ফ্ৰান্সিছ ফিচাৰ

ফ্ৰান্সিছ ফিচাৰ (ইংৰাজী: Frances Fisher; জন্ম: ১১ মে, ১৯৫২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেখেতে থিয়েটাৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ চিবিএছৰ দিনৰ ভাগত মুক্তি পোৱা ছ’প অপেৰা দ্য এজ অৱ নাইট (১৯৫৫)ত ৰেকৰ্ড কাৰ্যবাহী চুজেট ‘ৰেড’ চেক্সনৰ চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰত তেওঁ আনফৰ্গিভেন (১৯৯২), টাইটানিক (১৯৯৭), ট্ৰু ক্ৰাইম (১৯৯৯), হাউচ অৱ ছেণ্ড এণ্ড ফগ (২০০৩), ল'জ অৱ এট্ৰেকচন (২০০৪), দ্য কিংডম (২০০৭), ইন দ্য ...

ভেলী অৱ এলা (২০০৭), জোলিন (২০০৮), দ্য লিংকন ল’য়াৰ (২০১১), আৰু দ্য হ’ষ্ট (২০১৩)। ২০১৪ চনৰ পৰা ২০১৫ চনলৈকে ফিচাৰে এবিচিৰ নাট্য ধাৰাবাহিক ৰিজাৰ্ৰেকচনত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ বি অ'ৰ টেলিভিছন ধাৰাবাহিক ৱাচমেনত অভিনয় কৰে, যিটো একে নামৰ গ্ৰাফিক নভেলৰ ছিকুৱেল।

ফ্ৰান্সিছ ফিচাৰ
২০১৪ চনত ফিচাৰ
জন্ম ১১ মে', ১৯৫২ (৭১ বছৰ)
মিলফৰ্দ অন চি, হেমস্পীয়েৰ,ইংলেণ্ড
ৰাষ্ট্ৰীয়তা আমেৰিকান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৬ চনৰ পৰা বৰ্তমানলৈ
দাম্পত্যসঙ্গী Billy Mack Hamilton
(বি. ১৯৭০; বিবি. ১৯৭২)
অংশীদাৰ Clint Eastwood (1990–1994)
সন্তান Francesca Eastwood
বঁটা, সন্মান, পুৰস্কাৰ আদি HRIFF:
Award of Excellence (2012)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫২ চনৰ ১১ মে তাৰিখে মিলফৰ্দ অন চিত ফিচাৰৰ জন্ম হৈছিল।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

গান্ধী–আৰউইন চুক্তি৩১ মাৰ্চচকলংঅসমীয়া সাহিত্যদৰং জিলাহাবুংচন্দ্ৰপ্ৰভা শইকীয়ানীচাৰ্বাক দৰ্শনৰমজাননাউৰুমোগল সাম্ৰাজ্যপথেৰ পাঁচালীক্ষমোৰ জীৱন সোঁৱৰণনামঘোষাকুলিধ্বনিবিজ্ঞানকুকুৰনিউয়ৰ্ক মহানগৰঅশোক ফুলপানীচিপাহী বিদ্ৰোহ ১৮৫৭মাধৱ কন্দলিঅসমীয়া লোকসাহিত্যছাইমন কমিশ্যনহেমচন্দ্ৰ বৰুৱাঅসীমত যাৰ হেৰাল সীমাঅসমৰ মুখা শিল্পগ্ৰেইজ এনাটমীশিক্ষাকাঞ্চন (উপন্যাস)উত্তৰ আমেৰিকাভাৰতৰ উপৰাষ্ট্ৰপতিসন্ধিআৰ্টিমিচপঞ্জাবৰ লোক-নৃত্যসমাজতত্ত্বলভিতাইছলামহংকংপৰিৱেশ তন্ত্ৰকোচ ৰাজবংশসৌৰ শক্তিঅশোকৰ অনুশাসনকালিকা পুৰাণঅসম সাহিত্য সভাInternational Standard Book Numberবহুমূত্ৰ ৰোগচাপাটিকেঁচুসাৰইউক্লিডৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানঅসমৰ ধান খেতিৰ সঁজুলিসমূহশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাকালিদাসভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাগৌৰীপুৰঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিখোলব'হাগ বিহুএংকৰ ৱাটবাজেটঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলযাদৱ পায়েংচন্দ্ৰকুমাৰ আগৰৱালাসংখ্যাআনে' ফ্ৰাংকআনন্দৰাম বৰুৱাদীপলিনা ডেকাসংস্কৃত সাহিত্যগোলোকচন্দ্ৰ গোস্বামীপুথিভঁৰালগাঁও পঞ্চায়তঅভিযন্তা🡆 More