ইৰাক

ইৰাক (ইংৰাজী: Iraq; /ɪˈræk/, i/ɪˈrɑːk/, বা /aɪˈræk/; আৰবী: العراق al-‘Irāq, কুৰ্ডী: Êraq) চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ (Arabic:  جمهورية العراق (সহায়·তথ্য) Jumhūrīyat al-‘Irāq দ্ঝুম্হুৰীয়েত এল ইৰাআক়), এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰাণ, দক্ষিণপূৱত কুৱেট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে। ৰাষ্ট্ৰখনৰ ৰাজধানী বাগদাদ দেশৰ মধ্যভাগত অৱস্থিত আৰু এইখনেই দেশখনৰ বৃহত্তম নগৰ। ইৰাকৰ বৃহত্তম ভাষিক গোষ্ঠী হৈছে আৰব আৰু কুৰ্ড। অন্যান্য ভাষিক গোষ্ঠীবোৰ হৈছে এছিৰিয়ান, য়াজিদি, আৰ্মেনিয়ান, মনডিয়েনছ, চাৰকেছিয়ান, আৰু কাৱলিয়া। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯৫% নাগৰিক মুছলমান, আৰু অবশিষ্ট ৫% লোক খ্ৰীষ্টান, য়াৰ্ছান, য়াজিদি, আৰু মনডেনি ধৰ্মাৱলোম্বী।

ইৰাক গণৰাজ্য
جمهورية العراق
দ্ঝুম্হুৰীয়েত এল-‘ইৰাআক়
كۆماری عێراق
কমাৰ-ই ‘এৰাআক়
ইৰাক ইৰাক
নীতিবাক্য
الله أكبر (language?)
"আল্লাহু আকবৰ" (অনুবাদ)
"ঈশ্বৰ মহান"
ৰাষ্ট্ৰীয় সঙ্গীত
"মাৱতিনি"
"موطني"
"মোৰ গৃহস্থান"

ইৰাক-ৰ অৱস্থান
ইৰাক-ৰ অৱস্থান
ইৰাক-ৰ অৱস্থান
ইৰাক-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
বাগদাদ
33°20′N 44°26′E / 33.333°N 44.433°E / 33.333; 44.433
ৰাষ্ট্ৰভাষা (সমূহ) আৰৱী, কুৰ্ডী
জাতীয়তাসূচক বিশেষণ ইৰাকী
চৰকাৰ ফেডাৰেল সাংসদীয় গনতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি ফোৱাদ মাছুম
 -  প্ৰধান মন্ত্ৰী হাইদৰ আল-আবাদি
যুক্তৰাজ্যৰ পৰা স্বাধীন হয়
 -  সাম্ৰাজ্য ৩ অক্টোবৰ ১৯৩২ 
 -  গনতন্ত্ৰ প্ৰতিষ্ঠা ১৪ জুলাই ১৯৫৮ 
 -  বৰ্তমানৰ সংবিধান ১৫ অক্টোবৰ ২০০৫ 
মাটিকালি
 -  মুঠ ৪,৩৭,০৭২ বৰ্গ কিমি (৫৯তম)
১,৬৯,২৩৪ বৰ্গ মাইল 
 -  জলভাগ (%) ১.১ (৪,৮০৮ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১৫ আনুমানিক ৩,৭০,৫৬,১৬৯'"`UNIQ--ref-০০০০০০০০-QINU`"''"`UNIQ--ref-০০০০০০০১-QINU`"' (৩৬তম)
জিডিপি (পিপিপি) ২০১৫ আনুমানিক
 -  মুঠ $৩২২৭০০ নিযুত (৩৭তম)
 -  জনমুৰি $14,571 (৮৫তম)
জিডিপি (নামমাত্ৰ) ২০১৫ আনুমানিক
 -  মুঠ $২৪০.০০৬ বিলিয়ন (৪৭তম)
 -  জনমুৰি $6,491 (৮৮তম)
জিনি সহগ? (২০১৫) ২৯.৫ 
মানৱ উন্নয়ন সূচক (২০১৩) ০.৬২৪ (১২০তম)
মুদ্ৰা ইৰাকী ডিনাৰ (IQD)
সময় অঞ্চল আৰৱী মান সময় (ইউটিচি+৩)
 -  গ্ৰীষ্মকালীন (ডিএছটি) অপ্ৰযোজ্য (ইউটিচি+৩)
গাড়ী চলোৱা হয় সোঁফালে
ইণ্টাৰনেট টিএলডি .iq
কলিং ক'ড ++৯৬৪

পাৰস্য উপসাগৰৰ উত্তৰাংশত ইৰাকৰ এক ঠেক উপকূল আছে যাৰ দৈৰ্ঘ্য প্ৰায় 58 km (36 মাইল) হ'ব। দেশখনৰ মেছ'পটেমিয়ান এলোভিয়েল সমভূমিৰ উত্তৰ পশ্চিম সীমান্তত জাগ্ৰছ পৰ্বত মালা, আৰু পূৱ অঞ্চল হৈছে ছিৰিয়া মৰুভূমি। দুখন প্ৰধান নদী, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ, ইৰাকৰ মধ্যভাগেদি দক্ষিণলৈ পাৰ্ছিয়ান গ'ল্ফৰ কাষত ছাট আল-আৰৱলৈ বৈ গৈছে। এই নদী দুখনে ইৰাকৰ ভূমিভাগ উৰ্বৰ কৰি ৰাখে।

তথ্য সংগ্ৰহ

Tags:

Ar-Jumhūriyyat al-‘Irāq.ogaListenen:Help:IPA for Englishআৰবী ভাষাইংৰাজী ভাষাইৰাণএই শব্দটোৰ বিষয়েকুৱেটখ্ৰীষ্টানচিত্ৰ:Ar-Jumhūriyyat al-‘Irāq.ogaচিত্ৰ:En-us-Iraq.oggচৌদি আৰৱছিৰিয়াবাগদাদমুছলমানয়াজিদিৱিকিপিডিয়া:IPA for Englishৱিকিপিডিয়া:Media help

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় জনতা পাৰ্টিপ্ৰাকৃতিক সম্পদবাজেটদ্বীপেন বৰুৱাচাৰ্লছ ডাৰউইনঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানপৰ্যাবৃত্ত তালিকাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবাঁহীবৃহস্পতি গ্ৰহউইলিয়াম শ্বেইকছপীয়েৰমণিপুৰী নৃত্যভিটামিননামঘৰগুৱাহাটী (লোকসভা সমষ্টি)গুৱাহাটী বিশ্ববিদ্যালয়ছট পূজাইজৰাইলবিহুৰ বাদ্যযন্ত্ৰগণৰাজ্য দিৱস (ভাৰত)অসমত দেখা পোৱা মাছৰ তালিকাকৰ্কট ক্ৰান্তিকথা-ভাগৱতপঞ্চভুজমৌন ওঁঠ মুখৰ হৃদয়অসমৰ শাক-পাচলিৰ তালিকানদীহিন্দী ভাষাসমাজতত্ত্ববাংলাদেশবৰ্মণ ৰাজবংশভাৰতদুৰ্গা পূজায়ৰেৱতী মোহন দত্তচৌধুৰীমোৱামৰীয়া বিদ্ৰোহঅসমীয়া গীতি সাহিত্যআহোম ভাষাপদ (ব্যাকৰণ)বসন্ত ঋতুআকবৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫বৰষুণডিম্বেশ্বৰ নেওগঅসমৰ পৰম্পৰাগত খেল-ধেমালিকাগজবিশেষ্য পদবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশ্ৰীমন্ত শংকৰদেৱ বঁটাহিন্দু ধৰ্মমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমৰ সাধুকথাকানাই বৰশী বোৱা শিলালিপিচ্যু-কা-ফামাছজোনবিল মেলাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডজৈৱিক কৃষিঅখণ্ড সংখ্যাদীপালী বৰঠাকুৰচিপকো আন্দোলনভূগোলকম্পিউটাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰপ্ৰেমচন্দছি জিনপিংশ্ৰীমন্ত শংকৰদেৱদেউৰী জনগোষ্ঠীথমাছ আলভা এডিচনআৰবী ভাষাবৰগীতঅসমৰ ৰেচম শিল্পশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মিত্ৰদেৱ মহন্তডুবাইদৰ্শন🡆 More