চপয়

চপয়(ইংৰাজী: sopoy) এবিধ চতুষ্পদী ছন্দৰ কবিতা ৷ “এই ছন্দত চাৰি ফাঁকি থাকে। ৰাগ অনুসাৰে ইয়াৰ প্ৰত্যেক ফাঁকিত দহ, এঘাৰ, বাৰ, তেৰলৈকে বা তাতোকৈ বেছি আখৰ থাকিব পাৰে আৰু দুই পদৰ শেষৰ আখৰৰ মিল থাকে৷” চপয় পৰস্পৰে মিল হোৱা চাৰি ফাকিৰ এবিধ ছন্দেৰে ৰচনা কৰা বিষ্ণুৰ স্তৱ । শঙ্কৰদেৱে তিনিপ্ৰকাৰ ভটিমা ৰচনা কৰিছিল । তাৰ ভিতৰৰ দুটিমান দেৱভটিমাত এই দুৰ্লভ চপয় ছন্দ প্ৰয়োগ কৰিছিল । তেনে এটা দেৱভটিমাৰ এটা অংশৰ উদাহৰণ:--

শুণ শুণ ৰুকমিণী আই ৷
কৃষ্ণ গুণ কহন নাযাই ৷।
মুখ ইন্দু কৌটি পৰকাশ ৷
দশন মেতিম মন্দ হাস ৷।

আন এটা চপয় ছন্দৰ ভটিমা হ’ল:-

জয় জয় জগজন জীৱন মুৰাৰি৷
কংস কেশী বক অঘ অন্তকাৰী৷
সেৱে যাক বিভু ব্ৰহ্মা অধিকাৰী৷
ভুকুতি মুকুতি নিত্য কৰতু তোহাৰি৷৷

(হামাকু?) কুণ্ডিন নগৰী অনুপাম।
আছে কন্যা এক ৰুকমিনী নাম॥
ভীষ্মক-ৰাজ-নন্দিনী বৰ বালা।
বাঢ়য় নব জিনি চান্দক কলা॥

কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক হেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাই বড়ি লাজ।
কৰল ঝম্প কমল জল মাঝ॥


তথ্য সূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

দৰ্শনমাজুলীৰ মৃৎ শিল্পনৰকাসুৰবাজেটভাৰত-ইউৰোপীয় ভাষা পৰিয়ালকুলধৰ শইকীয়াধ্ৰুৱবাদহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যভবেন্দ্ৰ নাথ শইকীয়াকোণতিতাবৰ মহকুমাযৌতুকঅসমৰ চিত্ৰকলাৰ ইতিহাসবৈষ্ণৱ সাহিত্যচকলংভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকুশান গানসমাজবাদৰাছিয়াঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবন্দে মাতৰম্‌ভাৰত ত্যাগ আন্দোলনচৈয়দা আনোৱাৰা টাইমূৰঅনুবাদশালস্তম্ভ ৰাজবংশনৱ-বৈষ্ণৱ ধৰ্মবিলসৰ্বশিক্ষা অভিযানযোগাসনকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমৰ জনগোষ্ঠীগাখীৰদক্ষিণপাট সত্ৰভূপেন্দ্ৰ সংগীতমহাদেশআৰ্যভট্টটাই সংস্কৃতিৰ ৰূপৰেখাবুৰঞ্জী সাহিত্যমিচিং জনগোষ্ঠীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫অসমীয়া প্ৰতিদিনপাচন তন্ত্ৰফুলগুৰি ধেৱাহোলোংপ্ৰথম বিশ্বযুদ্ধবাসুদেৱ থানঅসমৰ ধান খেতিৰ সঁজুলিসমূহশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ডিমাছা জনগোষ্ঠীবৰাক নদীগোৱালপৰীয়া লোকগীতশিৱসাগৰনৰসিংহ (উদ্ভিদ)জোৰোণমাৰিয়া মণ্টেছৰীলাচিত বৰফুকনএৰিষ্ট'টলঅৰ্ণৱ, আস্থা আৰু JECগোৱালপাৰা জিলাষড়ভুজগামোচাঅসমীয়া খাদ্যাভ্যাসভৌতিক সংস্কৃতিনৃত্যগোলাঘাটপৰ্যাবৃত্ত তালিকাঅৰ্কিডঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসমৰ বাঁহ-বেতৰ শিল্পৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩🡆 More