সহদেৱ

মহাভাৰতৰ মতে সহদেৱ হ'ল পঞ্চম পাণ্ডৱ। নকুলৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে। সহদেৱ ত্ৰিকালদৰ্শী আৰু পৰশু অস্ত্ৰৰ নিপুণ যোদ্ধা আছিল।

সহদেৱ
সহদেৱ
সহদেৱৰ চিত্ৰ
ব্যক্তিগত তথ্য
পৰিয়াল পিতামাতা
ভ্ৰাতা
সৎ-ভ্ৰাতা (কুন্তীৰ পুত্ৰ)
দাম্পত্যসঙ্গী
আত্মীয়

তথ্যসূত্ৰ

Tags:

নকুলপাণ্ডৱমহাভাৰতমাদ্ৰী

🔥 Trending searches on Wiki অসমীয়া:

ৰাজনৈতিক দলভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাপুৰাণকপৌ ফুলভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাগোলকীকৰণকামৰূপী উপভাষানীলমণি ফুকন (জ্যেষ্ঠ)হিমাংশু প্ৰসাদ দাসপৰম্পৰাগৱেষণাধৰিত্ৰী দিৱসদেওপাহাৰসংবিধান দিৱস (ভাৰত)উগ্ৰতাৰা দেৱালয়মাৰ্ঘেৰিটা মহকুমাপদুমচ্যু-লিক-ফাআনন্দৰাম ঢেকিয়াল ফুকনৰামধেনুঅসমীয়া ভাষা আন্দোলনশৰৎচন্দ্ৰ গোস্বামীজাতীয়তাবাদঅৰুণোদইচ্যু-কা-ফাগঙ্গা নদীৰসায়ন বিজ্ঞানমাধৱদেৱকাৰ্বি ভাষাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰঅসমীয়া বৰ্ণমালাজাতনামজ্ঞানপীঠ বঁটাবিৰিঞ্চি কুমাৰ বৰুৱাব্যক্তিত্বহৰপ্পাব’হাগঘিলাধাৰী ঘাটৰ সন্ধিঅগ্নিগড়অসমীয়া লোকসাহিত্যজাভাপৰিসংখ্যাবাঁহীঅসমৰ পৰম্পৰাগত খেল-ধেমালিশ্ৰীনিবাস ৰামানুজনভাষাবিজ্ঞানবড়ো ভাষাশৰাইঘাটৰ যুদ্ধগুণাভিৰাম বৰুৱাবিশ্ব পৰিৱেশ দিৱসঅসমৰ বাঁহ-বেতৰ শিল্পপৰ্যাবৃত্ত তালিকাসোণোৱাল কছাৰীৰাতি বিহুচৰাইদেউ জিলামাছনামঘৰপৰিয়ালকথা কবিতাম’বাইল ফোনভাৰতঅতুল চন্দ্ৰ হাজৰিকাকেঁচুবহুকোষী জীৱইংলেণ্ডধুবুৰী (লোকসভা সমষ্টি)সুশোভন সোনু ৰায়যোগাসনমিৰি জীয়ৰীঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঢোলমূৰাৰা, ৰঙিয়াঅসমৰ সমস্যাপৰিৱেশ তন্ত্ৰ🡆 More