মহান চোল মন্দিৰসমূহ

মহান চোল মন্দিৰসমূহ (ইংৰাজী: Great Living Chola Temples) চোল সম্ৰাটসকলৰ দ্বাৰা নিৰ্মিত। এইসমূহ সমগ্ৰ দক্ষিণ ভাৰত আৰু তাৰ প্ৰতিৱেশী দ্বীপসমূহত সিঁচৰিত হৈ আছে৷ এই সাংস্কৃতিক ঐতিহ্যবাহী স্থানটিত একাদশ আৰু দ্বাদশ শতাব্দীত নিৰ্মিত তিনটি বৃহদাকাৰ মন্দিৰ অন্তৰ্ভুক্ত হৈছে। এইসমূহ হ'ল তাঞ্জাভুৰৰ বৃহদীশ্বৰ মন্দিৰ (Brihadisvara Temples), গঙ্গইকোণ্ডচোলীশ্বৰমৰ বৃহদীশ্বৰ মন্দিৰ আৰু দৰসুৰমৰ ঐৰাৱতেশ্বৰ মন্দিৰ (Airavatesvara Temple)। গঙ্গইকোণ্ডচোলীশ্বৰম মন্দিৰটি ১০৩৫ চনত প্ৰথম ৰাজেন্দ্ৰ চোলে নিৰ্মাণ কৰিছিল। ইয়াৰ ৫৩ মিটাৰ (১৭০ ফুট) উচ্চ অংশটি সঙ্কুচিত কোণবিশিষ্ট আৰু উপৰদিশত বহু কাৰুকাৰ্যখচিত, ঐৰাৱতেশ্বৰ মন্দিৰ প্ৰংগনটি দ্বিতীয় ৰাজাৰাজৰ দ্বাৰা নিৰ্মিত। ইয়াত এটি ২৪ মিটাৰ (৭৯ ফুট) উচ্চ পাথৰৰ শিৱ মূৰ্তি আছে। মন্দিৰসমূহ চোল স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা আৰু ব্ৰোঞ্জ মূৰ্তিশিল্পৰ এক অনবদ্য নিদৰ্শন। ২০০৪ চনত (ii) আৰু (iii) বিভাগত সাংস্কৃতিক ঐতিহ্য হিচাপে এই স্থানটোৱে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
মহান চোল মন্দিৰসমূহ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
মহান চোল মন্দিৰসমূহ
গঙ্গইকোণ্ডচোলীশ্বৰমত খোদিত এক প্ৰস্তৰ মূৰ্তি

দেশ মহান চোল মন্দিৰসমূহ ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iii
উদ্ধৃতি ২৫০
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৭ (একাদশ অধিবেশন)
বিস্তাৰসমূহ ২০০৪



তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাইউনেস্কোবিশ্ব ঐতিহ্যবাহী স্থানশিৱ

🔥 Trending searches on Wiki অসমীয়া:

ব্ৰাহ্ম সমাজবৰহমথুৰিWhat is A Dscr Loan?বিজয় (অভিনেতা)ঐনিতমবিহুৰ খাদ্যঅসমীয়া ব্যাকৰণবৌদ্ধ ধৰ্মবড়ো জনগোষ্ঠীচীনৰ মহাপ্ৰাচীৰএচিদ বৰষুণভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাশিলঘাটভ্ৰাম্যমাণ থিয়েটাৰচিৰ চেনেহী মোৰ ভাষা জননীকমতা ৰাজ্যপৰিৱেশ তন্ত্ৰপ্ৰথম বিশ্বযুদ্ধজাহ্নু বৰুৱাবাঁহীদশাৱতাৰবিহুগীতভবেন্দ্ৰ নাথ শইকীয়াকোণশিৱসাগৰ পুখুৰীপঞ্জাৱ এণ্ড সিন্ধ বেংকনীলিম কুমাৰআধুনিকতাবাদঅসমীয়া ভাষাকৰ'নাভাইৰাছ ৰোগ ২০১৯ভাষাবিজ্ঞানইউনিয়ন বেংক অৱ ইণ্ডিয়াবিহুৰ সাজ-পোচাক আৰু অলংকাৰপাইথেগাৰাছভাৰত-আৰ্য ভাষা পৰিয়ালবাটৰ নাটজৈৱ বৈচিত্ৰ্যকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাৰাজিয়া চুলতানাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহবিষ্ণুপ্ৰসাদ ৰাভাসনজীদা খাতুনসালোক সংশ্লেষণৰুবুল মাউতভাৰত ৰত্নশোভা ব্ৰহ্মজয়মতী কুঁৱৰী (নাটক)ইতিহাসপাণিনিঅসমীয়া খাদ্যাভ্যাসগুৱাহাটী উচ্চ ন্যায়ালয়ৰংঘৰফিফা বিশ্বকাপডিব্ৰুগড়পঞ্জাৱ নেচনেল বেংকপ্ৰযুক্তিসপ্তকাণ্ড ৰামায়ণযৌতুকভাৰতৰ উচ্চতম ন্যায়ালয়পীতাম্বৰ কবিমহাভাৰতকবিতাউজনি অসমবৰাক নদীঅসমীয়া বৰ্ণমালাঅসমীয়া লোকসাহিত্যভাৰতীয় দৰ্শনফুলগুৰি ধেৱাহাবুংদেওপাহাৰমহাযানভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানপিয়লি বৰুৱা🡆 More