নিধানু ৰাজবংশী

নিধানু ৰাজবংশী (ইংৰাজী: Nidhanu Rajbongshi) ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছে অন্যায়ভাবে আৰোপ কৰা কৰ দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত পুলিচৰ গুলীত শ্বহীদ হয়৷ মাত্ৰ ২৮ বছৰ বয়সীয়া নিধানুৱে বৃটিছে আৰোপ কৰা পাইকাৰী জৰিমনা আদায় নিদিয়াৰ ফলত মৃত্যুমুখত পৰিবলগীয়া হৈছিল৷ এৱেঁই অবিভক্ত গোৱালপাৰা জিলাৰ স্বাধীনতা আন্দোলনৰ একমাত্ৰ শ্বহীদ৷

১৯৪২ চনত বৃটিছ চৰকাৰে গোৱালপাৰাৰ কৃষকৰ ওপৰত ৫ নৱেম্বৰৰ দিনা পাইকাৰী জৰিমনা আদায়ৰ দিন ধাৰ্য কৰিছিল৷ নিধানু ৰাজবংশীৰ ওপৰত ৮টকা জৰিমনা বিহা হৈছিল৷ নিধানুৱে ইয়াৰ প্ৰতিবাদ কৰি জৰিমনা আদায় নিদিয়াৰ সিদ্ধান্ত লয়৷ চৰকাৰে তেওঁৰ হালৰ গৰুহাল কাঢ়ি লয়৷ নিধানুৱে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰি সশস্ত্ৰ বাহিনীৰ ওপৰত জঁপিয়াই পৰে৷ পৰিণতিত পুলিচৰ গুলীত তেওঁ বাগৰি পৰে৷ গুলীত আহত নিধানু ৰাজবংশীক পুলিচে বন্দুকৰ বয়নেটেৰে খুঁচি খুঁচি হত্যা কৰে৷ তেওঁ গোৱালপাৰা জিলাৰ কাকিৰা গাঁৱৰ এজন সাধাৰণ কৃষক আছিল৷

তথ্য সূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

সত্যনাথ বৰাবিষ্ণুপ্ৰসাদ ৰাভাযোৰানামউদ্বিগ্নতালখিমপুৰ (লোকসভা সমষ্টি)অংকীয়া নাটশেলাইইছলামশৰৎ ঋতুগোলকীয় উষ্ণতা বৃদ্ধিঅসমৰ মন্ত্ৰ-সাহিত্যউপনিষদভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅৰ্কিডজাতনামঅসমৰ সমস্যাআফগানিস্তানজীৱনীঅসমীয়া সাহিত্যঅসমৰ পৰম্পৰাগত সাজ-পাৰৱিকিমিডিয়া ফাউণ্ডেশ্যননিৰুপমা বৰগোহাঞিপাৰ চৰাইইষ্ট ইণ্ডিয়া কোম্পানীকৃত্ৰিম বুদ্ধিমত্তাবুৰঞ্জীকৃষিঅসমীয়া ব্যাকৰণখ্ৰীষ্টান ধৰ্মঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামানৰ অসম আক্ৰমণঢ়গান্ধীবাদঅৰুণোদইভাষাগৌতম বুদ্ধআৱাহন (আলোচনী)পৰিৱেশ তন্ত্ৰভাৰতীয় ভাষাবৰপেটা সত্ৰভাৰতৰ প্ৰধানমন্ত্ৰীৰাতি বিহুবহনক্ষম উন্নয়নৰ লক্ষ্যমনোবিজ্ঞানৰেখাতাল (বাদ্যযন্ত্ৰ)হুঁচৰিঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিমে ডাম মে ফিনলবাৰী জিলাঘিলাধাৰী ঘাটৰ সন্ধিযোৰহাট জিলাৰ ইতিহাসশক্তিপৰিমেয় সংখ্যাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যনাৰীবাদযক্ষ্মাউইলিয়াম শ্বেইকছপীয়েৰভূমিকম্পঅসম গণ পৰিষদউমানন্দপঞ্চায়তী ৰাজভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাযোৰহাট জিলামূলা গাভৰুফলৰ তালিকাউদ্ভিদউপভাষাৱিকিপিডিয়াক্ৰিকেটবৰগীতব্যাকৰণজীৱনৰ বাটতকমলাবাৰী সত্ৰ🡆 More