ছত্ৰপতি শিৱাজী টাৰ্মিনাছ

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ (ইংৰাজী: Chhatrapati Shivaji Terminus বা Victoria Terminus) মুম্বাইৰ এটি ঐতিহাসিক ৰেল ষ্টেশ্যন। প্ৰধান কাৰ্যালয়। ভাৰতৰ ব্যস্ততম ষ্টেশ্যনসমূহৰ অন্যতম এই টাৰ্মিনাছ মধ্য ৰেল আৰু মুম্বাই আন্তঃনগৰীয় ৰেলৰ এটি প্ৰান্তিক ষ্টেশ্যন। ফ্ৰেডৰিক উইলিয়াম ষ্টিভেনচ নামৰ এজন উপদেষ্টা স্থপতিৰ নক্সা অনুযায়ী ১৮৮৭-৮৮ চনত ই স্থাপন হয়। ষ্টেশ্যনটো নিৰ্মাণ কৰিবলৈ ১০ বছৰ সময় লাগিছিল। ভাৰতৰ সেই সময়ৰ শাসন সম্ৰাজ্ঞী যুক্তৰাজ্যৰ ভিক্টোৰিয়াৰ শাসনৰ সোণালীজয়ন্তী বৰ্ষত (১৮৮৭) ই নিৰ্মাণ হয় বাবে ষ্টেশ্যনৰ নামকৰণ কৰা হৈছিল ভিক্টোৰিয়া টাৰ্মিনাছ। এই অনবদ্য স্থাপত্যশৈলীৰ শিল্পনিদৰ্শনটো অতীতত গ্ৰেট ইণ্ডিয়ান পেনিনছুলাৰ ৰেলৱেৰ সদৰ কাৰ্যালয় আছিল। ১৯৯৬ চনত, শিৱসেনাৰ দাবী অনুযায়ী আৰু 'ভাৰতৰ স্থাননাম পৰিৱৰ্তনৰ নীতি' অনুযায়ী ৰাজ্য চৰকাৰে সপ্তদশ শতাব্দীৰ মাৰাঠা সম্ৰাট ছত্ৰপতি শিৱাজী ৰ নামানুসাৰে ষ্টেশ্যনটোৰ নাম পৰিৱৰ্তন কৰে। ২০০৪ চনৰ ২ জুলাইত, ষ্টেশ্যনটোৱে ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
ভিক্টৰিয়া টাৰ্মিনাছ
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ is located in Mumbai
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
Location within Mumbai
সাধাৰণ তথ্য
স্থাপত্য শৈলী Indo-Saracenic
চহৰ মুম্বাই, মহাৰাষ্ট্ৰ
দেশ ভাৰত
স্থানাংক 18°56′24″N 72°50′07″E / 18.9400°N 72.8353°E / 18.9400; 72.8353 72°50′07″E / 18.9400°N 72.8353°E / 18.9400; 72.8353
নিৰ্মাণ আৰম্ভ May 1878
সম্পূৰ্ণ May 1888
মূল্য ১৬.১৪ লাখ (২২,৬০০ ডলাৰ)(at that time) Now, ২০১.৩৪ কোটি (২৮.২৩ মিলিয়ন ডলাৰ)
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক বম্বে প্ৰেছিডেন্সী
স্থাপত্যবিদ Frederick William Stevens, Axel Haig
অভিযন্তা Wilson Bell
আধিকাৰিক নাম Chatrapati Shivaji Terminus
ছত্ৰপতি শিৱাজী টাৰ্মিনাছ
ধৰণ সাংস্কৃতিক
চৰ্ত ii, iv
নিৰ্ধাৰিত ২০০৪ (২৮তম session)
প্ৰসংগ  সংখ্যা 945
State Party ছত্ৰপতি শিৱাজী টাৰ্মিনাছ ভাৰত
Region এছিয়া-পেছিফিক


আলোকচিত্ৰ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

ইংৰাজী ভাষাইউনেস্কোবিশ্ব ঐতিহ্যবাহী স্থানভাৰতমুম্বাই

🔥 Trending searches on Wiki অসমীয়া:

জেং বিহুভবেন্দ্ৰ নাথ শইকীয়াসৰ্বেপল্লী ৰাধাকৃষ্ণণনয়ন নীলিমইংলেণ্ডকিতাপওজাপালিসুশোভন সোনু ৰায়ব’হাগঅসমৰ জিলাসমূহকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানশাল গছমৰাণ জনগোষ্ঠীঅসমৰ মন্ত্ৰ-সাহিত্যকোচ ৰাজবংশকমলাবাৰী সত্ৰভলিবলনলবাৰী জিলামৌৰ্য সাম্ৰাজ্যশদিয়াবিশেষ্য পদগদ্যপদ (ব্যাকৰণ)টুক্ৰেশ্বৰী দেৱালয়যোৰহাট জিলাৰ ইতিহাসসম্পাদনাভাৰতৰ শিক্ষাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাহেম বৰুৱাপাৰিজাত হৰণ নাটগোলাঘাট জিলাযক্ষ্মাভাৰতীয় নাগৰিকত্ব আইনচৰক সংহিতাউৎপাদন (অৰ্থনীতি)মহাসাগৰশেলাইশিক্ষকভাৰতীয় দৰ্শনঅসমীয়া গীতি সাহিত্যমণিকৰ্ণেশ্বৰ দেৱালয়চি++হিন্দু ধৰ্মউমানন্দযুগ্ম সংখ্যাফলৰ তালিকাজন গণ মনআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাবতৰঅম্বিকাগিৰি ৰায়চৌধুৰীনিৰুপমা বৰগোহাঞিমিৰি জীয়ৰীআকবৰতথ্যবিজ্ঞানকপৌ ফুলইছলামবৃত্তচ্যু-কা-ফাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনকৃষ্ণকান্ত সন্দিকৈকবিতাইয়াণ্ডাবু সন্ধিভাওনাঅংগৰাগ মহন্ততাল (বাদ্যযন্ত্ৰ)নীতি আয়োগঅন্নপ্ৰাশননাৰীগাঁও পঞ্চায়তলোকাচাৰবাঁহী (আলোচনী)বাথৌ পূজাঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅব্যয় পদঈয়াৰুইঙ্গমবহুকোষী জীৱ🡆 More