ৱিকিপত্ৰিকা

এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা। এই পত্ৰিকাখন ফেচবুকৰ গোটত হোৱা আলোচনা অনুসৰি ৱিকিপিডিয়াৰ প্ৰচাৰৰ বাবে লোৱা পদক্ষেপসমূহৰ এটা। অসমীয়া ৱিকিপিডিয়াৰ এইখন মাহেকীয়া প্ৰতিবেদন হিচাপে চলাই নিবলৈ সক্ৰিয় ৱিকিপিডিয়ানসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ। এই পৃষ্ঠাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আলোচনা পৃষ্ঠাত দিও আপুনি এই কাৰ্যত সহায় কৰিব পাৰে। এই পত্ৰিকাত সন্নিবিষ্ট বিষয়সমূহ হ’ব অসমীয়া ৱিকিপিডিয়াৰ বিগত মাহৰ ভাল কামসমূহ, সন্মিলন, কৰ্মশালা, যিকোনো মিডিয়াত প্ৰকাশিত অসমীয়া ৱিকিপিডিয়া সম্পৰ্কীয় প্ৰকাশিত বা-বাতৰি, সক্ৰিয় সদস্যসকলৰ তালিকা, উল্লেখযোগ্য বঁটা প্ৰাপ্ত সদস্যসকল, শেহতীয়াভাৱে লিখা একোটা ভাল প্ৰবন্ধ আদি। এই পৃষ্ঠাৰ পৰা পুনৰ বাৰ্ষিকভাৱে প্ৰকাশিত ৱিকিপত্ৰিকালৈ শ্ৰেষ্ঠতম সমলবোৰ বাচি উলিয়াই প্ৰকাশ কৰা হ'ব। ৱিকিপত্ৰিকাৰ শেহতীয়া কিছু শিতানৰ ভিতৰত আছে সদ্যপ্ৰয়াত ব্যক্তি, উল্লেখনীয় ৱিকিমিডিয়ান আৰু নিৰ্বাচিত উদ্ধৃতি।



ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
০১ মে’ ২০২৪, ০৯:০৩ (ভা মা স)
এই মাহৰ সংখ্যা


ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ'বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ'ল।

    প্ৰকাশিত ৱিকিপত্ৰিকাসমূহ




ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক


Tags:

ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকা

🔥 Trending searches on Wiki অসমীয়া:

পঃৰাগসমাজঅসমীয়া জাতিঅস্বাভাৱিক মনোবিজ্ঞানশ্ৰীকৃষ্ণকীৰ্তননাৰ্জীভাৰতৰ উচ্চতম ন্যায়ালয়ভৌতিক সংস্কৃতিবাণাসুৰভাস্কো দা গামাইছলামসাত বিহুচিৰিং ফুকননাৰী সবলীকৰণহেম ভৰালীকোচ হাজোসাঁচিপাতপ্ৰতিজৈৱিকমিচিং জনগোষ্ঠীচ্যু-কা-ফাব্ৰজাৱলী ভাষাভিটামিনফকৰা যোজনাপাইক প্ৰথানিৰ্মলপ্ৰভা বৰদলৈজৈন ধৰ্মধুতিঅনিৰুদ্ধদেৱচিলাৰায়অসমৰ জনগোষ্ঠীসপুষ্পক উদ্ভিদগুণমালাইউক্লিডবসন্ত ঋতুনীৰাজনা মহন্ত বেজবৰাআমেৰিকা যুক্তৰাষ্ট্ৰকাল সংহতিগদ্যঅসমীয়া কবিতাৰ ইতিহাসকালিদাসওচেনিয়াবাঁহী (আলোচনী)এৰী ৰেচমঅসমৰ জাতীয় গীতঅসমৰ চিত্ৰকলাৰ ইতিহাসনেঘেৰিটিং শিৱদৌলএমিবাঅসমীয়া সংস্কৃতি আৰু মুছলমানসকলযোগিনী তন্ত্ৰঅসমীয়া লিপিবিহু নৃত্যবড়ো জনগোষ্ঠীঅসীমত যাৰ হেৰাল সীমাগড়গাঁওঈদ-উল-ফিটৰমৌখিক সাহিত্যকীৰ্তন-ঘোষাহেমচন্দ্ৰ গোস্বামীমৰিগাঁও জিলাদেউৰী জনগোষ্ঠীমন্থৰাআলুকথা কবিতাকোচ ৰাজবংশডিম্পু বৰুৱামণিকূটএজাৰভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যপৰীক্ষামূলক মনোবিজ্ঞানকছাৰী ৰাজ্যৰাছিয়াহৰি-হৰ যুদ্ধঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলহিন্দী ভাষাভূগোলএ পি জে আব্দুল কালাম🡆 More