পূৰ্ণচন্দ্ৰ গোস্বামী

পূৰ্ণচন্দ্ৰ গোস্বামী অসমৰ এজন শিশু সাহিত্যিক, স্বাধীনতা সংগ্ৰামী, সমাজসেৱক, প্ৰকাশক, মুদ্ৰক আৰু সত্ৰাধিকাৰ। যোৰহাট জিলাৰ অন্তৰ্গত বৰবামচুঙীৰ ধলৰসত্ৰত ১৯১১ চনৰ ১৩ এপ্ৰিল তাৰিখে পূৰ্ণচন্দ্ৰ গোস্বামীৰ জন্ম হয়। গোস্বামীয়ে চৈধ্যখন শিশু-গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে। ভিন্নধৰ্মী সাধুকথা, কেইজনমান লোকৰ জীৱনী, নীতি শিক্ষা ইত্যাদি তেওঁৰ শিশু সাহিত্যৰ বিষয়বস্তু।

পূৰ্ণচন্দ্ৰ গোস্বামী
পূৰ্ণচন্দ্ৰ গোস্বামী
জন্ম ১৩ এপ্ৰিল, ১৯১১
বৰবামচুঙী, ধলৰসত্ৰ, যোৰহাট জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা শিশু সাহিত্যিক, প্ৰকাশক, সত্ৰাধিকাৰ

শিশু সাহিত্য সম্ভাৰ

  1. জিলিংখাপৰ সাধু (১৯৫৫)
  2. আজিৰ দিনৰ সাধু
  3. পাহাৰী সাধু (১৯৫৭)
  4. সুৱদি সাধু (১৯৫৪)
  5. এচকুৱা ভাটৌৰ সাধু (১৯৯৩)
  6. নতুন সাধু (১৯৫২)
  7. উৰণীয়া সৈনিকৰ জুৰণীয়া উপাখ্যান (১৯৫৩)
  8. আজিৰ দিনৰ উপাখ্যান (১৯৫৬)
  9. ফুল কোঁৱৰৰ উপাখ্যান (১৯৫৯)
  10. তাহানিখনৰ কথা (১৯৫৫)
  11. এই সকল কোন বাৰু? (১৯৫৫)
  12. জনা গাভৰুৰ গীত (১৯৭৯)
  13. তাই মাই (১৯৫৩)
  14. সামাজিক আচৰণ (১৯৫৭)

তেখেতৰ মৃত্যুৰ পিছত সেই চৈধ্যখন গ্ৰন্থৰ একত্ৰ সংকলন ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদনাত ‘পূৰ্ণচন্দ্ৰ গোস্বামী শিশু-লেখা মালঞ্চ‘ নামেৰে প্ৰকাশ হৈছে।

সহায়ক গ্ৰন্থ

  1. ক্ষীৰোদ কুমাৰ গোস্বামী আৰু দুগ্ধচন্দ্ৰ গোস্বামীৰ সম্পাদিত ‘পূৰ্ণচন্দ্ৰ গোস্বামী শিশু-লেখা মালঞ্চ‘ গ্ৰন্থ, পুথিতীৰ্থ প্ৰকাশন,২০১১।

Tags:

অসমযোৰহাট জিলা

🔥 Trending searches on Wiki অসমীয়া:

বসন্ত ৰোগপাইক প্ৰথাবড়ো ভাষাসোণোৱাল কছাৰীমানৱ ভূগোলআন্তৰ্জাতিক মানৱ অধিকাৰ আইনঅসমৰ বাঁহ-বেতৰ শিল্পবৈচাগুমানৱ শৰীৰওজাপালিফুলগুৰি ধেৱাঅসমীয়া সাহিত্যঅসমৰ সাধুকথাইংলেণ্ডশদিয়াভাওনাশ্ৰীমন্ত শংকৰদেৱমানস ৰাষ্ট্ৰীয় উদ্যানআপংউত্তৰ-পূব ভাৰতসদৌ অসম ছাত্ৰ সন্থাকমলাকান্ত ভট্টাচাৰ্য্যপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনসাপব্যাকৰণমাছচ্যু-খ্ৰুং-ফাশ্ৰী সূৰ্য পাহাৰমৃণাল কলিতাজন গণ মনg987zধ্যান চান্দভাৰতৰ নিৰ্বাচন আয়োগগাখীৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)স্বৰাজসাত বিহুহোমেন বৰগোহাঞিজেং বিহুঅসমৰ ধান খেতিৰ সঁজুলিসমূহভবেন্দ্ৰ নাথ শইকীয়াঅণুবীক্ষণ যন্ত্ৰহিউৱেন-চাংশৰাইঘাটৰ যুদ্ধমৰুভূমিএ পি জে আব্দুল কালামনগেন শইকীয়ানীলমণি ফুকন (কনিষ্ঠ)অসমীয়া কবিতাৰাজনৈতিক দলজৈৱিক কৃষিকাৰেঙৰ লিগিৰীভাৰতচৈয়দ আব্দুল মালিকনয়ন নীলিমআহোম ৰাজ্যঅপভ্ৰংশজোৰোণবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তননলবাৰীৰসায়ন বিজ্ঞানএৰিষ্ট'টলপ্ৰতিমা (কাব্য গ্ৰন্থ)নীলকণ্ঠী ব্ৰজপদ (ব্যাকৰণ)আমচি++হাড়মহাকাব্যসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাগুগলনাটকগুৰু আসনচিপাহী বিদ্ৰোহ ১৮৫৭বুৰঞ্জী সাহিত্য🡆 More