বাপচন্দ্ৰ মহন্ত

বাপচন্দ্ৰ মহন্ত (জন্ম:১৯২৮- ) একাধাৰে সমালোচক, শংকৰী সাহিত্যৰ গৱেষক, ব্যাকৰণবিদ আদি। শংকৰদেৱক বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ নাম উল্লেখযোগ্য। তেখেতে অসমীয়া ভাষাৰ লগতে হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল।

বাপচন্দ্ৰ মহন্ত
বাপচন্দ্ৰ মহন্ত
জন্ম শিৱসাগৰ, গোহাঁই গাঁও অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় সমালোচনা সাহিত্য, সংস্কৃত সাহিত্য

পৰিচয়

বাপচন্দ্ৰ মহন্তৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱত। তেখেতে শিক্ষকতা কৰাৰ লগতে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ প্ৰচাৰক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱৰ ভক্তি-আন্দোলনৰ তাত্ত্বিক আৰু ঐতিহাসিক পটভূমিৰ আলোচনাৰ ক্ষেত্ৰত বাপচন্দ্ৰ মহন্তৰ দীৰ্ঘদিনীয়া অধ্যৱসায়ে নতুন তথ্য কিছুমানতো পোহৰ পেলাইছে। এই ক্ষেত্ৰত তেওঁৰ নামঘোষা তত্ত্বদৰ্শন (১৯৭৮) আৰু সম্পাদিত বৰগীত (১৯৯২) উল্লেখযোগ্য কৃতি বুলি পৰিগণিত হৈছে। মহন্তই বৈষ্ণৱ-সাহিত্যৰ। নানা দিশ আৰু অসমীয়া ব্ৰজাৱলী ভাষাৰ ঐতিহাসিক বিশ্লেষণো আগবঢ়াইছে। ১৯৮৫ চনত তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্যৰাজি

অসমীয়া ভাষাত

  1. নামঘোষা তত্ত্বদৰ্শন (১৯৭৮)
  2. ঐতিহাসিক পটভূমিত মহাপুৰুষ শঙ্কৰদেৱ (১৯৮৭)
  3. অসমীয়া ব্যাকৰণৰ ৰূপৰেখা (১৯৮৮
  4. যুগান্তৰত শংকৰদেৱ (১৯৯১)
  5. পটভূমি সহিত শঙ্কৰদেৱৰ দৰ্শন (১৯৯৪)
  6. মহাপণ্ডিত ৰাহুল সাংকৃত্যায়ন (১৯৭৮)
  7. অসমীয়া জাতি, ভাষা আৰু সাহিত্যৰ জন্ম কথা (১৯৯৪)
  8. মহাপুৰুষীয়া পৰম্পৰাত সত্ৰ আৰু সংগীত (২০০৩)
  9. শংকৰদেৱৰ ব্যক্তিত্ব আৰু সত্ৰ ব্যৱস্থা (২০০৫)
  10. প্ৰাচীনতম সৃষ্টি দৰ্শনঃ চতুৰ্ব্যূহ সিদ্ধান্ত (২০০৫)

হিন্দী ভাষাত

  1. সামাজিক পটভূমি সহিত অসম কে বৰগীত (১৯৮৮)
  2. অসম মেঁ ভাগৱত ধৰ্ম ঔৰ শঙ্কৰদেৱ কা দৰ্শন (১৯৯৯)
  3. অসমৰ সাংস্কৃতিক যুগনিৰ্মাতা শংকৰদেৱকে উত্তৰাধীকাৰী মাধৱদেৱ (২০০০)

সম্পাদনা

  1. বৰগীত (১৯৯২)

তথ্যসূত্ৰ

লগতে চাওক

  1. কেশদা মহন্ত

Tags:

বাপচন্দ্ৰ মহন্ত পৰিচয়বাপচন্দ্ৰ মহন্ত সাহিত্যৰাজিবাপচন্দ্ৰ মহন্ত তথ্যসূত্ৰবাপচন্দ্ৰ মহন্ত লগতে চাওকবাপচন্দ্ৰ মহন্তশংকৰদেৱ

🔥 Trending searches on Wiki অসমীয়া:

জনপ্ৰব্ৰজনওজাপালিঅৰ্থনীতিইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসঅংকীয়া নাটমনোবিজ্ঞানভটা-গুটিবৰ্ষা উচগাওকাৰসংস্কৃত সাহিত্যমানুহলং ৱাক টু ফ্ৰীডমমামণি ৰয়ছম গোস্বামীশিৱসাগৰৰ শিৱদৌলপ্ৰেমচন্দঅসমৰ ভূগোলশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ক্ৰিকেটগৰু বিহুসাত বিহুশব্দতিৱা জনগোষ্ঠীশংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাঅসমীয়া ব্যাকৰণপঞ্চায়তী ৰাজঅসমৰ পৰম্পৰাগত সাজ-পাৰযোগেশ দাসঅসমীয়া যুক্তাক্ষৰপাৰ্ৱতি প্ৰসাদ বৰুৱাৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘমিচিং জনগোষ্ঠীবকুল ফুলৰ দৰে (গ্ৰন্থ)ভ্ৰাম্যমাণ থিয়েটাৰবুৰঞ্জী সাহিত্যমহেন্দ্ৰ সিং ধোনিবিজ্ঞানকুঁহিয়াৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঋতুখ্ৰীষ্টান ধৰ্মনগাঁও জিলাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তঅসমৰ কুঁহিলা শিল্পপূৰবী বৰমুদৈৰং পঞ্চমীচিৰ চেনেহী মোৰ ভাষা জননীঅৰুণাচল প্ৰদেশস্বাস্থ্যভাৰতৰ প্ৰধানমন্ত্ৰীফলৰ তালিকাচৰকাৰী ভাষা আন্দোলন (অসম)শোণিতপুৰ জিলামানুহৰ কংকালমাৰ্ক্সবাদফৰাচী বিপ্লৱঅহিংসাঅসমৰ ধান খেতিৰ সঁজুলিসমূহতামজাৰাঅজন্তা গুহাসমূহনাৰী আৰু ধূম্ৰপানভাৰত-ইউৰোপীয় ভাষা পৰিয়ালএৰিষ্ট'টলচৰিত পুথিবিশ্বকোষঅসমীয়া লিপিৰ বুৰঞ্জীঅসমীয়া গীতি সাহিত্যবড়োলেণ্ডঅসম উপত্যকা সাহিত্য বঁটাঅসমীয়া ভাষা উন্নতি সাধিনী সভাবিশ্বব্ৰহ্মাণ্ডমৌলিক সংখ্যাকৃষ্ণকান্ত সন্দিকৈ🡆 More