জিমেইল

জিমেইল (ইংৰাজী: Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা। ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল। কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল। ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে। এণ্ড্ৰইড সঁজুলিৰ গুগল প্লে' ষ্ট'ৰত ১০০ কোটি ইন্‌ষ্টল হোৱা প্ৰথম এপ্‌ হিচাপেও ই পৰিগণিত হৈছে।

জিমেইল
জিমেইল ল'গ' soft2i
ইউ আৰ এল mail.google.com
বাণিজ্যক হয়
প্ৰকাৰ ই-মেইল সেৱা
পঞ্জীয়ন প্ৰয়োজনীয়
ভাষা ১০৫ টা es-us
পঞ্জীকৃত সদস্য ১.৪ বিলিয়ন (এপ্ৰিল ২০১৮)
স্বত্বাধিকাৰী গুগল
সৃষ্টিকৰ্তা পল বুচেইট
মুকলি ১ এপ্ৰিল, ২০০৪
বৰ্তমান স্থিতি সক্ৰিয়

জিমেইল ম'বাইল

জিমেইল ম'বাইল হৈছে জিমেইলৰ সেৱাৰ এটা অংশ। এইটো এটা বিনামূলীয়া সেৱা, যাৰ সহায়ত জিমেইলৰ সেৱা যিকোনো ম'বাইল ফোনৰ পৰা সুবিধা ল'ব পৰা যায়। ব্যৱহাৰকৰ্তা জনে ইয়াৰ সহায়তে মেইল লিখিব, পঢ়িব, উত্তৰ দিব, forward, mark unread, add a star, custom labels যোগ or trash কৰিব পাৰে। .

জিমেইল ম'বাইলৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ব্যৱহাৰকৰ্তা জনৰ জিমেইল একাউণ্ট তথা ম'বাইলত নিম্নোলিখিত সুবিধাসূহ থকা প্ৰয়োজনীয়:

জিমেইল ম'বাইল ১৬ ডিচেম্বৰ,২০০৫ তাৰিখে মুকলি কৰা হৈছিল। বৰ্তমান ই ৪০ টাৰো তাতোধিক ভাষাত সুবিধা প্ৰদান কৰে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

কামাখ্যা দেৱীফুটবলৰংব্লকচেইনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাসতীকোচ ৰাজবংশীঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানপ্ৰান্তিকউত্তৰাখণ্ডইণ্টাৰনেটৰাধাতগৰব্যক্তিত্বৰাভা জনগোষ্ঠীঅসমৰ চাহ জনগোষ্ঠীশ্ৰীমদ্ভগৱতগীতাপাইক প্ৰথাচাট (বাঁ‌হৰ সঁ‌জুলি)বিষ্ণুৰাম মেধিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমুড়িঅৰুণাচল প্ৰদেশবড়ো চুক্তি ২০২০য়েছে দৰজে ঠংচিহিমবাহদক্ষিণ কোৰিয়াৰাষ্ট্ৰসংঘ দিৱসলুৰিন জ্যোতি গগৈবিল্বেশ্বৰ দেৱালয়চৰকাৰঅসমৰ চলচ্চিত্ৰআনন্দৰাম ঢেকিয়াল ফুকনশকাব্দসত্যেন্দ্ৰনাথ শৰ্মামেলিলাঅসমবাঁহ পূজাকালিদাসমিচিং ভাষাঅসমীয়া যুক্তাক্ষৰমিয়া খলিফালভিতামৌখিক ইতিহাসমুখমৈথুনউমানন্দ১৪ এপ্ৰিলবিহুৰ খাদ্যদুৰ্যোগতিয়ঁহৰ ৰসচৰক পূজাচাণক্যগায়ত্ৰী মহন্তয়ামিন হাজৰিকাঅসমীয়া লিপিৰ বুৰঞ্জীনলিনীবালা দেৱীৰজনীকান্ত বৰদলৈঅগৰাঅৰ্থনীতিসাপনলবাৰী জিলাশিৱচুটিগল্পযতি-চিনহিন্দু ধৰ্মমহাভাৰতভাটৌ ফুল🡆 More