মালতী মেম: অসমৰ স্বাধীনতা সংগ্ৰামী

মালতী মেম (ইংৰাজী: Maloti Mem) ওৰফে মুংৰী ওৰাং মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেঁৱেই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ৷ মুংৰী ওৰাং লালমাটি চাহবাগিছাৰ শ্ৰমিক আছিল৷ অসহযোগ আন্দোলনত বৰাক উপত্যকাত হোৱা ’মদ নিবাৰণী’ কাৰ্যত অংশ গ্ৰহণ কৰি পুলিচৰ গুলীত মৃত্যু মুখত পৰে৷ মালতী মেম মহাত্মা গান্ধীৰ মাদক দ্ৰব্য বিৰোধী আহ্বানত গঢ়ি উঠা চাহ-বাগিছাৰ মদ-নিবাৰণী সংস্থাৰ কৰ্মী আছিল৷ এই কাৰ্যৰ বাবেই পুলিচৰ গুলীত ১৯২১ চনত মালতী মেম শ্বহীদ হৈছিল৷

তথ্য সূত্ৰ

Tags:

অসহযোগ আন্দোলনইংৰাজী ভাষামহাত্মা গান্ধী

🔥 Trending searches on Wiki অসমীয়া:

লুৰিন জ্যোতি গগৈব্ৰহ্মপুত্ৰ উপত্যকাভাৰতকামৰূপ জিলাব্যক্তিত্ববেক্টেৰিয়াসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাডাকৰ বচনভাৰতৰ সংৰক্ষণ ব্যৱস্থাইংৰাজী ভাষাৰামধেনুডি এন এভট্টদেৱৰ গদ্যশৈলীমহেন্দ্ৰ বৰালক্ষ্মীনাথ বেজবৰুৱাচৰ্যাপদচৰাইঅসমীয়া কবিতানুৰ জাহানএলবাৰ্ট আইনষ্টাইনশ্ৰীনিবাস ৰামানুজনঅনুবাদবিষুৱ ৰেখাঅসীমত যাৰ হেৰাল সীমাবড়ো জনগোষ্ঠীপাঠ্যক্ৰমভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাহিউমাছদুৰ্যোগতোলনি বিয়াক্ৰিকেটঅপৰিমেয় সংখ্যাবহনক্ষম উন্নয়নৰ লক্ষ্যমামণি ৰয়ছম গোস্বামীসংযুক্ত মুক্তি বাহিনী, অসমঅসহযোগ আন্দোলনসংখ্যামাটিআমেৰিকা যুক্তৰাষ্ট্ৰসৰ্বেপল্লী ৰাধাকৃষ্ণণআধুনিকতাবাদঅসমৰ গামোচাপ্ৰাকৃতিক দুৰ্যোগ২৬ এপ্ৰিলকিতাপমৰাণ জনগোষ্ঠীগড়মূৰ সত্ৰৰুক্মিণী হৰণ নাটমহামায়া ধামভগদত্তবিশেষ শিক্ষাঅসমৰ জাতীয় গীতঅংগৰাগ মহন্তদেওপাহাৰব্ৰহ্মপুত্ৰ নদমিচিং জনগোষ্ঠীৰ সাজপাৰভীমৰাও ৰামজী আম্বেদকাৰবিহুৰ সাজ-পোচাক আৰু অলংকাৰমৌৰ্য সাম্ৰাজ্যনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯কালিদাসঅনিৰুদ্ধদেৱহীৰেন গোহাঁইভাৰত-চীন যুদ্ধযোৰহাট জিলাৰ ইতিহাসবেদঅংককোষ (জীৱবিজ্ঞান)অতুল চন্দ্ৰ হাজৰিকাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমীয়া গালি-গালাজকৃষ্ণচূড়াকীৰ্তন ঘোষা সংকলনকপৌ ফুলঅসমৰ সাহিত্যিকসকলৰ তালিকা🡆 More