স্ফিংছ

স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়। ৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্টৰ এক উল্লেখযোগ্য পিৰামিড গিজাৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ভিতৰতে ই এবিধ বিশাল প্ৰতিমা। দীঘে ২৪০ ফুট (৭৩ মিটাৰ) আৰু ৬৬ ফুট (২০ মিটাৰ) উচ্চতাৰে বিশ্বৰ সকলোতকৈ ডাঙৰ স্মৃতিসৌধবোৰৰ ভিতৰতে এবিধ হৈ বৰ্তি আছে। মহান স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিলৰ শিল্পকলা বুলি বিশ্বাস কৰা হয়। এই শিল্পকলা ইজিপ্টৰ পুৰণা সাম্ৰাজ্যৰ সময়ত ৰজা কাফৰেৰ বাবে নিৰ্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। পৌৰাণিক কথা মতে স্ফিংছ হৈছে এটা সিংহৰ শৰীৰ আৰু এজন মানুহৰ শিৰৰ সৈতে এক সৃষ্টি আৰু প্ৰাচীন কালৰ পৰা এতিয়ালৈকে ই ইজিপ্টৰ এক চিহ্ন।

স্ফিংছ
স্ফিংছ
অৱস্থিতি গাজা, ইজিপ্ট
অঞ্চল ইজিপ্ট
ইতিহাস
Material চূণশিল

তথ্য সংগ্ৰহ

Tags:

ইজিপ্ট

🔥 Trending searches on Wiki অসমীয়া:

ভাওনাবৃত্তপ্ৰথম বিশ্বযুদ্ধবেলিমাৰ (নাটক)অৰুণ শৰ্মাচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ভূগোলভাৰতৰ স্বাধীনতা আন্দোলনউৎসৱকৃষিহিন্দ স্বৰাজহাজং জনগোষ্ঠীফণী শৰ্মাবিদ্যুৎশিক্ষাৰ অধিকাৰহিমা দাসঅৰ্কিডস্বচ্ছ ভাৰত অভিযানৱিকিপিডিয়াঅসমৰ জনগোষ্ঠীনলবাৰী জিলাহুঁচৰিৰাজিয়া চুলতানাশৰাইঘাট দলংললিত কলা একাডেমীজিজিয়াপ্ৰাকৃতিক সম্পদজতুৱা ঠাঁচমাজুলীপুৰাণপ্ৰাকৃতিক পৰিৱেশপাণিনিতোলনি বিয়াভিটামিনভাৰতত বাল্য বিবাহস্বৰাজভূপেন্দ্ৰ সংগীতভাষাবিজ্ঞানঅসহযোগ আন্দোলনঋতুপাইথাগোৰাছৰ উপপাদ্যহোমেন বৰগোহাঞিভাৰতৰ মুখ্য ন্যায়াধীশগড়গাঁওচাণক্যনীলিম কুমাৰঅসমভৰবেগগীতি-ৰামায়ণআকাশী গংগা জলপ্ৰপাতগুণমালাবড়ো সাহিত্য সভাবড়ো ভাষাব্যাকৰণহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যশিক্ষাঅশোক স্তম্ভব'হাগ বিহুএম ভেঙ্কায়াহ নাইডুডিব্ৰুগড়নাহৰঅৰবিন্দ ৰাজখোৱা (লেখক)শকুন্তলানাৰী সবলীকৰণজল প্ৰদূষণপৰিৱেশবাদঁ (চন্দ্ৰবিন্দু)মৌখিক লোকসাহিত্যনৰেন্দ্ৰ মোদীমৌন ওঁঠ মুখৰ হৃদয়শীতল যুদ্ধউজনি অসমলীলা গগৈ🡆 More