গীতাৱলী ৰাজকুমাৰী: অসমীয়া অভিনেত্ৰী

গীতাৱলী ৰাজকুমাৰী (ইংৰাজী: Gitawali Rajkumari) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাত। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” আদি অন্যতম।

গীতাৱলী ৰাজকুমাৰী
জন্ম ৮ অক্টোবৰ
যোৰহাট জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয়
সংস্থা অসমীয়া বোলছবি জগত
ধৰ্ম হিন্দু

কেৰিয়াৰ

গীতাৱলীয়ে মৃদুল গুপ্তাৰ দ্বাৰা পৰিচালিত ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ কৃষ্ণচূড়াৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০০০ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱাৰ চুপাৰহিট ছবি হিয়া দিয়া নিয়া তেখেতৰ অভিনয় জীৱনৰ উল্লেখযোগ্য ছবি। তেওঁ বহুকেইখন অসমীয়া ভিচিডি ছবি আৰু ধাৰাবাহিকতো অভিনয় কৰিছে।

চলচ্চিত্ৰপঞ্জী

চন ছবিৰ নাম অভিনীত চৰিত্ৰ অন্যান্য
১৯৯৮ কৃষ্ণচূড়া গীতাৱলীৰ প্ৰথম চলচ্চিত্ৰ
২০০০ হিয়া দিয়া নিয়া সুনিতা
২০০১ কইনা মোৰ ধুনীয়া গায়ত্ৰী
২০০২ ককাদেউতাৰ ঘৰ জোঁৱাই গীতা
২০০২ ত্যাগ তৰামাই
২০০৩ হিট লিষ্ট
২০০৩ হেঁপাহ
২০০৩ পত্নী ৰুমা
২০১২ তুলা আৰু তেজা
ঘৰ সংসাৰ
২০২২ ৰাজনীতি

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

গীতাৱলী ৰাজকুমাৰী কেৰিয়াৰগীতাৱলী ৰাজকুমাৰী চলচ্চিত্ৰপঞ্জীগীতাৱলী ৰাজকুমাৰী তথ্য সংগ্ৰহগীতাৱলী ৰাজকুমাৰী বাহ্যিক সংযোগগীতাৱলী ৰাজকুমাৰীইংৰাজী ভাষাযোৰহাট জিলা

🔥 Trending searches on Wiki অসমীয়া:

বড়ো ভাষাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডযক্ষ্মাঅন্নপ্ৰাশনমাটিৰ হিচাপসিন্ধু নদীসৰুআইপৰিস্থিতি বিজ্ঞানমান ভাষামাতৃভাষামেচ'পটেমিয়াঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিগৌৰীপুৰহংকংমামণি ৰয়ছম গোস্বামীকুলিমহাভাৰতনাথ-যোগী সম্প্ৰদায়ৰামএমাজন (কোম্পানী)বলমিঠু বৰুৱাবেটুপাতস্বাধীনতা দিৱস (ভাৰত)মাৰ্ক্সবাদতেজপুৰচম্পু কাব্যঅসমীয়া লিপিৰ বুৰঞ্জীফাট বিহুদঁতাল হাতীৰ উঁয়ে খোৱা হাওদা৩১ মাৰ্চমহানাদমোৰ জীৱন সোঁৱৰণবন্দে মাতৰম্‌ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাউপেন্দ্ৰনাথ ব্ৰহ্মফলৰ তালিকাদেউলআন্তৰ্জাতিক নাৰী দিৱসকলেৰাৰোমান সাম্ৰাজ্যশিশু সাহিত্যচকলংউত্তৰ-পূব ভাৰতভাৰতীয় দৰ্শনসমাজতত্ত্বচামেলি মেমচা'বৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানঅৰুণাচল প্ৰদেশহাবুংকাৰেঙৰ লিগিৰীবহুমূত্ৰ ৰোগভাৰত-ইউৰোপীয় ভাষা পৰিয়ালমোহনদাস কৰমচান্দ গান্ধীকেঁচুজ্যোতিপ্ৰসাদ আগৰৱালাঅসমৰ ছপাশালমোৱামৰীয়া বিদ্ৰোহৰুক্মিণী হৰণ নাটপ্ৰথম বিশ্বযুদ্ধজয়মতী কুঁৱৰীচৌদি আৰৱপৃথিৱীচিদাম্বৰম (চলচ্চিত্ৰ)ভাৰতৰ হ্ৰদসমূহৰ তালিকাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অসমৰ চলচ্চিত্ৰচিলনীসংগীতশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰাজনৈতিক দলসংবিধান দিৱস (ভাৰত)লোককথাএৰিষ্ট'টলপাইথেগাৰাছঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰসনামহী ধৰ্ম🡆 More