তুলসী পূজন দিৱস

তুলসী পূজন দিৱস (ইংৰাজী: Tulsi Pujan Diwas) হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ দিনা তুলসী গছ ৰোপণ কৰি ইয়াৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱ পোনপ্ৰথনে আশাৰাম বাপুৱে আৰম্ভ কৰিছিল।

তুলসী পূজন দিৱস
পালন কৰে ভাৰত
প্ৰকাৰ সাংস্কৃতিক
তাৰিখ ২৫ ডিচেম্বৰ
অৱধি এদিনীয়া
সংঘটন বাৰ্ষিক

হিন্দুধৰ্ম অনুযায়ী তুলসীক ঔষধি আৰু আধ্যাত্মিক, এই দুইধৰণে ব্যৱহাৰ কৰা হয়। হিন্ধুসকলে বিশ্বাস কৰে যে তুলসীয়ে প্ৰাচুৰ্য কঢ়িয়াই আনে আৰু ই এক পৱিত্ৰ উদ্ভিদ।

উদযাপন

শ্ৰী যোগ বেদান্ত সেৱা সমিতিয়ে প্ৰতিবছৰে তুলসী পূজন দিৱসৰ আয়োজন কৰে। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলেও এই উৎসৱ পালন কৰে।

হিন্দুধৰ্মত জল, চন্দন, সেন্দূৰ, চাউল, ফুল আৰু প্ৰসাদেৰে তুলসীক পূজা কৰা হয়। পূজাৰ অৰ্থে তুলসীৰ আগত বন্তি প্ৰজ্বলনো কৰা হয়। এই উৎসৱত সকলোৰে ঘৰত তুলসীৰ পুলি ৰুই পৰিৱেশৰ উন্নতি সাধন কৰিবলৈ সকলোকে উৎসাহিত কৰা হয়।

তাৎপৰ্য

তুলসীক ঔষধিৰ পাটমাদৈ আখ্যা দিয়া হয়। হিন্দুধৰ্মত ইয়াৰ গুৰুত্ব অপৰিসীম। আয়ুৰ্বেদৰ মতে তুলসীয়ে বহুতো ৰোগৰ উপশম ঘটাব পাৰে।

মানসিক অৱসাদ, মধুমেহ আৰু শালমইনা আদিৰ প্ৰাকৃতিক নিৰাময়কাৰক হিচাপেও তুলসীৰ ব্যৱহাৰ কৰা হয়। সাধাৰণ জ্বৰ, কাঁ‌হ আদিতো ইয়াক ঔষধ হিচাপে গ্ৰহণ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাতুলসী

🔥 Trending searches on Wiki অসমীয়া:

সৎনামী বিদ্ৰোহতামিলনাডুবড়ো চুক্তি ২০২০মে ডাম মে ফিনাটোজেঠপ্ৰকাশ (আলোচনী)পদুম কুঁৱৰীৰাজনৈতিক দলঅসম লোকসেৱা আয়োগহিউৱেন-চাংসূত্ৰধাৰ নৃত্যইউটিউবস্বদেশী আন্দোলনঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫আৰ্দ্ৰতাসংস্কৃতিম'হৰ শিঙৰ পেঁপাঅসমৰ পুৰণি স্থাপত্যভৱানন্দ দত্তপাঠ্যক্ৰমৰাম বিজয়এডল্ফ হিটলাৰঅসমত দেখা পোৱা মাছৰ তালিকাস্বচ্ছ ভাৰত অভিযানঅসম চাহগুণমালাঅৰ্জুনভিয়েটনামকৃষিজৱাহৰলাল নেহৰুচিৰ চেনেহী মোৰ ভাষা জননীঅসমৰ লোকবাদ্যবাঁহচিতল মাছপৰ্যটনঅসমীয়া গালি-গালাজধ্বনিতত্ত্বকোষ (জীৱবিজ্ঞান)২০২২ ফিফা বিশ্বকাপহিমা দাসভাৰতীয় দৰ্শনবাৰেচহৰীয়া ভাওনা মহোৎসৱব্ৰজাৱলী ভাষানৃত্যমাটি আখৰাভাৰতৰ উপৰাষ্ট্ৰপতিঅসমীয়া সংস্কৃতি আৰু মুছলমানসকলমই আৰু নেফাগাঁও পঞ্চায়তসত্ৰীয়া নৃত্যৰাষ্ট্ৰসংঘধাতু আৰু অধাতুভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবৃশ্চিক (ৰাশি)কামাখ্যা মন্দিৰবিদ্যুৎবৈচাগুভৈৰৱী মন্দিৰসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাকৰবী ডেকা হাজৰিকাঅসমৰ পৰম্পৰাগত খেল-ধেমালিআলোক তন্তুঅসমৰ আৰ্দ্ৰভূমিমকৰাবৰ্মণ ৰাজবংশঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাদেওধনী নৃত্যকামৰূপ ৰাজ্যআৰবী ভাষামহাভাৰতবাথৌ পূজাপুঁজিবাদকাৰ্ল মাৰ্ক্স🡆 More