ব্ৰজাৱলী ভাষা

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক
  • অনুসৰি 'ব্ৰজাৱলী ভাষা অসমৰ কিছু কিছু অঞ্চলত পঞ্চদশ-ষোড়শ শতাব্দীত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা নিৰ্মিত আৰু ব্যৱহৃত এক ধৰনৰ সাহিত্যিক ভাষা বিশেষ।...
  • Thumbnail for বৰগীত
    বৰগীত (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    (ইংৰাজী: Borgeet) বোলা হয়। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত...
  • Thumbnail for বাপচন্দ্ৰ মহন্ত
    উল্লেখযোগ্য কৃতি বুলি পৰিগণিত হৈছে। মহন্তই বৈষ্ণৱ-সাহিত্যৰ। নানা দিশ আৰু অসমীয়া ব্ৰজাৱলী ভাষাৰ ঐতিহাসিক বিশ্লেষণো আগবঢ়াইছে। ১৯৮৫ চনত তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ...
  • Thumbnail for গুৰু গ্ৰন্থ চাহিব
    গুৰু গ্ৰন্থ চাহিব (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    প্ৰাচীন পঞ্জাবী ভাষা ব্যৱহৃত হলেও কোনো কোনো স্থলত ব্ৰজাৱলী, পঞ্জাবী, খড়িবোলি (হিন্দী), সংস্কৃত, বিভিন্ন স্থানীয় উপভাষা আৰু ফাৰ্চী ভাষা ব্যৱহৃত হৈছে। এই...
  • অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ ব্ৰজাৱলী ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। আহোম সাম্ৰাজ্যত বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। আহোম...
  • নীলকণ্ঠী ব্ৰজ (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    ব্ৰজধামৰ জীৱনধাৰাৰ কদৰ্য দিশবোৰ তুলি ধৰা বাবে তাৰ পৱিত্ৰতাক সন্দেহ কৰা হৈছে। ব্ৰজাৱলী ৰামেশ্যামীৰ মুখত শুনা বৰ্ণনা আৰু বৃন্দাবনত বাস কৰা দুই-এজন লোকৰ বাস্তৱ...
  • শংকৰদেৱে গদ্যত ব্যৱহাৰ কৰা ভাষা ব্ৰজাৱলী মিশ্ৰিত অসমীয়া ভাষা আৰু কাব্যিকতাপূৰ্ণ। তদুপৰি একে বিষয়ক কথা আলোচনাত ব্ৰজাৱলী গদ্য ব্যৱহাৰ কৰাৰ উপৰি সংস্কৃত...
  • Thumbnail for ভাৰতীয় ভাষা
    হিন্দী ভাষা ভাৰতৰ অধিকাৰিক (চৰকাৰী) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা...
  • ঘটাইছে। মুঠ ২০টা সংস্কৃত শ্লোক আৰু তিনিটা ভটিমা আছে। নাটত থকা তিনিওটা ভটিমা ব্ৰজাৱলী ঠাঁচত ৰচনা কৰা। নাটত আশোৱাৰী, পৰিতাল, শ্ৰীগান্ধাৰ, যৌতিমান, কানৰা, পৰিতাল...
  • অসমীয়া বৰ্ণমালা (শ্ৰেণী অসমৰ ভাষা আৰু লিপি)
    শব্দত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পষ্টকৈ হয় আৰু কিছুমানত নহয়। (১)পুৰণি বা ব্ৰজাৱলী ভাষাত স্বৰ বৰ্ণৰ ধ্বনি উচ্চাৰণ স্পষ্টকৈ হয়। যেনে- আহে সামাজিক(অ) লোক(অ)...
  • গাম্ভীৰ্য আৰু প্ৰকাশৰ সংযমে বৰগীতক অন্যান্য গীতৰপৰা পৃথক কৰিছে। ইয়াৰ ভাষা ব্ৰজাৱলী। বৰগীতত শ্ৰীকৃষ্ণৰ বিশাল পুৰুষত্ব ফুটি’ওলাইছে। গীতবোৰত শান্ত, বাৎসল্য...
  • অংকীয়া নাট (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    নাট হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে পৌৰাণিক আখ্যানৰ ভিত্তিত ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহ। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা...
  • শংকৰদেৱে আৰু বৰগীত ৰচনা নকৰি মাধৱদেৱক ৰচনা কৰিবলৈ আজ্ঞা কৰে। বৰগীতৰ ভাষা ব্ৰজাৱলী। ভটিমা মানে স্তুতি বা প্ৰশস্তি। ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক...
  • লাগে৷ আখি মাৰোতে মোৰ চাঁচখন ভাগে৷৷ (কপাহৰ জুনা) কিছুমান জুনাৰ ভাষা আৰৱী, ফাৰ্চী, হিন্দী-ব্ৰজাৱলী৷ কোনো কোনো জুনাত ‘আল্লাকি জাল্লা’ আদিৰ উল্লেখ পোৱা যায়৷ অৱশ্যে...
  • নাৰায়ণ চন্দ্ৰ গোস্বামী (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    সংস্কৃতিৰ অন্তৰ্জল (১৯৭৪) সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা(১২শ পৃষ্ঠা, ১৯৮৪ চন,) ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ আৰু অভিধান (১৯৯৩) অসমত ভাওনাৰ পৰম্পৰা (১৯৯১) গুৰু কোন? (১৯৯৬)...
  • ইতিহাসত এক বিশেষ স্থান দিছে। ‘কথা ৰামায়ণ’ৰ প্ৰথম তিনিটা কাণ্ডৰ ভাষাত ব্ৰজাৱলী শব্দৰূপ আৰু ক্ৰিয়াৰূপৰ সঘন প্ৰয়োগ ঘটিছে। গদ্যৰ ঠাচ ভট্টদেৱৰ গদ্যঠাচৰ...
  • পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ (গ্ৰন্থ) (শ্ৰেণী অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ)
    সংঘৰ দুৰ্বল ভূমিকা লোকাচাৰৰ চক্ৰবেহুত গুৰুজনাৰ মানৱতাবাদী দৰ্শন ধৰাশায়ী ব্ৰজাৱলী ভাষাৰ শক্তি অব্যৱহৃত সংঘৰ নেতৃত্বৰ হিন্দী-ইংৰাজীত দখল আছেনে? নৱপ্ৰজন্ম...
  • Thumbnail for চোৰধৰা
    ড॰ লীলাৱতী শইকীয়া (১৯৮৮). "নাট্যকাৰ মাধৱদেৱ আৰু চোৰধৰা পিম্পৰা গুচোৱা". ভাষা সাহিত্যৰ সুবাস. প্ৰকাশক টিহু : গুৱাহাটী: চন্দ্ৰপ্ৰকাশ :. পৃষ্ঠা. ১০৭-১১১...
  • Thumbnail for পিম্পৰা গুচোৱা
    প্ৰকাশক গুৱাহাটী ৮: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৩৮.  বৰা, ড॰ লীলাৱতী শইকীয়া (১৯৯২). ভাষা সাহিত্যৰ সুবাস. প্ৰকাশক টিহু গুৱাহাটী: চন্দ্ৰপ্ৰকাশ. পৃষ্ঠা. ১০৪-১১৬. ...
  • Thumbnail for ভোজন বিহাৰ (ঝুমুৰা)
    ড॰ লীলাৱতী শইকীয়া (১৯৮৮). "নাট্যকাৰ মাধৱদেৱ আৰু চোৰধৰা পিম্পৰা গুচোৱা". ভাষা সাহিত্যৰ সুবাস. প্ৰকাশক টিহু : গুৱাহাটী: চন্দ্ৰপ্ৰকাশ :. পৃষ্ঠা. ১০৭-১১১...
  • হয়; পুৰণি অসমীয়া ভাষাও তাৰে এটা ঠাল-বিশেষ। কালক্ৰমত হিন্দী, কাশ্মীৰী, ব্ৰজাৱলী, অসমীয়া আৰু অসমৰ আদিবাসীবিলাকৰ ভাষাৰ শব্দৰ সৈতে মিহলি হৈ অসমীয়া ভাষাই
  • নিৰ্দিষ্ট ৰাগ-তাল বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীত৷ ভক্তিৰসসমৃদ্ধ বৰগীতসমূহ ব্ৰজাৱলী ভাষাৰে শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি প্ৰকাশেৰ অৰ্থে ৰচিত। শংকৰদেৱ আৰু মাধৱদেৱ
(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক

🔥 Trending searches on Wiki অসমীয়া:

পিঠাচকুবগেজাৰী গীতচৰিত পুথিঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিচৌদি আৰৱৰামধেনু (আলোচনী)কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকীৰ্তন ঘোষা সংকলনলোকাচাৰভট্টদেৱৰ গদ্যশৈলীশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাযৌন সংগমকেশৱ মহন্তকামৰূপী উপভাষাইণ্ডোনেছিয়াপুঁজিবাদলুৰিন জ্যোতি গগৈচকলংআমেৰিকা যুক্তৰাষ্ট্ৰইয়াত এখন অৰণ্য আছিলসপ্তকাণ্ড ৰামায়ণখোলশংকৰপালীগান্ধীবাদমাধৱদেৱবিত্তীয় ব্যৱস্থাগোলাঘাট জিলাকমলাকান্ত ভট্টাচাৰ্য্যঘিলাধাৰী ঘাটৰ সন্ধিসৰ্বশিক্ষা অভিযান২৯ মাৰ্চঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকানিউয়ৰ্ক মহানগৰব্ৰিটিছ ৰাজমানৱতাবাদঅন্নপ্ৰাশনভাৰতীয় সাহিত্যকামৰূপ ৰাজ্যঅসমৰ পুৰণি স্থাপত্যমাৰ্ঘেৰিটা মহকুমাৰাছিয়াফেইচবুকমুহাম্মাদবাথৌ পূজাহোলীগীতঅসমীয়া ভাষাভাৰতীয় ৰিজাৰ্ভ বেংকঅসম সাহিত্য সভাবিশ্ব বেংকমোৱামৰীয়া বিদ্ৰোহসিন্ধু সভ্যতাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)অসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমৰ পৰম্পৰাগত সাজ- পাৰসিন্ধু নদীবিষ্ণুপ্ৰসাদ ৰাভানুমলীগড় তেল শোধনাগাৰভাৰতৰ স্বাধীনতা আন্দোলনবাণীকান্ত কাকতিসংখ্যাতথ্যক্ষসমাজবাদউপনিষদগৌৰীপুৰপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনশিল্প বিপ্লৱবিয়া নামজল প্ৰদূষণভূটানজীৱনী🡆 More