সাবৰমতী আশ্ৰম

সাবৰমতী আশ্ৰম (ইংৰাজী: Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল। ১৯৫৭ চনত এই আশ্ৰমখন স্থানান্তৰ কৰি সাবৰমতী নদীৰ পাৰত স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই আশ্ৰমখনৰ নাম সবৰমতী ৰখা হয়। ইতিহাসবিদ সকলে পৌৰাণিক দধীচি ঋষিৰ আশ্ৰমখনো এই ঠাইতে আছিল বুলি বিভিন্ন মত প্ৰকাশ কৰিছে।

সাবৰমতী আশ্ৰম
সাবৰমতী আশ্ৰম
সাবৰমতী আশ্ৰম, আহমেদাবাদ
সাবৰমতী আশ্ৰম is located in Gujarat
সাবৰমতী আশ্ৰম
সাবৰমতী আশ্ৰম
গুজৰাটৰ স্থান
ভূ-স্থানাংক 23°03′36″N 72°34′51″E / 23.06°N 72.58083°E / 23.06; 72.58083
নাম
অন্য নাম সত্যাগ্ৰহ আশ্ৰম আৰু হৰিজন আশ্ৰম
আনুস্থানিক নাম সাবৰমতী আশ্ৰম
স্থান
দেশ ভাৰত
ৰাজ্য গুজৰাট
স্থান সাবৰমতী আশ্ৰম, আহমেদাবাদ
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৭ জুন ১৯১৭
স্থপতি চাৰ্লচ কোৰিয়া
ৱেবছাইট www.gandhiashramsabarmati.org

স্থিতি

আশ্ৰমখন গছৰ শীতল ছাঁত স্থিত। আশ্ৰমখনৰ এফালে কেন্দ্ৰীয় কাৰাগাৰ আৰু আনফালে শ্মশান আছে।

আলোকচিত্ৰৰ ভঁৰাল

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

সাবৰমতী আশ্ৰম স্থিতিসাবৰমতী আশ্ৰম আলোকচিত্ৰৰ ভঁৰালসাবৰমতী আশ্ৰম তথ্য সংগ্ৰহসাবৰমতী আশ্ৰম বাহ্যিক সংযোগসাবৰমতী আশ্ৰমআহমেদাবাদইংৰাজী ভাষাগুজৰাটদধীচিভাৰতমোহনদাস কৰমচান্দ গান্ধী

🔥 Trending searches on Wiki অসমীয়া:

পদ্মা-পুৰাণনেলছন মেণ্ডেলাড়কালিদাসকামাখ্যা মন্দিৰৰাষ্ট্ৰসংঘচ্যু-খ্ৰং-ফাজল প্ৰদূষণকৰম পূজাঢোলঊষাচিৰাং জিলাইণ্ডিয়ান বেংকনাৰায়ণদেৱকোৰআননাহৰৰাজনৈতিক দলভাওনাচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰাজেন্দ্ৰ প্ৰসাদবাণীকান্ত কাকতিকয়লাঅসমত দেখা পোৱা মাছৰ তালিকাভাৰতীয় দৰ্শনঅতুল চন্দ্ৰ হাজৰিকাম’বাইল ফোনব'হাগ বিহুৰোজাকাঞ্চন (উপন্যাস)বেংক অৱ ইণ্ডিয়াচুটিগল্পকেঁচুৰামচৰণ ঠাকুৰমাহআৰতি ছাৰিনঅংকীয়া নাটলং ৱাক টু ফ্ৰীডমজেং বিহুনলিনীবালা দেৱীএমিবাবিহুৰ খাদ্যবাণ ৰঙ্গমঞ্চউমাচল শিলালিপিপদ্মনাথ গোহাঞি বৰুৱাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিযৌতুকদিহানামবাটৰ নাটসেউজ গৃহ প্ৰভাৱহিচাপবিদ্যাকোচ ৰাজবংশীওজাপালিৰামমোহন ৰায়নাট্য শাস্ত্ৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাইয়াণ্ডাবু সন্ধিবৰ্মণ ৰাজবংশফকৰা যোজনাকল্পনা চাওলাকমতা ৰাজ্যকৃষিপৰিৱেশ তন্ত্ৰবেলিমাৰ (নাটক)বৃত্তকুমাৰ ভাস্কৰ বৰ্মাপাণিনিশৰাইঘাট দলংমাধৱদেৱপোহৰচাহেবপুৰাৰ বৰষুণআনন্দৰাম বৰুৱাডাকৰ বচনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাৰীমা দাসভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা🡆 More