মুনমী ফুকন

মুনমী ফুকন (ইংৰাজী: Moonmi Phukan) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে৷

মুনমী ফুকন
জন্ম ২৯ ফেব্ৰুৱাৰী, ১৯৮৮
শিৱসাগৰ, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী

চলচ্চিত্ৰপঞ্জী

বৰ্ষ চলচ্চিত্ৰ পৰিচালক টোকা
২০১১ ৰামধেনু মুনিন বৰুৱা অতিথি শিল্পী
২০১২ ৰ’দ্‌ গৌতম বৰুৱা
২০১৬ দূৰদৰ্শন...এটি যন্ত্ৰ (২০১৬) ৰাজেশ ভূঞাঁ
২০১৭ তুমি আহিবানে (২০১৭) প্ৰেৰণা বৰবৰুৱা

ভ্ৰাম্যমাণ থিয়েটাৰ

অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত মুনমীয়ে অভিনয় কৰিছে। সেইবোৰৰ ভিতৰত হেঙুল থিয়েটাৰ আৰু থিয়েটাৰ সূৰ্য্য উল্লেখযোগ্য।

অসমীয়া ভিচিডিত মুনমী ফুকন

  • জানমণি (২০১১)
  • চানেকী

টিভি ছিৰিয়েল

চলচ্চিত্ৰ আৰু ভিচিডি ত অভিনয় কৰাৰ বাদেও মুনমী ফুকনে টিভি ধাৰাবাহিকটো অভিনয় কৰি আহিছে, তাৰে মাজৰ জনপ্ৰিয় ছিৰিয়েল হ’ল:-

তথ্য সংগ্ৰহ

Tags:

মুনমী ফুকন চলচ্চিত্ৰপঞ্জীমুনমী ফুকন টিভি ছিৰিয়েলমুনমী ফুকন তথ্য সংগ্ৰহমুনমী ফুকনঅসমীয়া চলচ্চিত্ৰঅসমীয়া ভাষাইংৰাজীৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

গণিতচিপাহী বিদ্ৰোহ ১৮৫৭অসমৰ নদীসমূহৰ তালিকাখনিজ পদাৰ্থচামেলি মেমচা'বপথৰুঘাটৰ ৰণকুচিয়া মাছফ্ৰান্সৰ শ্ৰুতিকথাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅৰুণোদইলিঅ'নাৰ্ড' দা ভিন্সিপদ্ম পুৰাণভাৰত মহাসাগৰলোকসভাৰ অধ্যক্ষকলঅসমৰ জনগোষ্ঠীনৱবিধা ভক্তিটি এছ ইলিয়টমৃণাল কলিতাবাণীকান্ত ৰচনাৱলীমহশিৱসাগৰৰাতি বিহুৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানফিজিৰ শ্ৰুতিকথাগোলোকচন্দ্ৰ গোস্বামীপ্ৰজ্ঞাতাৰাআকবৰব্ৰহ্মপুত্ৰ উপত্যকালখিমপুৰ (লোকসভা সমষ্টি)সংস্কৃত সাহিত্যভাৰত-আৰ্য ভাষা পৰিয়ালসত্যনাথ বৰাএৰিষ্ট'টলখ্ৰীষ্টান ধৰ্মছুনামিবসন্ত ৰোগঘিলামৰাপ্ৰেমচন্দঅসমৰ বনৌষধিব্যক্তিত্বধাননামচিংসাগৰপ্লেটোকুমাৰীত্বউপেন্দ্ৰনাথ ব্ৰহ্মশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মোহনদাস কৰমচান্দ গান্ধীঅসমৰ ছপাশালধ্বনিতত্ত্বঅসম আন্দোলনকৃষ্ণগৰু বিহুধুবুৰী জিলাদৰং জিলাচুতীয়া ৰাজ্যঅসমীয়া প্ৰতিদিনহোলীগীতঅসমৰ পুৰণি স্থাপত্যগ্ৰিডা নৃত্যকলিমাবহনক্ষম উন্নয়নৰ লক্ষ্যলখিমপুৰ জিলাশুৱালকুছিমিচিং ভাষাএপ্ৰিলমাৰ্টিন লুথাৰ কিং, কনিষ্ঠপ্ৰাকৃতিক পৰিৱেশঅসমৰ গামোচাকাঞ্চন (উপন্যাস)ভাৰত-চীন যুদ্ধঅভিধানঅসমীয়া লিপিৰ বুৰঞ্জীডাকৰ বচনৰুক্মিণী হৰণ নাট🡆 More