পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা

পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পঞ্জাবী বা লাণ্ডা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা। ইয়াৰ উপৰিও আফগানিস্তান, বাংলাদেশ, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত পঞ্জাবী ভাষাৰ প্ৰচলন আছে। কানাডাত আঢ়ৈ লাখৰো অধিক মানুহে পঞ্জাবী ভাষাত কথা পাতে; সেয়ে ই কানাডাৰ ৬ষ্ঠ বৃহত্তম ভাষা। পূৰ্ৱ পঞ্জাবী ভাষা ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। ভাৰতৰ পঞ্জাব ৰাজ্যত যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায় আৰু গণমাধ্যমত এই ভাষা ব্যবহৃত হয়। পাকিস্তানত পশ্চিম পঞ্জাবী ভাষাৰ কোনো চৰকাৰী স্বীকৃতি নাই। তাৰ পঞ্জাবী ভাষীসকলে মূলত ইংৰাজী আৰু উৰ্দু ভাষাৰ মাধ্যমত প্ৰশাসন, শিক্ষা, গণমাধ্যম আদিৰ কামবিলাক সম্পাদন কৰে। পঞ্জাবী ভাষা শিখ ধৰ্মাবলম্বীসকলৰ ধৰ্মীয় ভাষা। পঞ্জাবী ভাষাৰ মূল লিপি হ'ল- গুৰুমুখী লিপি।

Punjabi
  • ਪੰਜਾਬੀ
  • پَن٘جابی
পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা
'Punjabi' written in Shahmukhi script used in Punjab, Pakistan (top) and Gurmukhi script used in Punjab, India (bottom)
উচ্চাৰণ
থলুৱা অঞ্চল Pakistan and India
অঞ্চল পঞ্জাব, ভাৰত
জাতীয়তা Punjabis
স্থানীয় ভাষিক
113 million (2011–2017)
ভাষা পৰিয়াল
পূৰ্বসূৰী
Proto-Indo-European
উপভাষা *See Punjabi dialects
লিখন প্ৰণালী
  • Shāhmukhī (in Pakistan)
  • Gurmukhī (in India)
  • Devanāgarī (in India)
  • Punjabi Braille
  • Laṇḍā (historical)
  • Takri (historical)
  • Mahajani (historical)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা পাকিস্তান
  • সাঁচ:Country data Punjab (provincial)

পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা ভাৰত
  • Punjab (official)
  • Haryana (additional)
  • Delhi (additional)
  • West Bengal (additional, in blocks and divisions with more than 10% of the population)
নিয়মাধীন হয়
Punjab Institute of Language, Art & Culture, Punjab, Pakistan
Department of Languages, Punjab, India
ভাষা সংকেত
ISO 639-1 pa
ISO 639-2 pan
ISO 639-3 Either:
pan – Panjabi
pnb – Western Panjabi
গ্লোটোলগ panj1256  Eastern Panjabi
west2386  Western Panjabi
লিংগোৱাস্ফেয়াৰ 59-AAF-e
পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা
Geographic distribution of Punjabi language in Pakistan and India.
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ


Tags:

আফগানিস্তানআমেৰিকা যুক্তৰাষ্ট্ৰকানাডাপঞ্জাব, ভাৰতপাকিস্তানবাংলাদেশভাষাভাৰতযুক্তৰাজ্যশিখ ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

কৰম পূজাস্বামী বিবেকানন্দভাৰতৰ উচ্চতম ন্যায়ালয়অসমৰ পৰম্পৰাগত সাজ-পাৰডাকৰ বচননক্ষত্ৰঅসমৰ শাক-পাচলিৰ তালিকাডিব্ৰুগড় (লোকসভা সমষ্টি)অসমীয়া ব্যাকৰণঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকানলবাৰী জিলাৱৰ্ল্ড ৱাইড ৱেবজণ্ডিছগুৱাহাটী উচ্চ ন্যায়ালয়ৰজনীকান্ত বৰদলৈঅসমীয়া যুক্তাক্ষৰউদ্ভিদঅসমত দেখা পোৱা সাপবোৰবৌদ্ধ ধৰ্মঅশোক ফুলঅৰুণাচল প্ৰদেশৰ উৎসৱসমূহকীৰ্তন-ঘোষাবুৰঞ্জীকামৰূপ ৰাজ্যমামৰে ধৰা তৰোৱালচাহেবপুৰাৰ বৰষুণগদ্যমনালিছালুৰিন জ্যোতি গগৈমহাকালবট গছসমকামিতাশ্ৰী শ্ৰী বটদ্ৰৱা থানঅৰ্জুন ভঞ্জনহাজং জনগোষ্ঠীৰাষ্ট্ৰসংঘ দিৱসঅসমীয়া কবিতাপ্ৰণৱজ্যোতি ডেকামঙ্গলদৈ (লোকসভা সমষ্টি)উৎসৱশিলঘাটসত্যেন্দ্ৰনাথ বসুঢোলবিৰি২৪ এপ্ৰিলইউক্ৰেইনৰ খাদ্যলক্ষ্মীনাথ বেজবৰুৱাকলীয়াভোমোৰা সেতুবৰ্মণ ৰাজবংশতিয়ঁহৰ ৰাইতাকামিনী কাঞ্চনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহওজাপালিভট্টদেৱদাঁতঅৰুণোদয় আঁচনিভাৰতীয় জাতীয় কংগ্ৰেছবৃক্কঅসম আন্দোলনৰাতি বিহুৰিহাহেমকোষনৱ-বৈষ্ণৱ ধৰ্মশ্ৰীমদ্ভগৱতগীতাজোনাকী (আলোচনী)বিষ্ণুজাতি লাউবৰগীতবিহু নৃত্যআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১ভাৰতীয় ৰেলভাৰতৰ উপৰাষ্ট্ৰপতিমালতীভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকানতুন শৰাইঘাট দলং🡆 More