ডেভিদ কাৰ্ড

ডেভিদ এডৱাৰ্ড কাৰ্ড (ইংৰাজী: David Card, জন্ম: ১৯৫৬) এগৰাকী কানাডিয়ান আমেৰিকান শ্ৰমিক অৰ্থনীতিবিদ আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক। তেওঁ জছুৱা এংৰিষ্ট আৰু গুইডো ইমবেন্সৰ সৈতে যুটীয়াভাৱে ২০২১ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ ন'বেল স্মাৰক বঁটা লাভ কৰে। কাৰ্ডে শ্ৰমিক অৰ্থনীতিত তেওঁৰ অভিজ্ঞতামূলক অৱদানৰ বাবে বঁটাৰ লগত মুঠ ধনৰাশিৰ অৰ্ধাংশ লাভ কৰে আৰু বাকী অৰ্ধাংশ এংৰিষ্ট আৰু ইমবেন্সে কাৰণমূলক সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ পদ্ধতিগত অৱদানৰ বাবে বঁটাটোৰ এক চতুৰ্থাংশকৈ লাভ কৰে।

ডেভিদ কাৰ্ড
ডেভিদ কাৰ্ড
২০২১ চনত ডেভিদ কাৰ্ড
জন্ম ১৯৫৬ (বয়স ৬৭–৬৮)
গুৱেলফ, অণ্টাৰিঅ', কানাডা
ক্ষেত্ৰ শ্ৰমিক অৰ্থনীতি
শিক্ষানুষ্ঠান কিংষ্টনত কুইন্স বিশ্ববিদ্যালয় (বিএ)
প্ৰিন্সটন বিশ্ববিদ্যালয় (এমএ, পিএইচডি)
ডক্তৰেল পৰামৰ্শদাতা অৰ্লি এশেনফেল্টাৰ
ডক্তৰেল বিদ্যাৰ্থী থমাছ লেমিউক্স
ফিলিপ বি. লেভিন
ক্ৰিষ্টফ এম শ্মিট
মাইকেল গ্ৰীণষ্টোন
জেছি ৰথষ্টাইন
ফিলিপ অৰেপুলোচ
ডেভিদ লী আলেকজেণ্ডাৰ মাচ
জেনেট কুৰি
লিছা বেৰো
এনৰিকো মোৰেট্টি
মিগুৱেল উৰকুইওলা
নিকোল মেষ্টাচ
ফাৰ্নাণ্ডো ভি ফেৰেৰা
হিথাৰ ৰয়ৰ
উল্লেখনীয় বঁটা অৰ্থনীতি বিজ্ঞানৰ ন'বেল স্মাৰক বঁটা, ২০২১

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাগুইডো ইমবেন্সজছুৱা এংৰিষ্টন'বেল বঁটা

🔥 Trending searches on Wiki অসমীয়া:

পাঠ্যক্ৰমপুৰুষশিৱবড়ো চুক্তি ২০২০অসমত দেখা চৰাইবোৰধানভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যসূৰ্যকুমাৰ ভূঞাহোলোংনীল প্ৰজাপতিমৰিগাঁও জিলাগৌতম বুদ্ধতেজপুৰখোলঅৰ্কিডএলবাৰ্ট আইনষ্টাইনকৃষ্ণকান্ত সন্দিকৈজাপিবৰপেটাঅম্বুবাচীকৰবী ডেকা হাজৰিকাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅসম আৰক্ষীঅসমীয়া খাদ্যাভ্যাসমালালা ইউছুফজাইগৱেষণাপিয়লি ফুকনসমাজতত্ত্বদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানগণেশ গগৈদিল্লীঅসমীয়া জলপানসংস্কৃত ভাষাঅসমৰ সত্ৰসমূহৰ তালিকাআমেৰিকা (মহাদেশ)মাৰ্ক্সবাদসম্ৰাট অশোকউপেন্দ্ৰনাথ গোস্বামীখেৰাইমোহনদাস কৰমচান্দ গান্ধীযতীন্দ্ৰ নাথ দুৱৰাকলচাণক্যভৌতিক সংস্কৃতিফাট বিহুপূৰবী বৰমুদৈশিৱসাগৰ জিলাবকুল ফুলৰ দৰেতাল (বাদ্যযন্ত্ৰ)বন্দে মাতৰম্‌আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিগণতন্ত্ৰঅস্বাভাৱিক মনোবিজ্ঞানকৃষিভাৰতত নাৰীবাদভাৰতৰ উপৰাষ্ট্ৰপতিকুশান নৃত্যশব্দহিন্দী ভাষাঅসমৰ মন্ত্ৰ-সাহিত্যবৰহমথুৰিসৎনামী বিদ্ৰোহঔ টেঙাচুতীয়া জনগোষ্ঠীআৰ্দ্ৰতাপাচন নলীবাঢ়ৈটোকামৰাণ জনগোষ্ঠীঘৰচিৰিকাপাৰ্বতীদেৱদাৰুসমাজবাদমনোমতীনলিনীবালা দেৱীছট পূজা🡆 More