কাৱৈ মাছ: মাছৰ প্রজাতি

কাৱৈ মাছ (ইংৰাজী: climbing perch, বৈজ্ঞানিক নাম: Anabas testudineus) হৈছে Anabantidae পৰিয়ালৰ এবিধ উভচৰ সতেজ পানীৰ মাছ। এই মাছবিধ পশ্চিমে পাকিস্তান, ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি পূবে দক্ষিণ চীন আৰু জাপানলৈকে, দক্ষিণে ৱালেছ দক্ষিণ-পূব এছিয়ালৈকে পোৱা যায়। সম্ভৱতঃ Anabas testudineus নিকট সম্পৰ্কীয় কিছুমান প্ৰজাতিৰ এটা গোট যাৰ বৈজ্ঞানিক নামটো প্ৰকৃততে কেইবাটাও ভিন্ন প্ৰজাতিৰ ওপৰত প্ৰয়োগ কৰা হৈছে। অধিক অধ্যয়ন কৰিলে এই মাছক পৃথক পৃথক প্ৰজাতিত ভাগ কৰি নতুন নাম দিব পাৰি।

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Anabas|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

কাৱৈ মাছ
কাৱৈ মাছ: মাছৰ প্রজাতি
সংৰক্ষণ স্থিতি
কাৱৈ মাছ: মাছৰ প্রজাতি
সংকটৰপৰা মুক্ত  (IUCN 3.1)
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Anabas
প্ৰজাতি: A. testudineus
দ্বৈৰাশিক নামকৰণ
Anabas testudineus
(Marcus Elieser Bloch, 1792)
সমাৰ্থক
  • Anthias testudineus Bloch, 1792
  • Amphiprion testudineus (Bloch, 1792)
  • Antias testudineus (Bloch, 1792)
  • Sparus testudineus (Bloch, 1792)
  • Perca scandens Daldorff, 1797
  • Anabas scandens (Daldorff, 1797)
  • Lutjanus scandens (Daldorff, 1797)
  • Sparus scandens (Daldorff, 1797)
  • Amphiprion scansor Bloch & Schneider, 1801
  • Lutjanus testudo Lacepède, 1802
  • Anabas spinosus Gray, 1834
  • Anabas variegatus Bleeker, 1851
  • Anabas macrocephalus Bleeker, 1855
  • Anabas microcephalus Bleeker, 1857
  • Anabas trifoliatus Kaup, 1860
  • Anabas elongatus Reuvens, 1895

কাৱৈ মাছে বিভিন্ন পৰিৱেশত নিজকে খাপ খুৱাই ল’ব পাৰে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য ২৫ চে.মি. লৈকে (৯.৮ ইঞ্চি) বৃদ্ধি পাব পাৰে। নিজৰ থলুৱা পৰিসৰৰ বাহিৰত ই এটা আগ্ৰাসী প্ৰজাতি আৰু ই ৬–১০ ঘণ্টা পানী অবিহনে জীয়াই থাকিব পাৰে। আৰু কাণেৰে বগুৱাবাই স্থলভাগত চলাচল কৰিব পাৰে। মাছ ধৰা নাৱত উঠি ই নতুন ভূখণ্ডলৈ গমন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। পূব ইণ্ডোনেছিয়া আৰু পাপুৱা নিউগিনিত কাৱৈ মাছে বসতি স্থাপন কৰিছে আৰু ই উত্তৰ অষ্ট্ৰেলিয়াৰ ফালেও আগবাঢ়িছে বুলি ধাৰণা কৰা হৈছে। ২০০৫ চনৰ শেষৰ ফালে পাপুৱা নিউগিনিৰ পৰা প্ৰায় তিনিৰ পৰা চাৰি মাইল দক্ষিণে কুইন্সলেণ্ডৰ উত্তৰত থকা টৰেছ জলদ্বীপৰ ছাইবাই দ্বীপ আৰু অষ্ট্ৰেলিয়াৰ আন এটা সৰু দ্বীপত এই মাছ আৱিষ্কাৰ কৰা হয়।

দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ কিছুমান বিশেষ অঞ্চলত খাদ্য হিচাপে কাৱৈ মাছ গুৰুত্বপূৰ্ণ। ইয়াৰ পানীৰ বাহিৰত দীৰ্ঘ সময়ৰ বাবে জীয়াই থকাৰ ক্ষমতাই মাছটোক আৰ্দ্ৰ কৰি ৰাখিলে ইয়াৰ বজাৰযোগ্যতা বৃদ্ধি কৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাপাকিস্তানবাংলাদেশভাৰত

🔥 Trending searches on Wiki অসমীয়া:

নাৰীনামেৰি ৰাষ্ট্ৰীয় উদ্যানগাখীৰকাতি বিহুবৰহমথুৰিধেমাজি জিলামৰাণ জনগোষ্ঠীআজান পীৰৰ দৰগাহসৎনামী বিদ্ৰোহহিউৱেন-চাংলোকভাষাৰামকৃষ্ণ পৰমহংসশিৱভাৰতৰ স্বাধীনতা আন্দোলনতামিলনাডুখোলভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপানীভাৰীগানঅগ্নিগড়দক্ষিণপাট সত্ৰঘৰচিৰিকামণিৰাম দেৱানবৈচাগুদেৱতা (হিন্দু ধৰ্ম)পীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)শব্দ প্ৰদূষণঘৰ শালিকামুদ্ৰাস্বদেশী আন্দোলনশূন্যধুতিঅজামিলভাৰতীয় জাতীয় কংগ্ৰেছইউটিউববিজয় (অভিনেতা)জৈন ধৰ্মবৰাইল পৰ্বতমুহাম্মাদহোমি জাহাঙ্গীৰ ভাবা৩০ এপ্ৰিলবুৰঞ্জীজেং বিহুভূপেন হাজৰিকাৰ সাহিত্যভাস্কো দা গামাউৰ্দু ভাষাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লবৃত্তওজাপালিউপেন্দ্ৰনাথ ব্ৰহ্মহিমা দাসঅষ্ট্ৰেলিয়া (মহাদেশ)গৰুহীৰেন ভট্টাচাৰ্যঅসমৰ লোকবাদ্যৰিহাশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাকোষ (জীৱবিজ্ঞান)ৰংঘৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰামায়ণএমিবাজৱাহৰ নৱোদয় বিদ্যালয়জ্যোতিৰেখা হাজৰিকাএৰিষ্ট'টলজৈৱিক কৃষিলিংগভাৰতৰ জাতীয় পতাকামৰুভূমিউৎসৱআহোম জনগোষ্ঠীৰাছিয়াচুতীয়া জনগোষ্ঠীৰাভা জনগোষ্ঠীগদ্য🡆 More