গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী নাম: Girijananda Chowdhury Institute of Management and Technology; চমুকৈ জি আই এম টি, কেতিয়াবা জি চি আই এম টি) হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান। শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ আধিনত ২০০৬ চনত স্থাপিত ই হৈছে অসমৰ প্ৰথম ব্যক্তিগতখণ্ডৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান।

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
(জি আই এম টি)
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী
মূলমন্ত্ৰ Truth, Discipline & Excellence
স্থাপিত ২০০৬
অধ্যক্ষ o মুকুলেশ বৰুৱা
সঞ্চালক জি চি কাকতি
শৈক্ষিক কৰ্মচাৰী ১০০তকৈ অধিক
স্নাতক শিক্ষাৰ্থী ১৩২০ জন
স্নাতকোত্তৰ শিক্ষাৰ্থী ১৮০ জন
স্থান গুৱাহাটী, অসম, ভাৰত ভাৰত
চৌহদ চহৰৰ উপকণ্ঠ, ৫ একৰ
চমু নাম জি আই এম টি
জি চি আই এম টি
ৱেবছাইট gimt-guwahati.ac.in

পাঠ্যক্ৰম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনত এই প্ৰতিষ্ঠানখনে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত পাঠ্যক্ৰম আগবঢ়ায়।

অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা বিভাগসমূহ হৈছে:

  • বিদ্যুত পাৰমাণৱিক আৰু দূৰসংযোগ বিভাগ (Electronics and Telecommunication Engineering)
  • কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Computer Science and Engineering)
  • তথ্য প্ৰযুক্তিবিদ্যা বিভাগ (Information Technology)
  • প্ৰায়োগিক বিদ্যুত পাৰমাণৱিক আৰু যন্ত্ৰায়ক বিভাগ (Applied Electronics and Instrumentation Engineering)
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Electrical Engineering)
  • যান্তিক অভিযান্ত্ৰিক বিভাগ (Mechanical Engineering)

স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:

  • দুবছৰীয়া স্নাতকোত্তৰ ব্যৱাসায়িক প্ৰশাসন (Master of Business Administration)
  • তিনিবছৰীয়া স্নাতকোত্তৰ প্ৰায়োগিক কম্পিউটাৰ (Master of Computer Application)

Tags:

অসম

🔥 Trending searches on Wiki অসমীয়া:

লোকবিশ্বাসনগাঁওবৈজ্ঞানিক নামকৰণ পদ্ধতিমহাভাৰতকালিকা পুৰাণলোকসভাসত্ৰবাঢ়ৈটোকামহাদেশউষ্ণতাভাষাবিশ্ব বাণিজ্য সংস্থাচিৰ চেনেহী মোৰ ভাষা জননীআউনীআটী সত্ৰচৈয়দা আনোৱাৰা টাইমূৰভট্টদেৱৰ গদ্যশৈলীবড়ো চুক্তি ২০২০ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যযতীন্দ্ৰ নাথ দুৱৰামামণি ৰয়ছম গোস্বামীৰ উপন্যাসবিৰিঞ্চি কুমাৰ বৰুৱাহিন্দী ভাষাভাৰতীয় দৰ্শনকপৌ ফুলবাগ্‌ধ্বনিঅসমৰ সাহিত্যিকসকলৰ তালিকাতামোলসতী সাধনীমাঘ বিহুএমিবাক্ষভঠেলিমঙ্গল গ্ৰহকালিদাসকুশান গানপৰিসীমাএজাৰনাটকসুতুলীআহোম-মোগলৰ সংঘৰ্ষমাৰ্ক্সবাদপানী বগলীবানপানীভাৰতীয় জনতা পাৰ্টিদিহানামশ্ৰীনিবাস ৰামানুজন২০২৩বৰগীতঅংকীয়া নাটঅস্বাভাৱিক মনোবিজ্ঞানচি (প্ৰগ্ৰামিং লেংগুৱেজ)মনোমতীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅৰুণ শৰ্মানগেন শইকীয়াঋতুপ্ৰাকৃতিক সম্পদঅসমআলুশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাজিজিয়াগাঁও পঞ্চায়তসৰ্বশিক্ষা অভিযানউপেন্দ্ৰনাথ ব্ৰহ্মচামগুৰি সত্ৰযৌতুকবদলা পদ্ম আতা সত্ৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅসমৰ তেল শোধনাগাৰতাজমহলঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাহীৰেন ভট্টাচাৰ্যজোনাকী (আলোচনী)অসমৰ চৰ-চাপৰিবাসী🡆 More