হকী

হকী (ইংৰাজী: Hockey) এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যক দলত ১১জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ’ল দিয়ে সেই দলটোৱেই বিজয়ী হিচাপে মনোনীত হয়।

হকী
হকী
ফিল্ড হকী খেলাৰ দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা আন্তৰ্জাতিক হকী ফেডাৰেছন
অন্য নাম হকী
প্ৰথমবাৰ খেলা হয় ১৯
বৈশিষ্ট্য
সংস্পৰ্শ হয়
দলৰ সদস্য ১১জন খেলুৱৈ
বৰ্গীকৰণ বহিঃ বা অন্তঃ
উপকৰণ হকী বল
অলিম্পিক ১৯০৮, ১৯২০, ১৯২৮-বৰ্তমান

প্ৰকাৰ

পেছাদাৰী হকী প্ৰতিযোগিতা তিনিটা বিভাগত খেলোৱা হয়। প্ৰকাৰসমূহ হ’ল:

  • ফিল্ড হকী
  • আইচ হকী আৰু
  • ৰিং হকী

হকী মূলতঃ বহিঃক্ৰীড়া (outdoor game), যদিও আজিকালি অন্তঃক্ৰীড়া (indoor game) হিচাপেও খেলিব পাৰি।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ব্যৱস্থাপনাপ্ৰাক-ইতিহাসঅপাৰেটিং চিষ্টেমঅম্বিকাগিৰি ৰায়চৌধুৰীপঞ্চভুজপোৱামক্কাঅনুবাদনীলমণি ফুকন (কনিষ্ঠ)চাইকেলনামনি অসমসাপব'হাগ বিহুআহোম ৰাজবংশজোনবিল মেলাউদ্ভিদআনন্দৰাম বৰুৱাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগশোণিতপুৰ জিলাজামুগুৰিহাটভাৰতীয় জাতীয় কংগ্ৰেছজন গণ মনমণিৰাম দেৱানঅসম সাহিত্য সভাযোৰহাটঅসমীয়া ভাষাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅসমত দেখা পোৱা সাপবোৰপতঞ্জলিৰ যোগসূত্ৰশৰাইঘাট দলংব্ৰহ্মপুত্ৰ উপত্যকাসংঘাতছিৰিমাভো বন্দৰনাইকেবতৰনীলমণি ফুকন (জ্যেষ্ঠ)এককোষী জীৱলক্ষ্মীনাথ বেজবৰুৱাআজান পীৰচিৰ চেনেহী মোৰ ভাষা জননীউপভাষাধানজলসিঞ্চনমোৰ জীৱন সোঁৱৰণইণ্টাৰনেটবসন্ত ঋতুহাজোশ্ৰীকৃষ্ণকীৰ্তনঅসমীয়া প্ৰতিদিনঅসমৰ জাতীয় গীতহুমায়ুনৰ সমাধিক্ষেত্ৰমিৰি জীয়ৰীবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণভাওনাথাই ভাষাপ্লেটোঅসমীয়া গীতি সাহিত্যচিলাৰায়ভাৰতীয় ভাষাযোগ দৰ্শনঋতুব্লগব্যষ্টিবাদী অৰ্থনীতিয়মালিতাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাপাঠ্যক্ৰমভাৰতত মহিলাৰ স্বাস্থ্যৰুদ্ৰেশ্বৰ দেৱালয়ধুবুৰী (লোকসভা সমষ্টি)সন্ধিইজৰাইলনামচিংমাটিৰ হিচাপপাচন🡆 More