বিশ্বজ্যোতি শৰ্মা: অসমীয়া সাহিত্যিক

বিশ্বজ্যোতি শৰ্মা (ইংৰাজী: Bishwajyoti Sharma; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপক৷ তেখেত বৰ্তমান প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ ৰয়াসন বিজ্ঞান বিভাগৰ অধ্যাপক৷ তেখেত অসম সাহিত্য সভাৰ প্ৰাগজ্যোতিকা শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেখেত তিতাবৰ অঞ্চলৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতো জড়িত হৈ আছে৷ গৰীয়সী, প্ৰকাশ, অন্যযুগ, বসুন্ধৰা আদিত তেখেতৰ কুৰিটাতকৈয়ো অধিক গল্প প্ৰকাশ হোৱাৰ লগতে শতাধিক প্ৰবন্ধ অসমৰ বিভিন্ন আলোচনী, বাতৰি কাকতত প্ৰকাশ পাইছে৷

বিশ্বজ্যোতি শৰ্মা
বিশ্বজ্যোতি শৰ্মা: জন্ম আৰু বংশ পৰিচয়, শিক্ষা, সাহিত্যৰাজি
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ৰয়াসন বিজ্ঞান বিভাগত স্নাতকোত্তৰ, এম.ফিল
বিষয় উপন্যাস সাহিত্য
সহযোগী মণিৰাণী কলিতা

জন্ম আৰু বংশ পৰিচয়

১৯৭৭ চনৰ ১ ডিচেম্বৰ৷ যোৰহাট জিলাৰ বিবিজান গাঁৱত৷ পিতৃৰ নাম ব্ৰহ্মদেউ পাণ্ডে আৰু মাতৃৰ নাম বিনয় দেৱী পাঠক৷

শিক্ষা

  • হাইস্কুল শিক্ষান্ত পৰীক্ষা- তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯৯৩
  • হায়াৰচেকেণ্ডেৰী- নন্দনাথ শইকীয়া মহাবিদ্যালয়, ১৯৯৫
  • স্নাতক ডিগ্ৰী-নন্দনাথ শইকীয়া মহাবিদ্যালয়, ১৯৯৮
  • স্নাতকোত্তৰ ডিগ্ৰী- ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০০১
  • এম.ফিল- বিনায়ক মিছন ইউনিভাৰ্চিটি, চালেম, ২০০৯
  • বি.এড- গুৱাহাটী বিশ্ববিদ্যালয়, ২০১০

সাহিত্যৰাজি

  • উলটি আহ ল’ৰালিৰ ধেমালি, অসম সাহিত্য সভা, তিতাবৰ শাখা, ২০১৫
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ ৰং, বনফুল প্ৰকাশন, ২০১৫
  • তেজপিয়া, বনলতা,২০১৭
  • আংৰা, এম.আৰ. প্ৰকাশন, ২০১৮
  • নীলকণ্ঠী, বনলতা, ২০১৯
  • আড়াল, আঁক-বাক, ২০২১
  • শিপা,(সম্পা.), নিজা প্ৰকাশ, প্ৰাগজ্যোতিকা সাহিত্য শাখা, গল্প সংকলন

বঁটা আৰু সন্মান

  • অসম সাহিত্য সভাৰ ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বঁটা’, ২০১৯
  • বিন্দু সাহিত্য সন্মান, শ্ৰেষ্ঠ উপন্যাস বঁটা- ২০১৭
  • Teacher of Excellence in Chemistry in 2015, Govt. of Assam

তথ্যসূত্ৰ

Tags:

বিশ্বজ্যোতি শৰ্মা জন্ম আৰু বংশ পৰিচয়বিশ্বজ্যোতি শৰ্মা শিক্ষাবিশ্বজ্যোতি শৰ্মা সাহিত্যৰাজিবিশ্বজ্যোতি শৰ্মা বঁটা আৰু সন্মানবিশ্বজ্যোতি শৰ্মা তথ্যসূত্ৰবিশ্বজ্যোতি শৰ্মাইংৰাজী ভাষাগৰীয়সীপ্ৰকাশ

🔥 Trending searches on Wiki অসমীয়া:

লোকসভাবিশেষ শিক্ষাঅসমআলেকজেণ্ডাৰঅসমৰ বনৌষধিঅৰুণোদইঅসমৰ নদীসমূহৰ তালিকানুৰ জাহানঅসীমত যাৰ হেৰাল সীমাঢেঁকীদিল্লীঅসহযোগ আন্দোলনকুলধৰ শইকীয়াজয়মতী কুঁৱৰীকেশৱ মহন্তগাখীৰবীৰেন্দ্ৰনাথ দত্তমৰাণ জনগোষ্ঠীস্বদেশী আন্দোলনঅসমীয়া সাহিত্যত মালিতাকৃষ্ণকান্ত সন্দিকৈচামেলি মেমচা'বপ্ৰাকৃতিক দুৰ্যোগঘৰ শালিকাআয়ুৰ্বেদমঙ্গলদৈ (লোকসভা সমষ্টি)বিশ্বনাথ চাৰিআলিআৱাহন (আলোচনী)বিয়া নামএইচ.আই.ভি/এইড্‌ছহুমায়ুনৰ সমাধিক্ষেত্ৰগুৱাহাটী (লোকসভা সমষ্টি)কালিদাসভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাযোগ দৰ্শনচ'মাংকানঅৰ্কিডদামোদৰ দেৱনেপালএকলব্যহুঁচৰিদুৰ্যোগপিঠাহোমেন বৰগোহাঞিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতামৰুভূমিপৰিৱেশ বিজ্ঞানআনন্দৰাম ঢেকিয়াল ফুকনমহাসাগৰৰাইমনা ৰাষ্ট্ৰীয় উদ্যানবৌদ্ধ ধৰ্মমাতৃভাষাবিশ্ব মেলেৰিয়া দিৱসধ্যান চান্দঅসমৰ ৰেচম শিল্পমৰিগাঁও জিলাআহোম ৰাজ্যমূলা গাভৰুঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাপ্ৰশান্ত মহাসাগৰৰঘুনাথ চৌধাৰীব্ৰহ্মপুত্ৰ নদকাৰ্বি ভাষাজ্যোতিপ্ৰসাদ ৰচনাৱলীঅসমীয়া খাদ্যাভ্যাসহেম বৰুৱাউগ্ৰতাৰা দেৱালয়ছিৰিমাভো বন্দৰনাইকেখাদ্য সুৰক্ষাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঈয়াৰুইঙ্গমজোনবিল মেলাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাৰতৰ সংবিধানৰ প্ৰস্তাৱনানাৰীবাদ🡆 More