ৰাষ্ট্ৰীয় কামিঙআউট দিৱস

ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (ইংৰাজী: National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিঙ আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।

ৰাষ্ট্ৰীয় কামিংআউট দিৱস
ৰাষ্ট্ৰীয় কামিংআউট দিৱস
অন্য নাম National coming out day (NCD)
পালন কৰে এলজিবিটি সমাজ, সমকামিতা
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ১১ অক্টোবৰ
সম্পৰ্কিত কামিঙ আউট
অৱধি এক দিন
সংঘটন বাৰ্ষিক

এই দিৱসৰ মতে হ'ম'ফবিয়া আৰু অন্য ৰোমাণ্টিক অভিমুখিতা আৰু যৌন অভিমুখিতা বিৰোধী কাৰ্য সমূহ অজ্ঞানতা আৰু অসচেতনতাৰ ফলত হয় আৰু কোনো ব্যক্তিৰ আত্মীয় যদি এলজিবিটি সমাজৰ হয় তেন্তে তেওঁ হ'ম'ফবিক, বাইফবিক আৰু ট্ৰান্সফ'বিক কৰ্মৰ পৰা বিৰত থকা দেখা যাওঁ।

আন্তৰ্জাতিক উদযাপন

আমেৰিকা যুক্তৰাষ্ট্ৰত মানৱ অধিকাৰ অভিযানে এই দিৱস ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে আৰম্ভ কৰিছিল যাৰ লক্ষ আছিল কামিঙ আউট কৰা আৰু গে' দম্পতী, অভিভাৱক, পিতৃমাতৃ, শিশু আৰু বিপৰীতকামী বন্ধু সকলক জ্ঞানসমূহ সমূহ প্ৰদান কৰা আৰু তেওঁলোকক মুক্ত ভাবে জীৱন যাপন কৰিবলৈ অধিকাৰ প্ৰদান কৰিবলৈ।যিহেতু সৰ্ব প্ৰথমে এই দিৱস আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হৈছিল সেয়ে এই দিৱসক ৰাষ্ট্ৰীয় দিৱস বুলি কোৱা হয়। যদিও বৰ্তমান ই বিশ্বৰ ভিন্ন প্ৰান্তত উদযাপিত হৈছে।

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাকামিঙ আউটগে'

🔥 Trending searches on Wiki অসমীয়া:

নাৰী সবলীকৰণমালিতাহাঁচতিভাৰতৰ উচ্চতম ন্যায়ালয়কোণৰজনীকান্ত বৰদলৈপৰিসংখ্যাধ্ৰুৱবাদবৰাক নদীবেদছাকিৰানলবাৰী জিলাৰাণী গাইডিনলিউচন্দ্ৰকুমাৰ আগৰৱালাচৈয়দ আব্দুল মালিকহিমালয়সৰ্থেবাৰীঅৰুণাচল প্ৰদেশঅৰুণোদইঅৰবিন্দ ৰাজখোৱা (লেখক)অসমীয়া যুক্তাক্ষৰঋতুবঙালী ভাষাজয়মতী (২০০৬ চলচ্চিত্ৰ)ভাৰত ৰত্নব'হাগ বিহুঅসমৰ ছপাশালবিৰিঞ্চি কুমাৰ বৰুৱাকীৰ্তন-ঘোষামৌলিক সংখ্যাঅসহযোগ আন্দোলনভূপেন্দ্ৰ সংগীতব্যাকৰণনাহৰসত্ৰনেলছন মেণ্ডেলাঅসমৰ কাঁহ শিল্পব্ৰহ্মপুত্ৰ নদফণী শৰ্মাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)আমেৰিকা যুক্তৰাষ্ট্ৰসত্য প্ৰসাদ বৰুৱাসেউজ গৃহ প্ৰভাৱসৌৰজগতচন্দ্ৰগুপ্ত মৌৰ্যসাধুইলোৰা গুহাসমূহগড়গাঁওঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাব্ৰিটিছ ভাৰতৰ মুদ্ৰানগেন শইকীয়াসতীদাহ প্ৰথাগণিতচীনজয়মতী কুঁৱৰী (নাটক)গোলকীয় উষ্ণতা বৃদ্ধিঅসমৰ চলচ্চিত্ৰঅসম বিধানসভাভাৰত-চীন যুদ্ধভীমৰাও ৰামজী আম্বেদকাৰঅণুবীক্ষণ যন্ত্ৰবাণ ৰঙ্গমঞ্চকল্পনা সাহিত্যবৰপেটাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাআধুনিকতাবাদভট্টদেৱসুভাষ চন্দ্ৰ বসুভাৰতীয় সংবিধানএকচেটীয়া বজাৰভাওনাভাৰতীয় শিল্পকলাগুণাভিৰাম বৰুৱানাৰীবাদ🡆 More