আল-ইখলাছ: কোৰআনৰ ১১২ নং ছূৰা।

ছূৰা আল ইখলাছ (আৰবী:الإخلاص‎) মুছলিম সকলৰ ধৰ্ম গ্ৰন্থ কোৰআনৰ ১১২ নম্বৰ ছূৰা, ইয়াৰ আয়াতৰ সংখ্যা ৪ টা আৰু ইয়াৰ ৰূকুৰ সংখ্যা এটা। আল ইখলাছ ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। এই ছূৰাটোক ইছলামৰ শেষ পয়গম্বৰ মুহম্মদ(ছাঃ)ৰ দ্বাৰা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ব্যাখ্যা কৰা হৈছিল। কাৰণ এই আয়াতত আল্লাহৰ অস্তিত্ব আৰু সত্বাৰ সবাতোকৈ সুন্দৰ ব্যাখ্যা দিয়া হৈছে। ইছলামৰ আৰম্ভণিতে এই ছূৰাসমূহ বিভিন্ন নামেৰে জনাজাত হৈছিল, কেতিয়াবা অঞ্চলভেদেও নামৰ ভিন্নতা আছিল।

আল ইখলাছ
الإخلاص
শ্ৰেণী মক্কী ছূৰা
নামৰ অৰ্থ একত্ব
পৰিসংখ্যা
ছূৰাৰ ক্ৰম ১১২
আয়াতৰ সংখ্যা
পাৰাৰ ক্ৰম ৩০
ৰুকৰ সংখ্যা
পূৰ্বৱতী ছূৰা ছূৰা আল লাহাব
পৰৱৰ্তী ছূৰা ছূৰা আল ফালাক
----

আৰবী লেখা · অসমীয়া অনুবাদ


অসমীয়াত অনুবাদ

ছূৰাত থকা আয়াত সমূহৰ অসমীয়া অৰ্থ তলত দিয়া হ'লঃ

  1. "কওক, তেওঁ আল্লাহ, এক, একক
  2. আল্লাহ অমুখাপেক্ষী,
  3. তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
  4. আৰু তেওঁৰ সমতুল্য একোৱেই নাই।

লগতে চাওক


তথ্য সংগ্ৰহ

Tags:

আল্লাহআৰবী ভাষাইছলামকোৰআনছূৰামক্কামুছলিমমুহাম্মাদ

🔥 Trending searches on Wiki অসমীয়া:

কীৰ্তন-ঘোষাদৈনিক অসমস্বৰাজসাধুউজনি অসমনেপোলিয়ন বোনাপাৰ্টবড়ো ভাষাশ্ৰীমদ্ভগৱতগীতাউষ্ণতাঅসমৰ কাঁহ শিল্প৩০ মাৰ্চপঃৰাগবিহু যোজনা আৰু বিহু নামবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমামণি ৰয়ছম গোস্বামীৰ উপন্যাসবেলিমাৰ (নাটক)চিপাহী বিদ্ৰোহ ১৮৫৭শ্ৰী সূৰ্য পাহাৰব্ৰহ্মপুত্ৰ উপত্যকাব্ৰিটিছ ভাৰতৰ মুদ্ৰাকুমাৰ ভাস্কৰ বৰ্মাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাযৌতুকবাঁহীএ পি জে আব্দুল কালামদৰ্শনপালি ভাষাএলবাৰ্ট আইনষ্টাইননামদাঙৰ শিলৰ সাঁকোশামুকশ্বজিবু নোংমা পানবাজেং বিহুউদ্বিগ্নতাশিল্প বিপ্লৱগড়গাঁওকলাপ্ৰকৃতিৱিকিপিডিয়াঅসম চাহমণিৰাম দেৱান (চলচ্চিত্ৰ)নেলছন মেণ্ডেলাবেণুধৰ শৰ্মাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালজালিয়ানৱালাবাগৰ হত্যাকাণ্ডভঠেলিআৰতি ছাৰিনৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগলখিমী সবাহৰংঘৰসূৰ্যমৌলানা আব্দুল হামিদ খান ভাসানীবেংক অৱ মহাৰাষ্ট্ৰচ'তদশম স্কন্ধৰ আদিছোৱাখিলঞ্জীয়া লোকজ্যোতিপ্ৰসাদ আগৰৱালাঅসমৰ সত্ৰসমূহৰ তালিকাঅসমীয়া বৰ্ণমালাঅণুবীক্ষণ যন্ত্ৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগনীতি আয়োগহেঙুল আৰু হাইতালপৰিৱেশবাদঅৰুণাচল প্ৰদেশঅসমীয়া লোকসাহিত্যলক্ষ্মীধৰ শৰ্মাঁ (চন্দ্ৰবিন্দু)ত্ৰিভুজআৰ. এম. এছ. টাইটানিকচীনঅসমীয়া উপন্যাসভটিমাবৰ্মণ ৰাজবংশশাল গছ🡆 More