৰেন্দ্ৰনাথ দত্তসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাচি++২৬ এপ্ৰিলভূমিকম্পনিৰ্মলপ্ৰভা বৰদলৈভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যজ'মাট'হিউমাছলুই পেষ্ট'ৰলোকবিশ্বাসবহনক্ষম উন্নয়নৰ লক্ষ্যঅভিধানপ্ৰশান্ত মহাসাগৰজেং বিহুঅসমৰ শাক-পাচলিৰ তালিকাঅন্নপ্ৰাশনভাৰতীয় ৰেলকৃষিঅসমীয়া প্ৰতিদিনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবিহুৰ সাজ-পোচাক আৰু অলংকাৰমনোবিজ্ঞানপৰিৱেশ বিজ্ঞানকপৌ ফুলডাকৰ বচনঅসমীয়া ব্যাকৰণসাহিত্যসংস্কৃতিগায়ন-বায়নবকুল ফুলৰ দৰে (গ্ৰন্থ)বৰপেটা (লোকসভা সমষ্টি)লুৰিন জ্যোতি গগৈপাঠ্যক্ৰমহিন্দু ধৰ্মবৃত্তহাড়ভাওনাবিৰিঞ্চি কুমাৰ বৰুৱাধুবুৰী (লোকসভা সমষ্টি)অসমৰ পৰম্পৰাগত সাজ- পাৰকীৰ্তন ঘোষা সংকলনমালিতাঅসমৰ পৰম্পৰাগত সাজ-পাৰব্যক্তিত্বলোকাচাৰশিৱসাগৰৰ শিৱদৌলভেঁকুৰনীলকণ্ঠী ব্ৰজভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমূৰাৰা, ৰঙিয়াকলামাধৱ কন্দলি🡆 More