১৯ জানুৱাৰী: তাৰিখ

১৯ জানুৱাৰী (ইংৰাজী: 19 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৰাজী

  • ১৯০১ – ৰাণী ভিক্টোৰিয়া, যুক্তৰাজ্যৰ ৰাণী, পক্ষাঘাতত আক্ৰান্ত। তেখেত তিনিদিন পিছত ৮১ বছৰ বয়সত মৃত্যু হয়।
  • ১৯৬৮ - অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিলে।
  • ১৯৭২ - অসম আন্দোলন অন্যতম ফচল অসমৰ তৃতীয়টো শোধনাগাৰ বঙাইগাঁও তেল শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল।
  • ১৯৮১ - ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ ‘এপল’ (Apple : Ariane Passenger Payload Experiment) সফলতাৰে উৎক্ষেপণ কৰা হয়। দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ (Kourou) এই উপগ্ৰহ উৎক্ষেপণ কৰা হয়।

জন্ম

মৃত্যু

  • ১৫৯৭ - মহাৰাণা প্ৰতাপ, মেৱাৰৰ ৰজা।
  • ১৮৮৯ - আনন্দৰাম বৰুৱা, অসমৰ সংস্কৃত ভাষাৰ পণ্ডিত।
  • ১৯৯২ - হেমন্ত কুমাৰ শৰ্মা, অসমীয়া সাহিত্যিক, সমালোচক।
  • ২০১১ - হিৰা দেৱী ৱাইবা, ভাৰতীয় লোক সংগীত শিল্পী।
  • ২০২১ - ভি. শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।
  • ২০২৩ - নীলমণি ফুকন, অসমীয়া কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক।
  • ১৯৯৯- প্ৰশান্ত হাজৰিকা, অভিনেতা, হেঙুল থিয়েটাৰৰ জন্মদাতা।

দিৱস

বাহ্যিক সংযোগ

Tags:

১৯ জানুৱাৰী ঘটনাৰাজী১৯ জানুৱাৰী জন্ম১৯ জানুৱাৰী মৃত্যু১৯ জানুৱাৰী দিৱস১৯ জানুৱাৰী বাহ্যিক সংযোগ১৯ জানুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

হাজোসংস্কৃত ভাষাগাঁও পঞ্চায়তঅসমীয়া লিপিৰ বুৰঞ্জীমুখমৈথুনঅসম আন্দোলনমহাদেশঅসমৰ তামোল-পাণ সংস্কৃতিকামৰূপ ৰাজ্যপদিনালোক-নৃত্যঅসমৰ সাহিত্যিকসকলৰ তালিকানীতি আয়োগস্বৰাজবড়ো ভাষাসোণোৱাল কছাৰীবাণীকান্ত ৰচনাৱলীশ্ৰী শ্ৰী বটদ্ৰৱা থানশদিয়াবানপানীসৰ্বশিক্ষা অভিযানবিশেষ্য পদভটিমাইতিহাসকামৰূপী উপভাষাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিভাৰতৰ উপৰাষ্ট্ৰপতিবাল্য বিবাহবিপৰীতাৰ্থক শব্দএলবাৰ্ট আইনষ্টাইনবেক্টেৰিয়াহাড়কামাখ্যা দেৱীজাতনামকলিতা জনগোষ্ঠীচিংফৌ জনগোষ্ঠীআধুনিকতাবাদফণী শৰ্মাফাকুৱাকদমচীনকোচ ৰাজবংশভাৰতীয় চলচ্চিত্ৰমাটিৰ হিচাপদ্বীপেন বৰুৱাসৌৰজগতভাৰতভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকানলিনীবালা দেৱীঅসীমত যাৰ হেৰাল সীমাকাঠৰ জোখ মাপঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫হিন্দু পদ্ধতিত সময়ৰ এককহিন্দু ধৰ্মলাক-নিভাৰত-আৰ্য ভাষা পৰিয়ালভাৰতীয় শিল্পকলামালিনী থানবিৰিঞ্চি কুমাৰ বৰুৱাচুটিগল্পচলচ্চিত্ৰবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমৰ জনগোষ্ঠীনামঘোষাঅসমৰ বয়ন শিল্পদৌল গোবিন্দ মন্দিৰকছাৰী ৰাজ্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকানগাঁও জিলাজুইব্যক্তিত্বডুবাইসন্ধ্যাৰাগ (চলচ্চিত্ৰ)চৰিত পুথি🡆 More