ইৰাক

ইৰাক (ইংৰাজী: Iraq; /ɪˈræk/, i/ɪˈrɑːk/, বা /aɪˈræk/; আৰবী: العراق al-‘Irāq, কুৰ্ডী: Êraq) চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ (Arabic:  جمهورية العراق (সহায়·তথ্য) Jumhūrīyat al-‘Irāq দ্ঝুম্হুৰীয়েত এল ইৰাআক়), এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰাণ, দক্ষিণপূৱত কুৱেট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে। ৰাষ্ট্ৰখনৰ ৰাজধানী বাগদাদ দেশৰ মধ্যভাগত অৱস্থিত আৰু এইখনেই দেশখনৰ বৃহত্তম নগৰ। ইৰাকৰ বৃহত্তম ভাষিক গোষ্ঠী হৈছে আৰব আৰু কুৰ্ড। অন্যান্য ভাষিক গোষ্ঠীবোৰ হৈছে এছিৰিয়ান, য়াজিদি, আৰ্মেনিয়ান, মনডিয়েনছ, চাৰকেছিয়ান, আৰু কাৱলিয়া। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯৫% নাগৰিক মুছলমান, আৰু অবশিষ্ট ৫% লোক খ্ৰীষ্টান, য়াৰ্ছান, য়াজিদি, আৰু মনডেনি ধৰ্মাৱলোম্বী।

ইৰাক গণৰাজ্য
جمهورية العراق
দ্ঝুম্হুৰীয়েত এল-‘ইৰাআক়
كۆماری عێراق
কমাৰ-ই ‘এৰাআক়
ইৰাক ইৰাক
নীতিবাক্য
الله أكبر (language?)
"আল্লাহু আকবৰ" (অনুবাদ)
"ঈশ্বৰ মহান"
ৰাষ্ট্ৰীয় সঙ্গীত
"মাৱতিনি"
"موطني"
"মোৰ গৃহস্থান"

ইৰাক-ৰ অৱস্থান
ইৰাক-ৰ অৱস্থান
ইৰাক-ৰ অৱস্থান
ইৰাক-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
বাগদাদ
33°20′N 44°26′E / 33.333°N 44.433°E / 33.333; 44.433
ৰাষ্ট্ৰভাষা (সমূহ) আৰৱী, কুৰ্ডী
জাতীয়তাসূচক বিশেষণ ইৰাকী
চৰকাৰ ফেডাৰেল সাংসদীয় গনতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি ফোৱাদ মাছুম
 -  প্ৰধান মন্ত্ৰী হাইদৰ আল-আবাদি
যুক্তৰাজ্যৰ পৰা স্বাধীন হয়
 -  সাম্ৰাজ্য ৩ অক্টোবৰ ১৯৩২ 
 -  গনতন্ত্ৰ প্ৰতিষ্ঠা ১৪ জুলাই ১৯৫৮ 
 -  বৰ্তমানৰ সংবিধান ১৫ অক্টোবৰ ২০০৫ 
মাটিকালি
 -  মুঠ ৪,৩৭,০৭২ বৰ্গ কিমি (৫৯তম)
১,৬৯,২৩৪ বৰ্গ মাইল 
 -  জলভাগ (%) ১.১ (৪,৮০৮ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১৫ আনুমানিক ৩,৭০,৫৬,১৬৯'"`UNIQ--ref-০০০০০০০০-QINU`"''"`UNIQ--ref-০০০০০০০১-QINU`"' (৩৬তম)
জিডিপি (পিপিপি) ২০১৫ আনুমানিক
 -  মুঠ $৩২২৭০০ নিযুত (৩৭তম)
 -  জনমুৰি $14,571 (৮৫তম)
জিডিপি (নামমাত্ৰ) ২০১৫ আনুমানিক
 -  মুঠ $২৪০.০০৬ বিলিয়ন (৪৭তম)
 -  জনমুৰি $6,491 (৮৮তম)
জিনি সহগ? (২০১৫) ২৯.৫ 
মানৱ উন্নয়ন সূচক (২০১৩) ০.৬২৪ (১২০তম)
মুদ্ৰা ইৰাকী ডিনাৰ (IQD)
সময় অঞ্চল আৰৱী মান সময় (ইউটিচি+৩)
 -  গ্ৰীষ্মকালীন (ডিএছটি) অপ্ৰযোজ্য (ইউটিচি+৩)
গাড়ী চলোৱা হয় সোঁফালে
ইণ্টাৰনেট টিএলডি .iq
কলিং ক'ড ++৯৬৪

পাৰস্য উপসাগৰৰ উত্তৰাংশত ইৰাকৰ এক ঠেক উপকূল আছে যাৰ দৈৰ্ঘ্য প্ৰায় 58 km (36 মাইল) হ'ব। দেশখনৰ মেছ'পটেমিয়ান এলোভিয়েল সমভূমিৰ উত্তৰ পশ্চিম সীমান্তত জাগ্ৰছ পৰ্বত মালা, আৰু পূৱ অঞ্চল হৈছে ছিৰিয়া মৰুভূমি। দুখন প্ৰধান নদী, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ, ইৰাকৰ মধ্যভাগেদি দক্ষিণলৈ পাৰ্ছিয়ান গ'ল্ফৰ কাষত ছাট আল-আৰৱলৈ বৈ গৈছে। এই নদী দুখনে ইৰাকৰ ভূমিভাগ উৰ্বৰ কৰি ৰাখে।

তথ্য সংগ্ৰহ

Tags:

Ar-Jumhūriyyat al-‘Irāq.ogaListenen:Help:IPA for Englishআৰবী ভাষাইংৰাজী ভাষাইৰাণএই শব্দটোৰ বিষয়েকুৱেটখ্ৰীষ্টানচিত্ৰ:Ar-Jumhūriyyat al-‘Irāq.ogaচিত্ৰ:En-us-Iraq.oggচৌদি আৰৱছিৰিয়াবাগদাদমুছলমানয়াজিদিৱিকিপিডিয়া:IPA for Englishৱিকিপিডিয়া:Media help

🔥 Trending searches on Wiki অসমীয়া:

হয়গ্ৰীৱ মাধৱ মন্দিৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীনগাঁওকুমাৰীত্বলক্ষ্মীধৰ শৰ্মাবৃত্তউদছুনামিবনঘোষাকানাই বৰশী বোৱা শিলালিপিহিউৱেন-চাংবাঁহজয়মতী কুঁৱৰীভূগোলভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানবতাহলখিমপুৰ (লোকসভা সমষ্টি)যৌন সংগমতিৱা জনগোষ্ঠীপাঠ পৰিকল্পনাভানুমতীসমাজহীৰেন গোহাঁইদেউলঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাহাজোগোলকীয় উষ্ণতা বৃদ্ধিমণিৰাম দেৱানসেউজ গৃহ প্ৰভাৱগোৱালপাৰানাটকশৰাইঘাটৰ যুদ্ধউৎপাদন (অৰ্থনীতি)বিহুৰ সাজ-পোচাক আৰু অলংকাৰআহোম বিবাহ পৰম্পৰাবৰহমথুৰিশ্ৰীমন্ত শংকৰদেৱভাৰতৰ সংসদ ভৱনচিলাৰায়বৌদ্ধ ধৰ্মদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰামকৃষ্ণ পৰমহংসপুথিভঁৰালশ্ৰী শ্ৰী বটদ্ৰৱা থাননাঙলহিমন্ত বিশ্ব শৰ্মাৰাজিয়া চুলতানাইংলেণ্ডদৌল গোবিন্দ মন্দিৰবিল্বেশ্বৰ দেৱালয়মহেন্দ্ৰ বৰাআৱাহন (আলোচনী)কেৰুমণিবট গছৰাৱণল'ৰাআয়তক্ষেত্ৰআহোম ৰাজ্যপৰিমেয় সংখ্যাঅসমৰ বয়ন শিল্পকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পূৰ্ণ স্বৰাজআত্মসহায়ক গোটভাওনাপ্ৰাগজ্যোতিষপুৰৰত্নকান্ত বৰকাকতীহাঁচতিঅসম আৰক্ষীঅসমীয়া উপন্যাসনাহৰপৃথিৱীনাগৰিকত্বমনোমতীসংক্ৰমণ🡆 More