শৰাগুৰি চাপৰি

ছাহ মিলন বা হজৰত আজান পীৰৰ দৰগাহ শৰাগুৰি চাপৰিত। য'ত তেখেতৰ মাজাৰ চৰিফ বা সমাধিস্থল আছে। চাপৰিটো দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে প্ৰায় তিনি ফালে বেৰি আছে। সেইফালে আজান ফকীৰৰ সমাধিস্থল টোৰ পৰা কেইবা মাইলমান দূৰত এখন কৈৱৰ্ত গাঁও আৰু কেইঘৰমান কুমাৰ আছে।

এসময়ত এই অঞ্চলত থকা এজোপা শৰা গছৰ তলত আজান পীৰে তেওঁৰ সংগীসকলৰ লগত জিকিৰ ৰচনা আৰু চৰ্চা কৰিছিল বুলি এক জনশ্ৰুতি আছে আৰু এই শৰা গছৰ পৰাই এই ঠাইৰ নাম শৰাগুৰি চাপৰি হয় বুলি কোৱা হয়।

তথ্য সংগ্ৰহ

Tags:

আজান পীৰৰ দৰগাহ

🔥 Trending searches on Wiki অসমীয়া:

পিঠাঅসমত দেখা চৰাইবোৰবেংক অৱ মহাৰাষ্ট্ৰমাধৱদেৱঅসমৰ জনগোষ্ঠীঅৰ্কিডঅতুল চন্দ্ৰ হাজৰিকাঅৰ্জুন ভঞ্জনসুমিত্ৰা চৰত ৰামকুমাৰ ভাস্কৰ বৰ্মামোধেশ্বৰী মাতাগৱেষণাধাতুনেপালঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাব্যাকৰণভাৰত ত্যাগ আন্দোলনকলাজঅসমত দেখা পোৱা মাছৰ তালিকামিচিং জনগোষ্ঠীৰ সাজপাৰবৰদৈচিলাৰমজানআহোম জনগোষ্ঠীঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকাজোনবিল মেলাস্থিতি শক্তিআজান পীৰৰ দৰগাহএলবাৰ্ট আইনষ্টাইনলোকসভাললিত কলা একাডেমীভাৰত-আৰ্য ভাষা পৰিয়ালসাঁচিগছদৰং জিলাচিৰ চেনেহী মোৰ ভাষা জননীড়ডিমাছা ভাষাপাচন তন্ত্ৰভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানসনজীদা খাতুনপঁচতি উৎসৱভাৰতীয় জনতা পাৰ্টিজ্ঞানপীঠ বঁটাচিলাৰায়কৰম পূজাঅসমীয়া সাহিত্যবাজেটআনন্দৰাম ঢেকিয়াল ফুকনঅসমীয়া খাদ্যাভ্যাসভক্তি ৰত্নাৱলীআত্মসহায়ক গোটখ্ৰীষ্টান ধৰ্মবাৰ্ট্ৰেণ্ড ৰাছেলহনুমানঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিডাকৰ বচনধুবুৰী জিলাপিয়লি ফুকনঅসমৰ শাক-পাচলিৰ তালিকাবাইখো পূজাৰবীন্দ্ৰনাথ ঠাকুৰগোলকীকৰণৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছবিহু নৃত্যনাগালেণ্ডগুপ্ত সাম্ৰাজ্যঅসমৰ কাঁহ শিল্পপথেৰ পাঁচালীসৌৰজগতগান্ধীবাদজিকিৰভাৰতীয় ৰেলশিৱসাগৰ পুখুৰীবৰষুণইলোৰা গুহাসমূহমোৰ জীৱন সোঁৱৰণ🡆 More