যীশু

যীশু (প্ৰায় ৪ খ্ৰীষ্টপূৰ্ব – খ্ৰীষ্টাব্দ ৩০ / ৩৩), যাক নাজাৰথৰ যীশু বা যীশু খ্ৰীষ্ট বুলিও কোৱা হয়, এজন প্ৰথম শতাব্দীৰ ইহুদী প্ৰচাৰক (ধৰ্মীয় মতবাদ) আৰু ধৰ্মীয় নেতা আছিল। তেওঁ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম; খ্ৰীষ্টান ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তি। বেছিভাগ খ্ৰীষ্টান ধৰ্মীয় লোকে বিশ্বাস কৰে যে তেওঁ ঈশ্বৰৰ অৱতাৰ পুত্ৰ আৰু প্ৰতীক্ষিত মচীহ (খ্ৰীষ্ট); যাৰ বিষয়ে হিব্ৰু (ইহুদী) বাইবেলত ভৱিষ্যতবাণী কৰা আছে।

উল্লেখনীয় যে, প্ৰায় সকলো আধুনিক পণ্ডিতে সন্মত হয় যে যীশু ঐতিহাসিকভাৱে বিদ্যমান আছিল। ঐতিহাসিক যীশুৰ অন্বেষণে গছপেল (Gospel) ৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতাৰ ওপৰত আৰু নিউ টেষ্টামেণ্ট ( New Testament) ত যীশুক কিমান নিবিড়ভাৱে চিত্ৰিত কৰিছে সেই বিষয়ে কিছু অনিশ্চয়তা সৃষ্টি কৰিছে, যিহেতু যীচুৰ জীৱনৰ একমাত্ৰ অভিলেখ বোৰ গছপেল (Gospel)-ত অন্তৰ্ভুক্ত আছে। যীশু এজন গালিলান ইহুদী আছিল, যাক জন দ্য বেপ্টিষ্টে বেপ্টিজ্কৰন কৰিছিল আৰু তেওঁ নিজৰ পৰিচৰ্য্যা আৰম্ভ কৰিছিল। প্ৰথমতে মৌখিকভৱে তেওঁৰ শিক্ষাসমূহ সংৰক্ষণ কৰা হৈছিল আৰু তেওঁক প্ৰায়ে "ৰাব্বি" বুলি কোৱা হৈছিল।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

মৌখিক লোকসাহিত্যঅসমীয়া লিপিৰ বুৰঞ্জীবৰ্ণালী কলিতানগাঁও (লোকসভা সমষ্টি)প্লাষ্টিকসাম্যবাদব্ৰিটিছ ৰাজডিব্ৰুগড়গুণমালাঅনাভেদী যৌনক্ৰিয়াঅসমৰ সাধুকথাঅৰ্জুন ভঞ্জনআনন্দৰাম বৰুৱামহাভাৰতনাট্য শাস্ত্ৰতথ্যঅসমৰ চলচ্চিত্ৰবন্দে মাতৰম্‌কেন্দ্ৰীয় শাসিত অঞ্চলতোলনি বিয়াৰাধাগোবিন্দ বৰুৱাদুৰ্গাবৰ কায়স্থনলবাৰী জিলাযাদৱ পায়েংজল সংৰক্ষণফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাঅসম আন্দোলনউত্তৰ গুৱাহাটীমণিৰাম দেৱানমুগা (ৰেচম)মাধৱদেৱশুৱালকুছিস্বাস্থ্যলাচিত বৰফুকনএ কে গাৰ্নিঅসমৰ তামোল-পাণ সংস্কৃতিখেৰাইআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ কুঁহিলা শিল্পউত্তৰ-পূব ভাৰতমহাভৈৰৱ মন্দিৰদেৱকান্ত বৰুৱাএইচ টি এম এলউপনিষদপদাৰ্থ বিজ্ঞানঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকানাগৰিকত্বএণ্ড্ৰইডতথ্য প্ৰযুক্তিশৰাইঘাটৰ যুদ্ধশৰৎ ঋতুভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহশকুন্তলাৰজনীকান্ত বৰদলৈবড়ো চুক্তি ২০২০সাপমাঘ বিহুঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলকিতাপ পঢ়াৰ আনন্দচন্দ্ৰফৰাচী বিপ্লৱপ্ৰাকৃতিক সম্পদফাট বিহুটকা (বাদ্য)অসমৰ লোকগীতআমেৰিকা যুক্তৰাষ্ট্ৰশৰাইঘাট দলংছট পূজাসত্যজিৎ ৰায়অতুল চন্দ্ৰ হাজৰিকাম'হৰ শিঙৰ পেঁপাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫🡆 More