গৌৰৱ চৌধুৰী: ভাৰতীয় ইউটিউবাৰ

গৌৰৱ চৌধুৰী (ইংৰাজী: Gaurav Chaudhary) (জন্ম:৭ মে ১৯৯১) এগৰাকী ভাৰতীয় ইউটিউবাৰ। তেওঁ Technical guruji হিচাপে জনাজাত। চৌধুৰী প্ৰযুক্তিবিদ্যা বিষয়ত ইউটিউবত হিন্দী ভাষাৰ ভিডিঅ' নিৰ্মাণৰ বাবে জনপ্ৰিয়। ২০২১ বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্ত 'Gaurav Chaudhary', Technical Guruji' আৰু 'TG SHORTS' চেনেল কেইটাই ২৬.২ মিলিয়ন চাবস্ক্ৰাইবাৰ আৰু ২.৮ বিলিয়ন দৰ্শক অতিক্ৰম কৰিছে। তেওঁক ফৰ্বছ ইণ্ডিয়াৰ Forbes 30 Under 30 ৰ তালিকতো স্থান দিয়া হৈছিল।

গৌৰৱ চৌধুৰী
গৌৰৱ চৌধুৰী: ভাৰতীয় ইউটিউবাৰ
ব্যক্তিগত তথ্য
জন্ম ৭ মে',১৯৯১ (বয়স : ৩০)
আজমীৰ, ৰাজস্থান
জাতীয়তা ভাৰতীয়
শিক্ষা Birla Institute of Technology & Science Pilani - Dubai Campus
জীৱিকা Nano-science researcher, YouTuber, Tech blogger
ইউটিউবৰ তথ্য
চেনেলসমূহ Technical Guruji
Gaurav Chaudhary
অৱস্থান ডুবাই
সক্ৰিয় হৈ থকা সময় ২০১৫- বৰ্তমান
প্ৰকাৰ প্ৰযুক্তিবিদ্যা
চাবস্ক্ৰাইবাৰৰ সংখ্যা ২২ মিলিয়ন ( Technical Guruji) ৫.২১ মিলিয়ন (Gaurav Chaudhary)
সৰ্বমুঠ দৰ্শন ২.৯৭ বিলিয়ন ( Technical Guruji) ৩০৬.৩৮ মিলিয়ন (Gaurav Chaudhary)
আন কাৰ্য Sharmaji Technical, GeekyRanjit, Mumbiker Nikhil, Amit Bhawani (PhoneRadar), Flying Beast
ক্ৰিয়েটৰৰ বঁটা
গৌৰৱ চৌধুৰী: ভাৰতীয় ইউটিউবাৰ ১,০০,০০০ চাবস্ক্ৰাইবাৰ ২০১৬(Technical Guruji) ২০১৮ (Gaurav Chaudhary)
গৌৰৱ চৌধুৰী: ভাৰতীয় ইউটিউবাৰ ১০,০০,০০০ চাবস্ক্ৰাইবাৰ ২০১৭ (Technical Guruji) ২০১৮(Gaurav Chaudhary)
গৌৰৱ চৌধুৰী: ভাৰতীয় ইউটিউবাৰ ১,০০,০০,০০০ চাবস্ক্ৰাইবাৰ ২০১৯ (Technical Guruji)

প্ৰাৰম্ভিক জীৱন

চৌধুৰীৰ জন্ম হয় ৭ মে',১৯৯১ চনত ৰাজস্থানৰ আজমীৰত। তেওঁ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু ২০১২ চনত ডুবাই চৌহদৰ BITS পিলানিত মাইক্ৰ'ইলেক্ট্ৰনিকছত ডিগ্ৰী লাভ কৰিবলৈ ডুবাইলৈ ৰাওনা হয়।

কেৰিয়াৰ

চৌধুৰীয়ে ২০১৫ চনৰ অক্টোবৰত মুখ্যতঃ পৰামৰ্শ আৰু সামগ্ৰীৰ সমীক্ষা বিষয়ক ভিডিঅ'-ৰ দ্বাৰা তেওঁৰ ইউটিউব চেনেল টেকনিকেল গুৰুজী ( Technical Guruji) মুকলি কৰিছিল। ২০১৭ চনত, চৌধুৰীয়ে Gaurav Chaudhary নামে অন্য এটা চেনেল সৃষ্টি কৰিছিল য’ত গৌৰৱ চৌধুৰীয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে সময়ে সময়ে ভিডিঅ' আপলোড কৰে।

ছেপ্টেম্বৰ ২০১৮-ত, টেকনিকেল গুৰুজীক প্ৰযুক্তি বিষয়ক ইউটিউব চেনেলৰ নৱম সৰ্বাধিক চাবস্ক্ৰাইবাৰ থকা চেনেল হিচাপে স্থান দিয়া হৈছিল। ১২.৮ নিযুতৰো অধিক চাবস্ক্ৰাইবাৰ অতিক্ৰম কৰা প্ৰথম ইউটিউবাৰ হিচাপে ২০১৮ চনৰ নৱেম্বৰত তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল। গৌৰৱ চৌধুৰী-এ ইউটিউব ৰিৱাইণ্ড ২০১৮ আৰু ২০১৯টো অংশ লৈছিল।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বাঁহচ্যু-কা-ফাবৌদ্ধ দৰ্শনৰামচৰণ ঠাকুৰবঙালী ভাষাকমতা ৰাজ্যএ পি জে আব্দুল কালামহাঁচতিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যদক্ষিণপাট সত্ৰভাৰতীয় ৰেলবুৰঞ্জী সাহিত্যপ্ৰথম বিশ্বযুদ্ধচৈয়দ আব্দুল মালিকশ্বজিবু নোংমা পানবাকাৰ্বি জনগোষ্ঠীদুৰ্গাবৰ কায়স্থজোনাকী (আলোচনী)ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাফুটবলহিমন্ত বিশ্ব শৰ্মাসত্য প্ৰসাদ বৰুৱাভবেন্দ্ৰ নাথ শইকীয়াগুণমালাঅসমৰ পৰম্পৰাগত সাজ-পাৰনগেন শইকীয়াচানডুবি বিলনয়নতৰাআধুনিকতাবাদঅসম সাহিত্য সভাৰঘুনাথ চৌধাৰীৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘডিব্ৰুগড়ফকৰা যোজনাFale sootagaআত্মজীৱনীবকুল ফুলৰ দৰেঅনুৰাধাৰ দেশভাৰতপদ্মনাথ গোহাঞি বৰুৱাৰুক্মিণী হৰণ নাটগদ্যৰাম গগৈগগনাঅশোক বনঅভিধান৯ জুনমিচিং জনগোষ্ঠীৰ সাজপাৰসুভাষ চন্দ্ৰ বসুহিমালয়ইমেইলত্ৰিভুজমোৰো এটা সপোন আছেনাথ-যোগী সম্প্ৰদায়শিক্ষা মনোবিজ্ঞানবজ্ৰাংগী আইঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাকেঁচুবড়ো জনগোষ্ঠীঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাভাৰতত বাল্য বিবাহকম্পিউটাৰতাপগতি বিজ্ঞানমইনা পাৰিজাতমাধৱ কন্দলিদেওধনী নৃত্যসিন্ধু সভ্যতাকলাজধ্ৰুৱবাদঅসমৰ বনৌষধিতিনিচুকীয়া জিলাবিজ্ঞান🡆 More