নিৰ্বাচিত প্ৰবন্ধ/২৪

নন্-বাইনেৰী আৰু জেণ্ডাৰকুইয়াৰ হৈছে লিংগ পৰিচয়ৰ বাবে ব্যৱহৃত এটা আমব্ৰেলা টাৰ্ম অৰ্থাৎ শব্দ। যিসকলে নিজক কেৱল পুৰুষ বা মহিলা হিচাপে পৰিচয় নিদি, লিংগ বাইনেৰীৰ বাহিৰত থকা বুলি পৰিচয় দিয়ে। নন্-বাইনেৰী পৰিচয়সমূহ ৰূপান্তৰকামিতাৰ ভাগটোৰ অধীনত পৰে, কিয়নো নন্-বাইনেৰী লোকসকলে সাধাৰণতে তেওঁলোকৰ নিৰ্ধাৰিত লিংগৰ পৰা পৃথক লিংগৰ সৈতে চিনাক্তকৰণ কৰে। অৱশ্য কিছুমান নন্-বাইনেৰী লোকে নিজকে ৰূপান্তৰকামি বুলি নাভাবে।

নিৰ্বাচিত প্ৰবন্ধ/২৪
নিজকে নন্-বাইনেৰী বুলি পৰিচয় দিয়া ড্ৰেগ কুইন আৰু সঙ্গীতজ্ঞ শ্বিয়া ক'লে

নন্-বাইনেৰী লোকসকলে মধ্যৱৰ্তী বা পৃথক তৃতীয় লিংগ হিচাপে চিনাক্ত কৰিব পাৰে, এটাতকৈ অধিক লিংগৰ সৈতে চিনাক্ত কৰিব পাৰে, কোনো লিংগৰ পৰিচয়ত আৱদ্ধ নাৰাখিব পাৰে। লিংগ পৰিচয় যৌন বা ৰোমাণ্টিক অভিমুখিতাৰ পৰা পৃথক: নন্-বাইনেৰী লোকৰ যৌন অভিমুখিতা বিভিন্ন। নন্-বাইনেৰী হোৱাটো আৰু আন্তঃলিংগ হোৱাটোও একে নহয়; বেছিভাগ আন্তঃলিংগ লোকে পুৰুষ বা মহিলা বুলি চিনাক্ত কৰে।

গোট হিচাপে অদ্বিত্বীয় লোকসকলৰ লিংগ প্ৰকাশৰ ভিন্নতা থাকে আৰু কিছুমানে লিংগ পৰিচয়ক সম্পূৰ্ণৰূপে নাকচ কৰিব পাৰে। কিছুমান নন্-বাইনেৰী লোকক লিংগ ডিছফ'ৰিয়াৰ চিকিৎসা অস্ত্ৰোপচাৰ বা হৰম'নৰ দ্বাৰা চিকিৎসা কৰা হয়, যিদৰে ট্ৰান্স পুৰুষ আৰু ট্ৰান্স মহিলা সকলৰ প্ৰায়ে কৰা হয়। (ইয়াত বিতংকৈ পঢ়ক)

Tags:

🔥 Trending searches on Wiki অসমীয়া:

লোকসভাভাওনাজৈৱিক কৃষিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকুমাৰী নাম আৰু বিবাহিত নামযাদৱ পায়েংসৰুআইফাট বিহুখামটি জনগোষ্ঠীতিৱা জনগোষ্ঠীভাৰতীয় ৰেললখিমপুৰ জিলানামঘোষাক্ষৰামএইচ.আই.ভি/এইড্‌ছভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাএকে লিংগৰ বিবাহদৰিদ্ৰতাঅংকীয়া নাটআন্তৰ্জাতিক নাৰী দিৱসৰোমান সাম্ৰাজ্যপাচন তন্ত্ৰৰামায়ণআয়ুৰ্বেদপাঠ পৰিকল্পনাযোৰানামগদ্যকথা কবিতাজয়সাগৰ পুখুৰীছাইমন কমিশ্যনভাৰত-আৰ্য ভাষা পৰিয়ালনগেন শইকীয়ামৈদামঅসমৰ নদীসমূহৰ তালিকাঘিলামৰাবিহুৰ সাজ-পোচাক আৰু অলংকাৰছক্ৰেটিছমণিকুন্তলা ভট্টাচাৰ্যসালোক সংশ্লেষণঅখণ্ড সংখ্যাবতাহসোণোৱাল কছাৰীবুৰঞ্জীশ্ৰীমন্ত শংকৰদেৱ বঁটা১ এপ্ৰিলগৰু বিহুকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰমজানসংযুক্ত মুক্তি বাহিনী, অসমভাৰতীয় জনতা পাৰ্টিঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকানৱকান্ত বৰুৱাঅসমৰ পৰম্পৰাগত সাজ-পাৰভাৰতৰ জাতীয় পতাকাভ্ৰাম্যমাণ থিয়েটাৰধৰ্মচাপাটিফিফা বিশ্বকাপঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভাৰতীয় শিল্পকলাব্ৰাহ্ম সমাজৰাজনীতিঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাকীৰ্তন-ঘোষাভাস্কো দা গামামিঠু বৰুৱালে'ভ লাণ্ডাউলোকাচাৰজুইসনামহী ধৰ্মকানাই বৰশী বোৱা শিলালিপিমই আৰু নেফাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা🡆 More