সাহিত্য-বাদবৈচিত্ৰ্য

সাহিত্য-বাদবৈচিত্ৰ্য নগেন শইকীয়াৰ সাহিত্য-সম্পৰ্কীয় গ্ৰন্থ। গ্ৰন্থৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৭ চনত। তেতিয়া তেওঁ গ্ৰন্থখন সম্পাদনা কৰিছিল। পৰৱৰ্তী সময়ত নগেন শইকীয়াই ২০০৩ চনত নতুন বিষয়ৰ সংযোজন ঘটাই নিজাকৈ গ্ৰন্থখন লিখি উলিয়ায়। প্ৰকাশক কৌস্তুভ প্ৰকাশন। গ্ৰন্থখনত ধ্ৰুৱবাদ, ৰহস্যবাদ, ৰোমাণ্টিকতাবাদ, বাস্তৱবাদ, আধুনিকতাবাদ, প্ৰতীতিবাদ, প্ৰতীকবাদ, অভিব্যক্তিবাদ, দাদাবাদ, এবছাৰ্ডবাদ, অস্তিত্ববাদ, চিত্ৰকল্পবাদ, উত্তৰ আধুনিকতাবাদ আদি সাহিত্যৰ মতবাদসমূহৰ বিষয়ে লিখা আছে।

সাহিত্য-বাদবৈচিত্ৰ্য  
লেখক নগেন শইকীয়া
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশ ২০০৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ

বাহ্যিক সংযোগ

লগতে চাওক

  1. নগেন শইকীয়া

Tags:

আধুনিকতাবাদধ্ৰুৱবাদনগেন শইকীয়া

🔥 Trending searches on Wiki অসমীয়া:

গড়গাঁওইণ্ডিয়ান অভাৰচিজ বেংকশকুন্তলানাগৰিকত্বসাহিত্য সমালোচনাব্ৰহ্মপুত্ৰ উপত্যকাবড়ো ভাষাবড়ো সাহিত্য সভাবৈচাগুৰূপনাথ ব্ৰহ্মবিদ্যুৎপানীশিৱসুমিত্ৰা চৰত ৰামডাকৰ বচনপ্ৰথম বিশ্বযুদ্ধএকচেটীয়া বজাৰঁ (চন্দ্ৰবিন্দু)আধুনিকতাবাদউৎসেচকপিয়লি ফুকনকোচ ৰাজবংশীইউক্লিডচীনা সাম্যবাদী বিপ্লৱকানাই বৰশী বোৱা শিলালিপিঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতজোনবিৰি (অলংকাৰ)আহোম-মোগলৰ সংঘৰ্ষবুলু ফিল্ম২৭ মাৰ্চগণিততলাতল ঘৰৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগবাটৰ নাটনগাঁওম'লবেদব্ৰাহ্ম সমাজম’বাইল ফোনকবিৰত্ন সৰস্বতীভূমি প্ৰদূষণপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰপুৰাণনিৰ্ম্মল ভকতমহা মৃত্যুঞ্জয় মন্দিৰসত্ৰকোৰআনখোলচ'তউপভাষাচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াবিহুৰ সাজ-পোচাক আৰু অলংকাৰলেখকৰাজনীতিবাথৌ পূজাঅসমৰ জনগোষ্ঠীগুৱাহাটীডিব্ৰুগড় জিলামিৰি জীয়ৰীকাৰ্ল মাৰ্ক্সচৰাইব'হাগ বিহুৰাভা জনগোষ্ঠীনৰেন্দ্ৰ মোদীসত্য প্ৰসাদ বৰুৱাদশাৱতাৰঅসমত দেখা পোৱা মাছৰ তালিকাদ্বিতীয় বিশ্বযুদ্ধৰমন্যাসবাদভাৰতৰ উচ্চতম ন্যায়ালয়ভ্ৰাম্যমাণ থিয়েটাৰৰুক্মিণী হৰণ নাটইটো সিটো বহুতো🡆 More