২৫ ছেপ্টেম্বৰ: তাৰিখ

২৫ ছেপ্টেম্বৰ (ইংৰাজী: 25 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৮তম (অধিবৰ্ষত ২৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৭টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৩৯৬ - ডানয়ুব নদীৰ পাৰত নিক'প'লিছ যুদ্ধ (Battle of Nicopolis) সংঘটিত হয়।
  • ১৪৯৩ - ক্ৰিষ্টোফাৰ কলম্বাছে দ্বিতীয় সমূদ্ৰ যাত্ৰা আৰম্ভ কৰে।
  • ১৫২৪ - পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামা তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতত উপস্থিত হয়।
  • ১৯৬৯ - ইছলামী সহযোগিতা সংস্থা (Organisation of Islamic Cooperation) প্ৰতিষ্ঠা হয়।

জন্ম

  • ১৮৬৬ - টমাছ হাণ্ট মৰ্গান, আমেৰিকান জীৱ বিজ্ঞানী, ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
  • ১৮৯৭ - ৱিলিয়াম ফকনাৰ, আমেৰিকান উপন্যাসিক।
  • ১৯১৬ - দীনদয়াল উপাধ্যায়, এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল। (জঃ ১১ ফ্ৰেব্ৰুৱাৰী, ১৯৬৮)
  • ১৯২০ - সতীশ ধৱন, ভাৰতীয় গণিতজ্ঞ, অভিযন্তা আৰু মহাকাশ বিজ্ঞানী।
  • ১৯৬৮ - ৱিল স্মিথ, হলীউডৰ অভিনেতা।
  • ১৯৬৯ - কেথেৰিন জেটা জ'নছ (Catherine Zeta-Jones), ইংৰাজ অভিনেত্ৰী।

মৃত্যু

  • ১৯৭০ - এৰিক মাৰিয়া ৰেমাৰ্ক, প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক, ছুইজাৰলেণ্ডত মৃত্যু হয়।
  • ২০০৬ - চ'ফিয়া মুৰাট'ভা (Sofia Muratova), অলিম্পিকত ৮টা সোণৰ পদক পোৱা ৰাছিয়ান মহিলা জিমনাষ্টিক খেলুৱৈ।
  • ২০১১ - ৱাংগাৰী মাথাই (Wangari Maathai), কেনিয়াৰ পৰিৱেশ আৰু সমাজকৰ্মী। শান্তিৰ ন'বেল বঁটা পোৱা প্ৰথম আফ্ৰিকান মহিলা।
  • ২০২০ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় সংগীত শিল্পী।
  • ২০২১ - কমলা ভাচিন, ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী।

দিৱস

  • ৰাষ্ট্ৰীয় যুৱ দিৱস (নাউৰু)।
  • সশস্ত্ৰ বাহিনী দিৱস (মোজাম্বিক)

বাহ্যিক সংযোগ


তথ্য় সূত্ৰ

Tags:

২৫ ছেপ্টেম্বৰ ঘটনাৱলী২৫ ছেপ্টেম্বৰ জন্ম২৫ ছেপ্টেম্বৰ মৃত্যু২৫ ছেপ্টেম্বৰ দিৱস২৫ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২৫ ছেপ্টেম্বৰ তথ্য় সূত্ৰ২৫ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাযোগাত্মক বিপৰীত সংখ্যাদেওহাঁহনবীনচন্দ্ৰ বৰদলৈআঙঠি পিন্ধোৱাঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅৰ্থনীতিচকলংবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমিচিং নৃত্য আৰু গীত মাতবাণীকান্ত কাকতিজল সংৰক্ষণমুখমৈথুনবগা কাঞ্চনলখিমপুৰ (লোকসভা সমষ্টি)চৰাইঅংকীয়া নাটঅশোক ফুলভৌগোলিক স্বীকৃতিভূমি প্ৰদূষণযুগ্ম সংখ্যামিচিং জনগোষ্ঠীজৱাহৰলাল নেহৰুদেৱব্ৰত দাসমামণি ৰয়ছম গোস্বামীশিশু সাহিত্যবৌদ্ধ ধৰ্মবগেজাৰী গীতচ'জুনশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাকপৌ ফুলভগ্নাংশ (গণিত)মৈদামবহনক্ষম উন্নয়নৰ লক্ষ্যৰজনীকান্ত বৰদলৈপাৰিজাত হৰণ নাটডিব্ৰুগড়নেপালী জনগোষ্ঠীগদ্যনলিনীবালা দেৱীঅসমৰ গামোচাৰাম মন্দিৰ, অযোধ্যামেজিঅসমবৃক্ষবুঢ়ী আইৰ সাধুপৰিৱেশ বিজ্ঞানৰমন্যাসবাদগোৱালপাৰা জিলাৰাজিয়া চুলতানাডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰৰবীন্দ্ৰনাথ ঠাকুৰঢোলবিৰিয়বিপৰীতাৰ্থক শব্দউদচাট (বাঁ‌হৰ সঁ‌জুলি)হালধীয়া সাংবাদিকতাঅসম সাহিত্য সভাকমলাকান্ত ভট্টাচাৰ্য্যবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ ৱেবছাইটসমূহৰ তালিকাব’হাগচুতীয়া জনগোষ্ঠীঅৰ্জুন ভঞ্জননগাঁওপাইক প্ৰথাহস্তমৈথুনহোমেন বৰগোহাঞিবীণাপাণি নাট্য সমাজঅসমীয়া প্ৰতিদিনবচন (ব্যাকৰণ)🡆 More