তুমি মোৰ মাথোঁ মোৰ: অসমীয়া চলচ্চিত্ৰ

তুমি মোৰ মাথোঁ মোৰ হৈছে ২০০০ চনত মুক্তি লাভ কৰা এখন ৰোমান্তিক তথা এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু এন.

কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি। জুবিন গাৰ্গ আৰু জেৰিফা ৱাহিদে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাই এই চলচ্চিত্ৰখনত ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। ‌‌

তুমি মোৰ মাথোঁ মোৰ
তুমি মোৰ মাথোঁ মোৰ: অভিনয়ত, সংগীত, তথ্যসূত্ৰ
পৰিচালক জুবিন গাৰ্গ
ৰচনা জুবিন গাৰ্গ
চিত্ৰনাট্য অমূল্য কাকতি
কাহিনী জুবিন গাৰ্গ
প্ৰযোজক দেৱ বৰকটকী
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী হৰি ৰয়
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
মুক্তি
২৫ ফেব্ৰুৱাৰী ২০০০
দৈৰ্ঘ্য
১৬৭ মিনিট
দেশ তুমি মোৰ মাথোঁ মোৰ: অভিনয়ত, সংগীত, তথ্যসূত্ৰ ভাৰত
ভাষা অসমীয়া

অভিনয়ত

সংগীত

তুমি মোৰ মাথোঁ মোৰ
চলচ্চিত্ৰ সংগীত
মুক্তি ১৯৯৯
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল এন. কে. প্ৰডাকচন
পৰিচালক জুবিন গাৰ্গ
প্ৰযোজক দেৱ বৰকটকী
জুবিন গাৰ্গ কালক্ৰম
হিয়া দিয়া নিয়া
(২০০০)
তুমি মোৰ মাথোঁ মোৰ
(২০০০)
দাগ
(২০০১)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীত লিখিছিল জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে। এটি 'থীম' সংগীতেৰে সৈতে এলবামটিত মুঠ ১০টি গীত আছে। আটাইকেইটি গীতেই এতিয়াও জনপ্ৰিয়।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "পোহৰৰে চাকি"  জুবিন গাৰ্গজুবিন গাৰ্গ, লোনা সোনোৱাল  
2. "কি যে পালোঁ তোমাক বুকুতে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, মালৱিকা বৰা  
3. "এতিয়া হিয়া মোৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
4. "চকু মেলি চাওঁতে"  জুবিন গাৰ্গজুবিন গাৰ্গ  
5. "মায়াৱী এই ৰাতি"  জুবিন গাৰ্গজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, জংকী বৰঠাকুৰ  
6. "ৰ'দ আজি কেনি পাওঁ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
7. "কোনে ৰিঙিয়ায়"  জুবিন গাৰ্গজুবিন গাৰ্গ  
8. "গুণ গুণ"   জুবিন গাৰ্গ, লোনা সোনোৱাল  
9. "(থীম) তুমি মোৰ মাথোঁ মোৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ  
10. "মলয়াৰ দুপাখিত"   জুবিন গাৰ্গ, তৰালী শৰ্মা  
    টোকাসমূহ
  • ট্ৰেক ১০ হৈছে এটা বোনাচ ট্ৰেক আৰু ছবিখনত প্ৰদৰ্শিত হোৱা নাছিল কিন্তু হিয়া দিয়া নিয়া চলচ্চিত্ৰৰ পৰা লোৱা হৈছিল।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

তুমি মোৰ মাথোঁ মোৰ অভিনয়ততুমি মোৰ মাথোঁ মোৰ সংগীততুমি মোৰ মাথোঁ মোৰ তথ্যসূত্ৰতুমি মোৰ মাথোঁ মোৰ বাহ্যিক সংযোগতুমি মোৰ মাথোঁ মোৰঅসমীয়া চলচ্চিত্ৰজুবিন গাৰ্গজেৰিফা ৱাহিদযতীন বৰা

🔥 Trending searches on Wiki অসমীয়া:

গণেশহস্তীবিদ্যাৰ্ণৱৰাষ্ট্ৰসংঘঅসমৰ ৰাজ্যিক প্ৰতীকসমূহৰাছিয়াসংস্কৃত ভাষাশ্ৰীকৃষ্ণকীৰ্তনঅসমীয়া কবিতাপৃথিৱীৰ ইতিহাসস্নায়ুমাটিবাণ ৰঙ্গমঞ্চভাৰতৰ স্বাধীনতা আন্দোলনভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থাননীলমণি ফুকন (জ্যেষ্ঠ)একচেটীয়া বজাৰএজাৰসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাবিঘাঅসমৰ জিলাসমূহশোভা ব্ৰহ্মঅংগৰাগ মহন্তবিহুগীতআউনীআটী সত্ৰঅনাভেদী যৌনক্ৰিয়াভাইটি (চলচ্চিত্ৰ)পাকস্থলীসালোক সংশ্লেষণঅসমৰ বনৌষধিমহলোকসভাহয়গ্ৰীৱ মাধৱ মন্দিৰনিৰ্মলপ্ৰভা বৰদলৈপাপড়ি চাটমূলা গাভৰুপাটঅব্যয় পদলক্ষ্মীধৰ শৰ্মাজ্যোতি সংগীতস্বদেশী আন্দোলনপ্ৰাঞ্জল শইকীয়াবাঁহনলবাৰী জিলাঅসমৰ পৰম্পৰাগত সাজ- পাৰলোকাচাৰআলেকজেণ্ডাৰউভচৰ প্ৰাণী৯ মে'নাগৰিকত্বমুখমৈথুনহীৰেন গোহাঁই৮ মে'ওজাপালিবাঁহী (আলোচনী)পঃৰাগশাল গছমৌখিক ইতিহাসঅসমৰ মাছভটিমাহিউমাছদিনপাণিনিঅসমীয়া যুক্তাক্ষৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাকোচ ৰাজবংশীফাকুৱাবিশ্বনাথ ঘাটবসন্ত ঋতুগাৰো জনগোষ্ঠীঁ (চন্দ্ৰবিন্দু)সমাৰ্থক শব্দনাহৰৰাজনীতিহাবুংনাৰী সবলীকৰণভূপেন হাজৰিকা🡆 More