বিশ্ববিদ্যালয় অনুদান আয়োগ

বিশ্ববিদ্যালয় অনুদান আয়োগ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা এটি বিধিবদ্ধ সংস্থা। ১৯৫৬ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰা হয়। ভাৰতৰ বিশ্ববিদ্যালয সমূহৰ মাজত সংহতি স্থাপন, মান নিৰ্ণয় আৰু পৰিচৰ্যা ইয়াৰ কাম। বিশ্ববিদ্যালয় অনুদান আয়োগে ভাৰতৰ বিশ্ববিদ্যালয় সমূহক অনুমোদন দিয়ে আৰু চৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহক অৰ্থসাহায্য প্ৰদান কৰে। ইয়াৰ প্ৰধান কাৰ্য্যালয় নতুন দিল্লীত অৱস্থিত। পুনে, ভূপাল, কলকাতা, হায়দৰাবাদ, গুৱাহাটী আৰু বেংগালুৰুত ইয়াৰ ছয়টা আঞ্চলিক কাৰ্য্যালয় অৱস্থিত।

বিশ্ববিদ্যালয় অনুদান আয়োগ
বিশ্ববিদ্যালয় অনুদান আয়োগ
চমু  নাম ইউজিচি
নীতিবাক্য জ্ঞান বিজ্ঞান বিমুক্তয়ে
প্ৰতিষ্ঠা ডিচেম্বৰ ২৮, ১৯৫৩ (1953-12-28)
প্ৰধান  কাৰ্যালয় নতুন দিল্লী
অঞ্চল ভাৰত
চেয়াৰমেন অধ্যাপক বেদ প্ৰকাশ
ভুক্তি উচ্চশিক্ষা বিভাগ , মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়]]
ৱেবছাইট www.ugc.ac.in


ইতিহাস

বিশ্ববিদ্যালয়ৰ ভাগসমূহ

Professional councils

তথ্য সংগ্ৰহ

বহিঃ সংযোগ

Tags:

বিশ্ববিদ্যালয় অনুদান আয়োগ ইতিহাসবিশ্ববিদ্যালয় অনুদান আয়োগ বিশ্ববিদ্যালয়ৰ ভাগসমূহবিশ্ববিদ্যালয় অনুদান আয়োগ Professional councilsবিশ্ববিদ্যালয় অনুদান আয়োগ তথ্য সংগ্ৰহবিশ্ববিদ্যালয় অনুদান আয়োগ বহিঃ সংযোগবিশ্ববিদ্যালয় অনুদান আয়োগকলকাতাগুৱাহাটীদিল্লীপুনেবেংগালুৰুভাৰতভাৰত চৰকাৰহায়দৰাবাদ

🔥 Trending searches on Wiki অসমীয়া:

আৰতি ছাৰিনতাল (বাদ্যযন্ত্ৰ)বীৰবললোকচিকিৎসাঅসমৰ পৰম্পৰাগত সাজ-পাৰবাইখো পূজাহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যবিবাহচ্যু-খ্ৰং-ফাআৰ্লিং হালেণ্ডবিজয় (অভিনেতা)ভাৰতীয় ৰিজাৰ্ভ বেংকভাষা-বিজ্ঞান (গ্ৰন্থ)ৰুক্মিণী হৰণ নাটসংস্কৃতিচৰিত পুথিঅনুৰাধা শৰ্মা পূজাৰীপ্ৰকৃতিফলৰ তালিকামোৰো এটা সপোন আছেশাল গছঅসমীয়া গালি-গালাজহেমচন্দ্ৰ গোস্বামীকলগৌতম বুদ্ধএম ভেঙ্কায়াহ নাইডুতাজমহলভাষাচৈয়দ আব্দুল মালিকমনৰামমোহন ৰায়অশোকৰ অনুশাসনমিচিং জনগোষ্ঠীধুবুৰী জিলাবৰাইল পৰ্বতভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাআউনীআটী সত্ৰৰমন্যাসবাদত্ৰিভুজঅসমৰ ৰাজ্যপালসকলৰ তালিকাঐনিতমব্ৰহ্মপুত্ৰ উপত্যকানৰনাৰায়ণ সেতুৰাজনীতিলোকবিশ্বাসআধুনিকতাবাদব্ৰাহ্ম সমাজপোহৰৰ বেগঅসমীয়া সাহিত্যত মালিতাম'হৰ শিঙৰ পেঁপাকাছবৃত্তস্বৰ্গটকা (বাদ্য)পৰিৱেশ তন্ত্ৰসেউজ গৃহ প্ৰভাৱযৌতুকইলোৰা গুহাসমূহবজ্ৰাংগী আইপথেৰ পাঁচালীসাঁচিগছমোহনদাস কৰমচান্দ গান্ধীনাৰীৰামচৰণ ঠাকুৰনৱ-বৈষ্ণৱ ধৰ্মশিৱসাগৰ জিলাপূৰবী বৰমুদৈমোৱামৰীয়া বিদ্ৰোহঅসম আন্দোলনকলীয়াভোমোৰা সেতুগগনাকয়লা🡆 More